মনসা দেৱী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী, তেওঁক সৰ্পৰ লগত জড়িত দেৱী হিচাপে বিশ্বাস কৰা হয়।মূলত বংগদেশ আৰু উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলতো সৰ্পদোষ নিৱাৰণৰ বাবে তেওঁৰ পূজা কৰা হয়। মনসা হৈছে সৰ্পৰাজ বাসুকীৰ ভগ্নী আৰু জৰুৎকাৰু মুনিৰ পত্নী। সৰ্পবিষ নিৱাৰণ কৰাৰ বাবে তেওঁক বিষহৰি নামেৰেও জনা যায়। ১তেওঁক নিত্যা (চিৰন্তনী) আৰু পদ্মাবতী নামেৰেও জনা যায়।
তথ্যসূত্ৰ
- ↑ Dowson, John. (2003). Classical Dictionary of Hindu Mythology and Religion, Geography, History. Kessinger Publishing. পৃ. 196. ISBN 0-7661-7589-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনসা” প্ৰবন্ধৰ সংশোধন ২৯৫৩৮৭ (৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।