বিৰাট (Virata; विराट) হৈছে হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰতৰ অনুসৰি মৎসদেশৰ ৰজা। তেওঁ উত্তৰ আৰু উত্তৰাৰ পিতৃ তথা অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৰ শহুৰ আছিল। তেওঁৰ পত্নী আছিল সুদেষ্ণা।১২৩
তথ্যসূত্ৰ
- ↑ ড॰ সত্যেন্দ্ৰনাথ শৰ্মা. মহাভাৰতৰ চৰিত্ৰাৱলী. বীণা লাইব্ৰেৰী (প্ৰথম তাঙৰণ: জুলাই ১৯৯৬). পৃ. ৩৯
- ↑ হেমচন্দ্ৰ বৰুৱা. উত্তৰা (গ্ৰন্থ=হেমকোষ)
- ↑ Uttara. bharatdiscovery.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰাট” প্ৰবন্ধৰ সংশোধন ২৫৭৪৭৩ (২ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।