বৈশম্পায়ন হৈছে কৃষ্ণ দ্বৈপায়ন বেদব্যাস বা ব্যাসদেৱৰ শিষ্য। ব্যাসদেৱৰ পাঁচ শিষ্যৰ ভিতৰত বৈশম্পায়ন আছিল অন্যতম। বৈশম্পায়নে ভাৰতাক্ষ্য নামে মহাভাৰতৰ প্ৰথম স্তৰৰ মূল জয়াক্ষ্য কাব্যখন অৰ্জুনৰ পৰিনাতি ৰজা জন্মেজয় পৰীক্ষিতৰ সৰ্পযজ্ঞত আবৃত্তি কৰি শুনায়।১
তথ্যসূত্ৰ
- ↑ www.wisdomlib.org. (2019-01-28). Story of Vaiśampāyana. www.wisdomlib.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈশম্পায়ন” প্ৰবন্ধৰ সংশোধন ৩৭৮৬৪০ (১৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।