ভি.পি. সীমান্দিনী এজন ডেজিগনেটেড জ্যেষ্ঠ অধিবক্,তা যিয়ে ১৯৭৬ চনৰ পৰা কেৰালাৰ উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত মূলতঃ সাংবিধানিক বিষয়ত অনুশীলন কৰি আহিছে।১
কেৰিয়াৰ
বৰ্তমান সীমান্দিনীয়ে কেৰেলা ফেডাৰেচন অৱ উইমেন ল'য়াৰ্ছ২ ৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু অল ইণ্ডিয়া ফেডাৰেচন অৱ উইমেন ল'য়াৰ্ছৰ সভানেত্ৰী আৰু ফেডাৰেচনৰ প্ৰতিষ্ঠাপক সদস্য আছিল।৩৪৫৬৭৮ সীমান্দিনীৰ জন্ম হৈছিল ভাৰতৰ কেৰালাৰ থ্ৰিছুৰ জিলাত। ১৯৭৬ চনত অধিবক্তা হিচাপে নামভৰ্তি কৰে। মূলতঃ সাংবিধানিক বিষয়ত অনুশীলন কৰি আছে। কেৰালা আৰু বাংগালুৰুৰ বহু শিক্ষানুষ্ঠানৰ আইনী উপদেষ্টা। ২০০৬ চনত কেৰালাৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি লাভ কৰে। সীমান্দিনী বৃদ্ধ আৰু অনাথ আশ্ৰম শ্ৰী নাৰায়ণ সেৱিকা সমাজৰ সম্পাদিকা আৰু শ্ৰী ধৰ্ম পৰিপালন যোগ, পাচলাম শাখাৰ সভানেত্ৰী।৯
তথ্যসূত্ৰ
- ↑ (2009-03-22). Judge calls for reform in legal education. দ্য হিন্দু
- ↑ Kerala State Legal Services Authority. kelsa.gov.in
- ↑ National Conference. tnfwl.com
- ↑ All India Federation of Women Lawyers. indianwomenlawyers.com
- ↑ (23 December 2009). President to inaugurate women lawyers' meet. The Hindu
- ↑ President to inaugurate Women Lawyers' national conference. Hindustan Times
- ↑ (2010-05-03). Women in legislature will ensure gender-sensitive policies. দ্য হিন্দু
- ↑ Mathrubhumi English News Online – Latest News Kerala India World. NRI, Movies, Sports, Business. mathrubhumi.com
- ↑ Ernakulam District News, Local News,എറണാകുളം, എസ്.എന്.ഡി.പി. യോഗം പച്ചാളം ശാഖാ വാര്ഷികം, Kerala – Mathrubhumi. mathrubhumi.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিপি সীমান্দিনী” প্ৰবন্ধৰ সংশোধন ৬৪০১১৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।