অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ভাৰতৰ ডি টি এইছ অপাৰেটৰ

ভাৰতবৰ্ষত ঘৰলৈ পোনপটীয়া টেলিভিশ্যন (ইংৰাজী:Direct-To-Home/DTH) দূৰদৰ্শন সেৱা আগবঢ়োৱা অপাৰেটৰ সমূহৰ তালিকা এখন তলত দিয়া হৈছে। DTH মানে ইংৰাজীত Direct-To-Home television আৰু অসমীয়াত সাধাৰণভাৱে ঘৰলৈ পোনপটীয়া টেলিভিশ্যন বুলি ক'ব পাৰি।

হালনাগাদ: ২১ মে’ ২০২০ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

ভাৰতবৰ্ষত ঘৰলৈ পোনপটীয়া টেলিভিশ্যন (ইংৰাজী ভাষা:Direct-To-Home/DTH) দূৰদৰ্শন সেৱা আগবঢ়োৱা অপাৰেটৰ সমূহৰ তালিকা এখন তলত দিয়া হৈছে। DTH মানে ইংৰাজীত Direct-To-Home television আৰু অসমীয়াত সাধাৰণভাৱে ঘৰলৈ পোনপটীয়া টেলিভিশ্যন বুলি ক'ব পাৰি। ডি টি এইছ সেৱাত গ্ৰাহকৰ ঘৰত এখন সংগ্ৰাহক ডিছ (ইংৰাজী ভাষা:dish) স্থাপনৰ জৰিয়তে কৃত্ৰিম উপগ্ৰহৰ পৰা টেলিভিশ্যনৰ সংকেত গ্ৰহণ কৰা হয়।

ডি টি এইছৰ প্ৰচলনৰ ফলত স্থানীয় কেব'ল অপাৰেটৰ সমূহৰ প্ৰয়োজন নোহোৱা হৈ পৰে। ইয়াৰ জৰিয়তে টেলিভিশ্যনৰ কাৰ্যক্ৰম প্ৰচাৰক সমূহৰ দৰ্শক গ্ৰাহকৰ সৈতে পোনপটীয়া সম্পৰ্ক হয়। পূৰ্বতে কেব'ল অপাৰেটৰ সমূহেহে কৃত্ৰিম উপগ্ৰহৰ পৰা সংকেত গ্ৰহণ কৰি গ্ৰাহকৰ ঘৰলৈ সংযোগ দিব পাৰিছিল। বৰ্তমান এই ব্যৱস্থা প্ৰায় অকাৰ্যকৰী হৈ পৰিছে।

ভাৰতীয় ডি টি এইছ অপাৰেটৰ সমূহ

  1. ডিছ টিভি
  2. চান ডাইৰেক্ট
  3. এয়াৰটেল ডিজিটেল টিভি
  4. টাটা স্কাই
  5. বিগ টি ভি
  6. ভিডিঅ'কন ডি2এইছ
  7. ডি ডি ডাইৰেক্ট

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

দূৰসংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ডি টি এইছ অপাৰেটৰ” প্ৰবন্ধৰ সংশোধন ২২৯৬৯০ (২১ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।