অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা

বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা (WHO Model List of Essential Medicines) হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰকাশিত এখন তালিকা য'ত স্বাস্থ্য ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আটাইতকৈ ফলপ্ৰসূ আৰু নিৰাপদ বুলি বিবেচিত ঔষধসমূহ অন্তৰ্ভুক্ত কৰা…

হালনাগাদ: ১৬ নৱেম্বৰ ২০২২ ১,২১৭ শব্দ · ৭ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ

বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা (WHO Model List of Essential Medicines) হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰকাশিত এখন তালিকা য'ত স্বাস্থ্য ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আটাইতকৈ ফলপ্ৰসূ আৰু নিৰাপদ বুলি বিবেচিত ঔষধসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।১ দেশসমূহে নিজৰ স্থানীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকা প্ৰস্তুত কৰিবলৈ সহায়ক হিচাপে সঘনাই এই তালিকাখন ব্যৱহাৰ কৰে।১ ২০১৬ চনলৈকে বিশ্ব স্বাস্থ্য সংস্থাৰ আদৰ্শ তালিকাৰ ভিত্তিত ১৫৫ খনতকৈও অধিক দেশে অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকা প্ৰস্তুত কৰিছে।২ ইয়াৰ ভিতৰত উন্নত দেশসমূহৰ লগতে উন্নয়নশীল দেশসমূহো অন্তৰ্ভুক্ত।১৩

তালিকাখন মূল বস্তু আৰু পৰিপূৰক বস্তুত ভাগ কৰা হৈছে।৪ মূল বস্তুসমূহক অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যাসমূহৰ বাবে আটাইতকৈ কম খৰচী বিকল্প হিচাপে গণ্য কৰা হয় আৰু কম অতিৰিক্ত স্বাস্থ্যসেৱাৰ সম্পদৰ সৈতে ব্যৱহাৰযোগ্য।৪ পৰিপূৰক বস্তুসমূহৰ বাবে হয় অতিৰিক্ত আন্তঃগাঁথনি, যেনে বিশেষভাৱে প্ৰশিক্ষিত স্বাস্থ্যসেৱা প্ৰদানকাৰী বা ৰোগ নিৰ্ণায়ক সঁজুলিৰ প্ৰয়োজন হয় বা কম খৰচ–লাভৰ অনুপাত থাকে।৪ প্ৰায় ২৫% বস্তু পৰিপূৰক তালিকাখনত আছে।৫ কিছুমান ঔষধক মূল আৰু পৰিপূৰক দুয়োটা শ্ৰেণীতে তালিকাভুক্ত কৰা হৈছে।৬ তালিকাত থকা বেছিভাগ ঔষধেই জেনেৰিক সামগ্ৰী হিচাপে উপলব্ধ যদিও পেটেণ্টৰ অধীনত থকাৰ বাবে অন্তৰ্ভুক্ত হোৱাত বাধা নাই।৭

১৯৭৭ চনত প্ৰথমখন তালিকা প্ৰকাশ কৰা হৈছিল আৰু ইয়াত ২০৮ বিধ ঔষধ অন্তৰ্ভুক্ত কৰা হৈছিল।৮১৯ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি দুবছৰৰ মূৰে মূৰে এই তালিকাখন আপডেট কৰে।১০ ২০০৫ চনত প্ৰকাশিত ১৪ সংখ্যক তালিকাখনত ৩০৬ বিধ ঔষধ আছিল।১১ ২০১৫ চনত এই তালিকাৰ ১৯ সংখ্যক সংস্কৰণ প্ৰকাশ কৰা হয় আৰু ইয়াত প্ৰায় ৪১০ বিধ ঔষধ আছিল।১০ ২০১৭ চনত প্ৰকাশিত ২০ সংখ্যক সংস্কৰণত ঔষধৰ সংখ্যা হয়গৈ ৪৩৩ বিধ।১২১৩ ২০১৯ চনত প্ৰকাশ পোৱা ২১ সংখ্যক তালিকাখনত ৪৬০ বিধ ঔষধ আছিল।১৪১৫১৬ ২০২১ চনত প্ৰকাশ পোৱা ২২ সংখ্যক তালিকাখনত ঔষধৰ সংখ্যা হয়গৈ ৪৭৯ বিধ।১৭১৮ বিভিন্ন ৰাষ্ট্ৰীয় তালিকাত ৩৩৪ৰ পৰা ৫৮০ বিধ ঔষধ অন্তৰ্ভুক্ত কৰা হৈছে।৫

২০০৭ চনত ১২ বছৰ বয়সলৈকে শিশুৰ বাবে এখন সুকীয়া তালিকা প্ৰস্তুত কৰা হৈছিল। এই তালিকাখন বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত শিশুৰ বাবে অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা (WHO Model List of Essential Medicines for Children, সংক্ষেপে EMLc) নামেৰে জনাজাত। বৰ্তমান এই তালিকাখনৰ অষ্টম সংস্কৰণ প্ৰচলিত।১০১৯২০ শিশুৰ প্ৰয়োজনসমূহ পদ্ধতিগতভাৱে বিবেচনা কৰাটো নিশ্চিত কৰিবলৈ এই তালিকাখন প্ৰস্তুত কৰা হৈছিল।২১২২ শিশুৰ তালিকাৰ সকলো বস্তু মূল তালিকাখনতো অন্তৰ্ভুক্ত কৰা হৈছে।২৩ তালিকাখন আৰু টোকাসমূহ মূল তালিকাখনৰ ১৯ সংখ্যক সংস্কৰণৰ পৰা ২২ সংখ্যক সংস্কৰণৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।৪১২১৪১৭ এটা α (আলফা) য়ে ইংগিত দিয়ে যে এটা ঔষধ পৰিপূৰক তালিকাত আছে।৪১৪১৭

সংজ্ঞালোপক, অস্ত্ৰোপ্ৰচাৰৰ পূৰ্বে ব্যৱহৃত ঔষধ আৰু চিকিৎসা সম্বন্ধীয় গেছ

সাধাৰণ সংজ্ঞালোপক আৰু অক্সিজেন

উশাহৰ লগত জড়িত ঔষধ

  • হেল'থেন
  • আইছ'ফ্লুৰেন
  • নাইট্ৰাছ অক্সাইড
  • অক্সিজেন

বেজীৰে দিব পৰা ঔষধ

  • কেটামিন (Ketamine)
  • প্ৰ'প'ফ'ল (Propofol)২৪

স্থানীয় সংজ্ঞালোপক

  • বুপিভেকেইন
  • লাইডাকেইন
  • লাইডাকেইন/এপিনেফ্ৰাইন (লাইডাকেইন + এপিনেফ্ৰাইন)
  • এফিড্ৰিনα২৫

অস্ত্ৰোপ্ৰচাৰৰ পূৰ্বে ব্যৱহৃত ঔষধ আৰু হ্ৰস্বম্যাদী পদ্ধতিৰ বাবে ব্যৱহৃত প্ৰশমক

  • এট্ৰ'পিন
  • মিডাজ'লাম
  • মৰ্ফিন

চিকিৎসা সম্বন্ধীয় গেছ

  • অক্সিজেন২৬

বিষ আৰু প্ৰশমনমূলক যত্নৰ বাবে ঔষধ

নন-অপিঅ'ইড আৰু নন-ষ্টেৰ'ইডেল প্ৰতি-প্ৰদাহজনক ঔষধ (NSAIM)

  • এছিটাইলছেলিচাইক্লিক এচিড (এছপিৰিন)
  • আইবুপ্ৰ'ফেন২৭
  • পেৰাচিটামল২৮ (এছিটামিন'ফেন)

অপিঅ'ইড বেদনানাশক

  • ক'ডিন
  • ফেণ্টানিল২৯
  • মৰ্ফিন৩০
  • মিথাড'নα৩১

অন্যান্য সাধাৰণ লক্ষণৰ বাবে প্ৰশমনমূলক যত্নত ব্যৱহৃত ঔষধ

  • এমিট্ৰিপ্টিলিন
  • চাইক্লিজাইন
  • ডেক্সামিথাছ'ন
  • ডায়াজিপাম
  • ডক্যুছেট ছ'ডিয়াম
  • ফ্লুঅ'ক্সেটিন
  • হেল'পেৰিড'ল
  • য়'ছাইন বিউটাইলব্ৰ'মাইড
  • য়'ছাইন হাইড্ৰ'ব্ৰ'মাইড
  • লেক্টুল'জ
  • ল'পাৰেমাইড
  • মেট'ক্ল'প্ৰামাইড
  • মিডাজ'লাম
  • অণ্ডানছেট্ৰ'ন৩২
  • ছেনা

এণ্টিএলাৰ্জিক আৰু এনাফিলাক্সিছত ব্যৱহৃত ঔষধ

  • ডেক্সামিথাছ'ন
  • এপিনেফ্ৰাইন (এড্ৰেনেলিন)
  • হাইড্ৰ'ক'ৰ্টিছ'ন
  • ল'ৰাটাডিন৩৩৩৪
  • প্ৰেডনিছ'ল'ন৩৫

বিষক্ৰিয়াত ব্যৱহৃত প্ৰতিষেধক আৰু অন্যান্য পদাৰ্থ

অনিৰ্দিষ্ট

  • এঙাৰ, সক্ৰিয়

নিৰ্দিষ্ট

  • এচিটাইলচিষ্টিন
  • এট্ৰ'পিন
  • কেলচিয়াম গ্লুক'নেট
  • মিথাইলথিয়'নিয়াম ক্ল'ৰাইড (মিথাইলিন ব্লু)
  • নেল'ক্স'ন
  • পেনিচিলেমাইন
  • প্ৰুছিয়ান ব্লু
  • ছডিয়াম নাইট্ৰেট
  • ছডিয়াম থায়'ছালফেট
  • ডিফেৰ'ক্সেমাইনα
  • ডিমাৰকেপ্ৰ'লα
  • ফমেপিজ'লα
  • ছডিয়াম কেলচিয়াম এডিটেটα
  • ছাক্সিমাৰα

এণ্টিকনভালছেণ্ট/এণ্টিএপিলেপ্টিক

  • কাৰ্বামাজেপিন
  • ডায়াজিপাম
  • লাম'ট্ৰাইজিন৩৬
  • ল'ৰাজিপাম৩৭
  • মেগনেছিয়াম ছালফেট৩৮
  • মিডাজ'লাম৩৯
  • ফেন'বাৰ্বিটল
  • ফেনিট‌ইন৪০
  • ভালপ্ৰয়িক এচিড (ছ'ডিয়াম ভালপ্ৰয়েট)৪১
  • ইথ'ছুজিমাইডα
  • ভালপ্ৰয়িক এচিড (ছ'ডিয়াম ভালপ্ৰয়েট)α

প্ৰতি-সংক্ৰমণাত্মক ঔষধ

এণ্ঠেলমিণ্টিক

অন্ত্ৰীয় এণ্ঠেলমিণ্টিক

এলবেনডাজ'লৰ ৰাসায়নিক গঠনৰ এটা কংকাল আৰ্হি
এলবেনডাজ'লৰ ৰাসায়নিক গঠনৰ এটা কংকাল আৰ্হিছবি: Vaccinationist · Public domain
  • এলবেনডাজ'ল
  • আইভাৰমেক্টিন
  • লেভামিছ'ল
  • মেবেনডাজ'ল
  • নিক্ল'ছেমাইড
  • প্ৰাজিকোৱাণ্টেল
  • পাইৰেণ্টেল

এণ্টিফিলাৰিয়েল

  • এলবেনডাজ'ল
  • ডাইইথাইলকাৰ্বামেজাইন
  • আইভাৰমেক্টিন

এণ্টিচিষ্ট'ছ'মেল আৰু অন্যান্য এণ্টিনিমাট'ড ঔষধ

  • প্ৰাজিকোৱাণ্টেল
  • ট্ৰাইক্লাবেনডাজ'ল
  • অ'ক্সাম্নিকুইনα৪২

চিষ্টিচাইডেল ঔষধ

  • এলবেনডাজ'লα
  • মেবেনডাজ'লα
  • প্ৰাজিকোৱাণ্টেলα

এণ্টিবেক্টেৰিয়েল

এক্সেছ গ্ৰুপ এণ্টিবায়'টিক

  • এমিকাচিন
  • এম'ক্সিচিলিন
  • এম'ক্সিচিলিন/ক্লভালেনিক এচিড (এম'ক্সিচিলিন + ক্লভালেনিক এচিড)
  • এম্পিচিলিন
  • বেনজাথিন বেনজাইলপেনিচিলিন
  • বেনজাইলপেনিচিলিন
  • চেফালেক্সিন
  • চেফাজ'লিন৪৩
  • ক্ল'ৰামফেনিকল৪৪
  • ক্লিণ্ডামাইচিন
  • ক্ল'ক্সাচিলিন৪৫৪৬
  • ড'ক্সিচাইক্লিন৪৭
  • জেণ্টামাইচিন
  • মেট্ৰ'নিডাজ'ল
  • নাইট্ৰ'ফুৰানট‌ইন
  • ফিন'ক্সিমিথাইলপেনিচিলিন (পেনিচিলিন ভি)
  • প্ৰ'কাইন বেনজাইলপেনিচিলিন৪৮
  • স্পেক্টিন'মাইচিন
  • ছালফামিথ'ক্সাজ'ল/ট্ৰাইমিথ'প্ৰিম (ছালফামিথ'ক্সাজ'ল + ট্ৰাইমিথ'প্ৰিম)
  • ট্ৰাইমিথ'প্ৰিম

ৱাট্‌ছ গ্ৰুপ এণ্টিবায়'টিক

  • এজিথ্ৰ'মাইচিন
  • চেফিক্সিম
  • চেফ'টাক্সিম৪৯
  • চেফট্ৰিএক্স'ন৫০৫১
  • চেফুৰ'ক্সিম
  • চিপ্ৰ'ফ্ল'ক্সাচিন
  • ক্লেৰিথ্ৰ'মাইচিন৫২
  • পাইপাৰাচিলিন/টাজ'বেক্টাম (পাইপাৰাচিলিন + টাজ'বেক্টাম)
  • ভেনক'মাইচিন
  • চেফ্টাজিডিমα
  • মেৰ'পেনেমα৫৩
  • ভেনক'মাইচিনα

ৰিজাৰ্ভ গ্ৰুপ এণ্টিবায়'টিক

ৰিজাৰ্ভ এণ্টিবায়'টিকখিনিয়েই হৈছে সৰ্বশেষ এণ্টিবায়'টিক।

  • চেফিডেৰ'ক'লα
  • চেফ্টাজিডিম/এভিবেক্টাম (চেফ্টাজিডিম + এভিবেক্টাম)α
  • ক'লিষ্টিনα
  • ফ'চফ'মাইচিনα
  • লাইনজ'লিডα
  • মেৰ'পেনেম/ভেব'ৰবেক্টাম (মেৰ'পেনেম + ভেব'ৰবেক্টাম)α
  • প্লাজ'মিচিনα
  • পলিমাইক্সিন বিα

কুষ্ঠৰোগ প্ৰতিৰোধী ঔষধ

  • ক্ল'ফাজিমিন
  • ডেপছ'ন
  • ৰিফামপিচিন

যক্ষ্মা প্ৰতিৰোধী ঔষধ

ইথামবিউটলৰ বিশুদ্ধ স্ফটিক
ইথামবিউটলৰ বিশুদ্ধ স্ফটিকছবি: Rillke · CC BY-SA 3.0
  • ইথামবিউটল
  • ইথামবিউটল/আইছ'নিয়াজিড/পাইৰাজিনামাইড/ৰিফামপিচিন (ইথামবিউটল + আইছ'নিয়াজিড + পাইৰাজিনামাইড + ৰিফামপিচিন)
  • ইথামবিউটল/আইছ'নিয়াজিড/ৰিফামপিচিন (ইথামবিউটল + আইছ'নিয়াজিড + ৰিফামপিচিন)
  • আইছ'নিয়াজিড
  • আইছ'নিয়াজিড/পাইৰাজিনামাইড/ৰিফামপিচিন (আইছ'নিয়াজিড + পাইৰাজিনামাইড + ৰিফামপিচিন)
  • আইছ'নিয়াজিড/ৰিফামপিচিন (আইছ'নিয়াজিড + ৰিফামপিচিন)
  • আইছ'নিয়াজিড/ৰিফাপেণ্টিন (আইছ'নিয়াজিড + ৰিফাপেণ্টিন)
  • ম'ক্সিফ্ল'ক্সাচিন
  • পাইৰাজিনামাইড
  • ৰিফাবিউটিন৫৪
  • ৰিফামপিচিন
  • ৰিফাপেণ্টিন
  • এমিকাচিনα
  • এম'ক্সিচিলিন/ক্লভালেনিক এচিড (এম'ক্সিচিলিন + ক্লভালেনিক এচিড)α৫৫
  • বেডাকুইলিনα৫৬
  • ক্ল'ফাজিমাইনα
  • চাইক্ল'ছেৰিনα৫৭
  • ডেলামানিদα
  • ইথিয়নেমাইডα৫৮
  • লেভ'ফ্ল'ক্সাচিনα
  • লাইনজ'লিডα
  • মেৰ'পেনেমα৫৯
  • ম'ক্সিফ্ল'ক্সাচিনα
  • পি-এমিন'ছেলিচাইক্লিক এচিডα
  • ষ্ট্ৰেপ্ট'মাইচিনα

এণ্টিফাংগেল ঔষধ

  • এম্ফ'টেৰিচিন বি
  • ক্ল'ট্ৰিমাজ'ল
  • ফ্লুক'নাজ'ল
  • ফ্লুচাইট'ছিন
  • গ্ৰিছিঅ'ফালভিন
  • ইট্ৰাক'নাজ'ল৬০
  • নিছটেটিন
  • ভ'ৰিক'নাজ'ল৬১
  • মাইকাফাংগিনα৬২
  • পটাছিয়াম আয়'ডাইডα

এণ্টিভাইৰেল ঔষধ

এণ্টিহাৰ্পিছ ঔষধ

  • এচিক্ল'ভিৰ৬৩

নিউক্লিঅ'ছাইড/নিউক্লিঅ'টাইড ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ ইনহিবিটৰ

  • আবাকাভিৰ
  • লামিভুডাইন
  • টেন'ফ'ভিৰ ডিছ'প্ৰক্সিল ফিউমাৰেট৬৪
  • জিড'ভুডাইন

নন-নিউক্লিঅ'ছাইড ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ ইনহিবিটৰ

  • এফাভিৰেঞ্জ
  • নেভিৰাপাইন

প্ৰ'টিয়েজ ইনহিবিটৰ

এটাজানাভিৰৰ দুটা কেপচুল
এটাজানাভিৰৰ দুটা কেপচুলছবি: No machine-readable author provided. Bastique assumed (based on copyright claims · CC BY-SA 3.0
  • এটাজানাভিৰ/ৰিট'নাভিৰ (এটাজানাভিৰ + ৰিট'নাভিৰ)
  • ডাৰুনাভিৰ
  • ল'পিনাভিৰ/ৰিট'নাভিৰ (ল'পিনাভিৰ + ৰিট'নাভিৰ)
  • ৰিট'নাভিৰ

ইণ্টিগ্ৰেজ ইনহিবিটৰ

  • ডলুটেগ্ৰাভিৰ
  • ৰাল্টেগ্ৰাভিৰ৬৫

এণ্টিৰেট্ৰ'ভাইৰেল ঔষধৰ ফিক্সড্-ড'জ কম্বিনেশ্যন

  • এবাকাভিৰ/লামিভুডিন (এবাকাভিৰ + লামিভুডিন)
  • ডল্যুটগ্ৰাভিৰ/লামিভুডিন/টেন'ফ'ভিৰ (ডল্যুটগ্ৰাভিৰ + লামিভুডিন + টেন'ফ'ভিৰ)
  • এফাভিৰেঞ্জ/এমট্ৰিচিটাবিন/টেন'ফ'ভিৰ৬৬
  • এফাভিৰেঞ্জ/লামিভুডিন/টেন'ফ'ভিৰ (এফাভিৰেঞ্জ + লামিভুডিন + টেন'ফ'ভিৰ)
  • এমট্ৰিচিটাবিন/টেন'ফ'ভিৰ (এমট্ৰিচিটাবিন + টেন'ফ'ভিৰ)৬৬৬৭
  • লামিভুডিন/জিড'ভুডিন (লামিভুডিন + জিড'ভুডিন)

এইচ আই ভি সম্পৰ্কীয় সুবিধাবাদী সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঔষধ

  • আইছ'নিয়াজিড/পাইৰিড'ক্সিন/ছালফামিথ'ক্সাজ'ল/ট্ৰাইমিথ'প্ৰিম (আইছ'নিয়াজিড + পাইৰিড'ক্সিন + ছালফামিথ'ক্সাজ'ল + ট্ৰাইমিথ'প্ৰিম)

অন্যান্য এণ্টিভাইৰেল ঔষধ

  • ৰিবাভিৰিন৬৮
  • ভাল্গানচিক্ল'ভিৰ৬৯
  • অ'ছেল্টামিভিৰα৭০
  • ভাল্গানচিক্ল'ভিৰα৭১

নিউক্লিঅ'ছাইড/নিউক্লিঅ'টাইড ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ ইনহিবিটৰ

  • এণ্টেকাভিৰ
  • টেন'ফ'ভিৰ

পানজেন'টাইপিক ডাইৰেক্ট-এক্টিং এণ্টিভাইৰেল কম্বিনেশ্যন

  • ডাক্লাটাছভিৰ৭২
  • ডাক্লাটাছভিৰ/ছ'ফ'ছবুভিৰ (ডাক্লাটাছভিৰ + ছ'ফ'ছবুভিৰ)
  • গ্লেকাপ্ৰেভিৰ/পিব্ৰেন্টাছভিৰ (গ্লেকাপ্ৰেভিৰ + পিব্ৰেন্টাছভিৰ)
  • ছ'ফ'ছবুভিৰ৭৩
  • ছ'ফ'ছবুভিৰ/ভেলপাটাছভিৰ (Sofosbuvir/ছ'ফ'ছবুভিৰ + ভেলপাটাছভিৰ)

নন-পানজেন'টাইপিক ডাইৰেক্ট-এক্টিং এণ্টিভাইৰেল কম্বিনেশ্যন

  • দাছাবুভিৰ
  • লেডিপাছভিৰ/ছ'ফ'ছবুভিৰ (লেডিপাছভিৰ + ছ'ফ'ছবুভিৰ)
  • অ'ম্বিটাছভিৰ/পাৰিটাপ্ৰেভিৰ/ৰিট'নাভিৰ (অ'ম্বিটাছভিৰ + পাৰিটাপ্ৰেভিৰ + ৰিট'নাভিৰ)

হেপাটাইটিছ চিৰ বাবে অন্যান্য এণ্টিভাইৰেল

  • ৰিবাভিৰিন৭৪
  • পেগাইলেটেড ইন্টাৰফেৰ'ন-আলফা-২এ বা পেগাইলেটেড ইন্টাৰফেৰ'ন-আলফা-২বিα৭৫

এণ্টিপ্ৰট'য'ৱা ঔষধ

এণ্টিএমিবিক আৰু এণ্টিগিয়াৰ্ডিয়াছিছ ঔষধ

  • ডিল'জেনাইড
  • মেট্ৰ'নিডাজ'ল৭৬

এণ্টিলেছমেনিয়াছিছ ঔষধ

  • এম্ফ'টেৰিচিন বি
  • মিল্টেফ'ছিন
  • পাৰ'ম'মাইচিন
  • ছ'ডিয়াম ষ্টিব'গ্লুক'নেট বা মেগ্লুমাইন এণ্টিম'নিয়েট

নিৰাময়মূলক চিকিৎসাৰ বাবে

  • এম'ডিয়াকুইন৭৭
  • আৰ্টেমিথাৰ৭৮
  • আৰ্টেমিথাৰ/লিউমফেণ্ট্ৰাইন (আৰ্টেমিথাৰ + লিউমফেণ্ট্ৰাইন)৭৯
  • আৰ্টেছুনেট৮০
  • আৰ্টেছুনেট/এম'ডিয়াকুইন (আৰ্টেছুনেট + এম'ডিয়াকুইন)৮১
  • আৰ্টেছুনেট/মেফ্ল'কুইন (আৰ্টেছুনেট + মেফ্ল'কুইন)
  • আৰ্টেছুনেট/পাইৰ'নেৰাডিন টেট্ৰাফছফেট (আৰ্টেছুনেট + পাইৰ'নেৰাডিন টেট্ৰাফছফেট)
  • ক্ল'ৰ'কুইন৮২
  • ডাইহাইড্ৰ'আৰ্টেমিছিনিন/পাইপাৰেকুইন ফছফেট (ডাইহাইড্ৰ'আৰ্টেমিছিনিন + পাইপাৰেকুইন ফছফেট)
  • ড'ক্সিচাইক্লিন৮৩
  • মেফ্ল'কুইন৭৭
  • প্ৰাইমাকুইন৮৪
  • কুইনাইন৮৫
  • ছালফাড'ক্সিন/পাইৰিমিথামাইন (ছালফাড'ক্সিন + পাইৰিমিথামাইন)৮৬

কেম'প্ৰিভেনশ্যনৰ বাবে

  • এম'ডায়াকুইন + ছালফাড'ক্সিন/পাইৰিমিথামাইন (Co-packaged)
  • ক্ল'ৰ'কুইন৮৭
  • ড'ক্সিচাইক্লিন
  • মেফ্ল'কুইন
  • প্ৰ'গুৱানিল৮৮
  • ছালফাড'ক্সিন/পাইৰিমিথামাইন (ছালফাড'ক্সিন + পাইৰিমিথামাইন)

এণ্টিনিউম'চিষ্ট'ছিছ আৰু এণ্টিট'ক্স'প্লাছম'ছিছ ঔষধ

  • পাইৰিমিথামাইন
  • ছালফাডিয়াজিন
  • ছালফামিথ'ক্সাজ'ল/ট্ৰাইমিথ'প্ৰিম (ছালফামিথ'ক্সাজ'ল + ট্ৰাইমিথ'প্ৰিম)
  • পেণ্টামিডিনα

আফ্ৰিকান ট‌্ৰাইপান'ছ'মিয়াছিছ

  • ফেক্সিনিডাজ'ল৮৯

প্ৰথম স্তৰৰ আফ্ৰিকান ট‌্ৰাইপান'ছ'মিয়াছিছৰ চিকিৎসাৰ বাবে ঔষধ

  • পেণ্টামিডিন৯০
  • ছুৰামিন ছ'ডিয়াম৯১

দ্বিতীয় স্তৰৰ আফ্ৰিকান ট‌্ৰাইপান'ছ'মিয়াছিছৰ চিকিৎসাৰ বাবে ঔষধ

  • এফ্ল'ৰনিথিন৯২
  • মেলাৰ্ছ'প্ৰ'ল
  • নাইফুৰ্টিম'ক্স৯৩
  • মেলাৰ্ছ'প্ৰ'লα

আমেৰিকান ট্ৰাইপান'ছ'মিয়াছিছ

  • বেনজনিডাজ'ল
  • নাইফুৰ্টিম'ক্স

এক্টোপাৰাছিটিক সংক্ৰমণৰ বাবে ঔষধ

  • আইভাৰমেক্টিন

মাইগ্ৰেইণ প্ৰতিৰোধী ঔষধ

তীব্ৰ আক্ৰমণৰ চিকিৎসাৰ বাবে

  • এচিটাইলছেলিচাইলিক এচিড (এছপিৰিন) [Acetylsalicylic acid (Aspirin)]
  • আইবুপ্ৰ'ফেন (Ibuprofen)
  • পেৰাচিটামল (এচিটামিন'ফেন) [Paracetamol (Acetaminophen)]
  • ছুমাট্ৰিপ্টান (Sumatriptan)

প্ৰ'ফিলাক্সিছৰ বাবে

  • প্ৰ'প্ৰেন'ল'ল

ইমিউন'মডিউলেটৰ আৰু এণ্টিনিঅ'প্লাষ্টিক

অ-মাৰাত্মক ৰোগৰ বাবে ইমিউন'মডিউলেটৰ

  • এডালিমুমাবα৯৪
  • এজাথিঅ'প্ৰিনα
  • চিক্ল'স্পৰিনα
  • টেক্ৰ'লিমাছα

এণ্টিনিঅ'প্লাষ্টিক আৰু সহায়ক ঔষধ

চাইট'টক্সিক ঔষধ

  • আৰ্ছেনিক ট্ৰাইঅক্সাইডα
  • এছপাৰাগিনেজα৯৫
  • বেনডামুষ্টিনα
  • ব্লিঅ'মাইচিনα
  • কেলচিয়াম ফ'লিনেটα
  • কেপচিটাবিনα
  • কাৰ্ব'প্লেটিনα
  • ক্ল'ৰামবুচিলα
  • চিছপ্লেটিনα
  • চাইক্ল'ফছফেমাইডα
  • চাইটেৰাবিনα
  • ডাকাৰ্বাজিনα
  • ডাক্টিন'মাইচিনα
  • ডৌন'ৰুবিচিনα
  • ডচিটাক্সেলα
  • ডক্সুৰুবিচিনα
  • এট'প'ছাইডα
  • ফ্লুডাৰাবিনα
  • ফ্লু'ৰ'ৰাচিলα
  • জেমচিটাবিনα
  • হাইড্ৰ'ক্সিকাৰ্বামাইডα
  • আইফ'ছফেমাইডα
  • আইৰিন'টেকানα
  • মেলফেলানα
  • মেৰ্কাপ্ট'পুৰিনα
  • মিথ'ট্ৰিক্সেটα
  • অ'ক্সালিপ্লেটিনα
  • পাক্লিটাক্সেলα
  • পেগাছপাৰগেজα৯৫
  • প্ৰ'কাৰ্বাজিনα
  • ৰিয়েলগাৰ ইণ্ডিগ' নেচাৰেলিছ ফৰ্মূলেশ্যনα
  • টায়'গুৱানিনα
  • ভিনব্লাষ্টিনα
  • ভিনক্ৰিষ্টিনα
  • ভিন'ৰেলবানα

টাৰ্গেটেড থেৰাপি

  • অল-ট্ৰান্স ৰেটিনয়িক এচিড (ট্ৰেটিনয়িন) (ATRA)α
  • বৰ্টেজ'মিবα
  • ডাছাটিনিবα
  • এৰ্ল'টিনিবα৯৬
  • এভেৰ'লিমাছα
  • আইব্ৰুটিনিবα
  • ইমাটিনিবα
  • নিল'টিনিবα
  • ৰিটুক্সিমেবα৯৫
  • ট্ৰাষ্টুজুমাবα৯৫

ইমিউন'মডিউলেটৰ

  • ফিলগ্ৰেষ্টিমα৯৫
  • লেনালিড'মাইডα
  • নিভ'লুমেবα৯৭
  • থালিড'মাইডα

হ'ৰমন আৰু প্ৰতিহ'ৰমন

  • এবিৰাটেৰ'নα৯৮
  • এনাষ্ট্ৰ'জ'লα৯৯
  • বাইকেলুটামাইডα১০০
  • ডেক্সামিথাছ'নα
  • হাইড্ৰ'কৰ্টিছ'নα
  • লিউপ্ৰ'ৰেলিনα১০১
  • মিথাইলপ্ৰিড্‌নিছ'ল'নα
  • প্ৰিড্‌নিছ'ল'নα১০২
  • টাম'ক্সিফেনα

সহায়ক ঔষধ

  • এল্ল'পুৰিন'লα
  • মেছ্‌নাα
  • ৰছবুৰিকেজα
  • জ'লেড্ৰনিক এচিডα

এণ্টিপাৰকিনছনিজ্‌ম ঔষধ

  • বাইপেৰিডেন১০৩
  • লেভ'ড'পা/কাৰ্বিড'পা (লেভ'ড'পা + কাৰ্বিড'পা)১০৪

তেজত প্ৰভাৱ পেলোৱা ঔষধ

এনিমিয়া প্ৰতিৰোধী ঔষধ

  • ফেৰাছ লৱণ
  • ফেৰাছ লৱণ/ফ'লিক এচিড (ফেৰাছ লৱণ + ফ'লিক এচিড)
  • ফ'লিক এচিড১০৫
  • হাইড্ৰ'ক্স'কবালামিন
  • এৰিথ্ৰ'পয়েছিছ-ষ্টিমুলেটিং এজেণ্টα১০৬

তেজ গোট মৰাত প্ৰভাৱ পেলোৱা ঔষধ

  • ডাবিগাট্ৰান১০৭
  • এন'ক্সাপাৰিন১০৮
  • হেপাৰিন ছ'ডিয়াম
  • ফাইট'মেনাডিঅ'ন
  • প্ৰ'টেমাইন ছালফেট
  • ট্ৰানেক্সামিক এচিড
  • ৱাৰ্ফাৰিন
  • ডেছম'প্ৰেছিনα
  • হেপাৰিন ছ'ডিয়ামα
  • প্ৰ'টেমাইন ছালফেটα
  • ৱাৰ্ফাৰিনα

হেম'গ্ল'বিন'পেথিৰ বাবে অন্যান্য ঔষধ

  • ডিফেৰ'ক্সেমাইনα১০৯
  • হাইড্ৰ'ক্সিকাৰ্বেমাইডα

মানৱ দেহৰ তেজৰ দ্ৰব্য আৰু প্লাজমাৰ বিকল্প

তেজ আৰু তেজৰ উপাদান

এক ইউনিট সতেজ শীতল প্লাজমা থকা এটা বেগ
এক ইউনিট সতেজ শীতল প্লাজমা থকা এটা বেগছবি: DiverDave · CC BY-SA 3.0
  • সতেজ শীতল প্লাজমা
  • অনুচক্ৰিকা
  • লোহিত ৰক্ত কোষ
  • সম্পূৰ্ণ তেজ

প্লাজমাৰ পৰা আহৰণ কৰা ঔষধ

হিউমেন ইমিউন'গ্ল'বুলিন

  • ৰ'(ডি) ইমিউন গ্ল'বুলিন (এণ্টি-ডি ইমিউন'গ্ল'বুলিন)
  • এণ্টি-ৰেবিজ ইমিউন'গ্ল'বুলিন
  • এণ্টি-টিটানাছ ইমিউন'গ্ল'বুলিন
  • সাধাৰণ ইমিউন'গ্ল'বুলিনα

তেজ গোট মৰা কাৰক

  • তেজ গোট মৰা কাৰক VIIIα
  • তেজ গোট মৰা কাৰক IXα

প্লাজমাৰ বিকল্প

  • ডেক্সট্ৰান ৭০১১০

কাৰ্ডিঅ'ভাস্কুলাৰ ঔষধ

এণ্টিএঞ্জিনেল ঔষধ

  • বিছ'প্ৰ'ল'ল১১১
  • গ্লিচাৰিল ট্ৰাইনাইট্ৰেট
  • আইছ'ছ'ৰবাইড ডাইনাইট্ৰেট
  • ভেৰাপামিল

এণ্টিএৰিথমিক ঔষধ

  • বিছ'প্ৰ'ল'ল১১১
  • ডিজ'ক্সিন
  • এপিনেফ্ৰাইন (এড্ৰেনেলিন)
  • লাইডাকেইন
  • ভেৰাপামিল
  • এমিঅ'ডাৰ'নα

এণ্টিহাইপাৰটেনছিভ ঔষধ

  • এম্ল'ডিপিন১১২
  • বিছ'প্ৰ'ল'ল১১৩
  • এনালাপ্ৰিল১১৪
  • হাইড্ৰালেজিন১১৫
  • হাইড্ৰ'ক্ল'ৰ'থায়াজাইড১১৬
  • লিছিন'প্ৰিল/এম্ল'ডিপিন (লিছিন'প্ৰিল + এম্ল'ডিপিন)১১৭
  • লিছিন'প্ৰিল/হাইড্ৰ'ক্ল'ৰ'থায়াজাইড (লিছিন'প্ৰিল + হাইড্ৰ'ক্ল'ৰ'থায়াজাইড)১১৮
  • ল'ছাৰ্টান১১৯
  • মিথাইলড'পা১২০
  • টেল্মিছাৰ্টান/এম্ল'ডিপিন (টেল্মিছাৰ্টান + এম্ল'ডিপিন)১২১
  • টেল্মিছাৰ্টান/হাইড্ৰ'ক্ল'ৰ'থিয়াজাইড (টেল্মিছাৰ্টান + হাইড্ৰ'ক্ল'ৰ'থিয়াজাইড)১২২
  • ছ'ডিয়াম নাইট্ৰ'প্ৰুছাইডα

হৃদযন্ত্ৰ বিকল হ'লে ব্যৱহাৰ কৰা ঔষধ

  • বিছ'প্ৰ'ল'ল১১১
  • ডিজ'ক্সিন
  • এনালাপ্ৰিল১২৩
  • ফিউৰ'ছেমাইড১২৪
  • হাইড্ৰ'ক্ল'ৰ'থিয়াজাইড১১৬
  • ল'ছাৰ্টান১১৯
  • স্পিৰ'ন'লেক্ট'ন
  • ড'পামিনα

এণ্টিথ্ৰম্ব'টিক ঔষধ

প্ৰতি-অনুচক্ৰিকা ঔষধ

  • এচিটাইলছেলিচাইক্লিক এচিড (এছপিৰিন)
  • ক্লপিড'গ্ৰেল

থ্ৰম্ব'লাইটিক ঔষধ

  • অল্টিপ্লেজα
  • ষ্ট্ৰেপ্ট'কাইনেজα

লিপিড-হ্ৰাসকাৰী কাৰক

  • ছিমভাষ্টেটিন১২৫

ছালৰ ঔষধ (ট'পিকেল মেডিকেশ্যন)

ভেঁকুৰ প্ৰতিৰোধী ঔষধ

  • মাইকনাজ'ল১২৬
  • ছেলেনিয়াম ছালফাইড
  • ছডিয়াম থায়'ছালফেট
  • টাৰবিনেফাইন

সংক্ৰমণ প্ৰতিৰোধী ঔষধ

  • মিউপিৰ'চিন
  • পটাছিয়াম পাৰমাঙ্গানেট
  • ছিলভাৰ ছালফাডায়াজিন

প্ৰতি-প্ৰদাহজনক আৰু এণ্টিপ্ৰুৰিটিক ঔষধ

  • বিটামিথাছ'ন১২৭
  • কেলামাইন
  • হাইড্ৰ'কৰ্টিছ'ন১২৮

স্কিন ডিফাৰেনচিয়েশ্যন আৰু প্ৰলিফেৰেশ্যনত প্ৰভাৱ পেলোৱা ঔষধ

  • বেনজয়িল পেৰ'ক্সাইড
  • কেলচিপ'ট্ৰিয়'ল১২৯
  • আলকতৰা
  • ফ্লুৰ'ৰাচিল
  • পড'ফিলাম ৰেজিন১৩০
  • ছেলিচাইক্লিক এচিড
  • ইউৰিয়া

স্কেবিচাইড আৰু পেডিকুলিচাইড

  • বেনজাইল বেনজৱেট১৩১
  • পাৰমিথ্ৰিন

ৰোগ নিৰ্ণয়কাৰী কাৰক

চকু-সম্বন্ধীয় ঔষধ

  • ফ্লুৰ'ছিন
  • ট্ৰ'পিকামাইড১৩২

ৰেডিঅ'কন্‌ট্ৰাষ্ট মিডিয়া

  • এমিড'ট্ৰাইজ'ৱেট
  • বেৰিয়াম ছালফেট
  • আয়'হেক্স'ল
  • বেৰিয়াম ছালফেটα
  • মেগ্লুমাইন আয়'ট্ৰ'ক্সেটα

বীজাণু প্ৰতিৰোধী আৰু বীজাণুনাশক

বীজাণু প্ৰতিৰোধী

  • ক্ল'ৰহেক্সিডিন
  • ইথান'ল১৩৩
  • পভিড'ন আয়'ডিন১৩৪

বীজাণুনাশক

  • হেণ্ড ছেনিটাইজাৰ
  • ক্লৰিণ-ৰিলিজিং কম্পাউণ্ড
  • ক্ল'ৰ'জাইলেন'ল১৩৫
  • গ্লুটাৰেল

ডাইইউৰেটিক্স

  • এমিল'ৰাইড
  • ফিউৰ'ছিমাইড১৩৬
  • হাইড্ৰ'ক্ল'ৰ'থায়াজাইড১১৬
  • মান্নিট'ল
  • স্পাইৰ'ন'লেক্ট'ন
  • হাইড্ৰ'ক্ল'ৰ'থায়াজাইডα১৩৭
  • মান্নিট'লα
  • স্পাইৰ'ন'লেক্ট'নα

গেষ্ট্ৰ'ইণ্টেষ্টাইনেল ঔষধ

  • অগ্নাশয়ৰ উৎসেচকα

আলচাৰ প্ৰতিৰোধী ঔষধ

এণ্টিএমেটিক ঔষধ

  • ডেক্সামিথাছ'ন
  • মেট'ক্ল'প্ৰেমাইড
  • অনডানছেট্ৰ'ন৩২
  • এপ্ৰেপিটেণ্টα

প্ৰতি-প্ৰদাহজনিত ঔষধ

  • ছালফাছেলাজিন১৪০
  • হাইড্ৰ'ক'ৰ্টিছ'নα
  • প্ৰেডনিছ'ল'নα

ৰেচক বা ভেদকাৰী ঔষধ

হাগনিত ব্যৱহৃত ঔষধ

  • অ'ৰেল ৰিহাইড্ৰেশ্যন লৱণ + জিংক ছালফেট (Co-packaged)

অ'ৰেল ৰিহাইড্ৰেশ্যন

  • অ'ৰেল ৰিহাইড্ৰেশ্যন লৱণ

হাগনিৰ ঔষধ

অন্তঃস্ৰাৱী বিকাৰৰ ঔষধ

এড্ৰিনেল হৰম'ন আৰু কৃত্ৰিম বিকল্প

  • ফ্লুড্ৰ'কৰ্টিছ'ন
  • হাইড্ৰ'কৰ্টিছ'ন

এণ্ড্ৰ'জেন

  • টেষ্ট'ষ্টেৰণα

ইষ্ট্ৰ'জেন

এই শাখাত কোনো তালিকা নাই।

প্ৰ'জেষ্টেৰণ

  • মিড্ৰ'ক্সিপ্ৰ'জেষ্টেৰণ এচিটেট১৪৩

মধুমেহৰ ঔষধ

ইনছুলিন

  • দ্ৰৱণীয় ইনছুলিন৯৫
  • ইণ্টাৰমিডিয়েট-এক্টিং ইনছুলিন৯৫
  • লং-এক্টিং ইনছুলিন এনাল'গ১৪৪

অ'ৰেল হাইপ'গ্লাইকেমিক এজেণ্ট

  • এম্পাগ্লিফ্ল'জিন১৪৫
  • গ্লিক্লাজাইড১৪৬
  • মেটফৰমিন
  • মেটফৰমিনα

হাইপ'গ্লাইকেমিয়াৰ ঔষধ

  • গ্লুকাগন
  • ডায়াজ'ক্সাইডα

থাইৰয়ড হৰম'ন আৰু এণ্টিথাইৰয়ড ঔষধ

  • লেভ'থাইৰ'ক্সিন
  • পটাছিয়াম আয়'ডাইড
  • মিথিমাজ'ল১৪৭
  • প্ৰপিলথিঅ'ইউৰাচিল১৪৮
  • লিউগলৰ দ্ৰৱα
  • মিথিমাজ'লα১৪৭
  • পটাছিয়াম আয়'ডাইডα
  • প্ৰপিলথিঅ'ইউৰাচিলα১৪৯

ৰোগ প্ৰতিৰোধ সংক্ৰান্তীয় ঔষধ

ৰোগ নিৰ্ণয়কাৰী কাৰক

  • টিউবাৰকুলিন, বিশুদ্ধ প্ৰ'টিন ডিৰাইভেটিভ (PPD)

ছেৰা, ইমিউন'গ্ল'বুলিন আৰু মন'ক্ল'নেল এণ্টিবডি

  • এণ্টি-ৰেবিজ ভাইৰাছ মন'ক্ল'নেল এণ্টিবডিসমূহ৯৫
  • এণ্টিভেনম ইমিউন'গ্ল'বুলিন১৫০
  • ডিফথেৰিয়া এণ্টিট'ক্সিন
  • ইকুইন ৰেবিজ ইমিউন'গ্ল'বুলিন

টীকাসমূহ

মুখত দিয়া কলেৰাৰ টীকাৰ এটা সৰু বটল
মুখত দিয়া কলেৰাৰ টীকাৰ এটা সৰু বটলছবি: Dvermeirre · CC BY-SA 4.0

সকলোৰে বাবে বাঞ্ছনীয়

  • বিচিজি টীকা
  • ডিফথেৰিয়া টীকা
  • হেম'ফিলাছ ইনফ্লুৱেঞ্জা টাইপ বি টীকা
  • হেপাটাইটিছ বি টীকা
  • হিউমেন পাপিল'মা ভাইৰাছ (HPV) টীকা
  • সৰু আইৰ টীকা
  • পাৰটিউছিছ টীকা
  • নিউম'ক'ক্কেল টীকা
  • পলিঅ'মাইলিটিছ টীকা
  • ৰ'টাভাইৰাছ টীকা
  • ৰুবেলা টীকা
  • টিটানাছ টীকা

কিছুমান অঞ্চলৰ বাবে বাঞ্ছনীয়

  • জাপানীজ এনকেফেলাইটিছ টীকা১৫১
  • টিক-ব'ৰ্ণ্ এনকেফেলাইটিছ টীকা১৫১
  • হালধীয়া জ্বৰৰ টীকা১৫১

কিছুমান উচ্চ বিপদজনক জনসংখ্যাৰ বাবে বাঞ্ছনীয়

  • কলেৰাৰ টীকা১৫২
  • ডেঙ্গুৰ টীকা১৫২
  • হেপাটাইটিছ এ টীকা১৫২
  • মেনিঙ্গ'ক'ক্কেল মেনিনজাইটিছ টীকা১৫২
  • ৰেবিজৰ টীকা১৫২
  • টাইফয়ডৰ টীকা১৫২

বিশেষ বৈশিষ্ট্য বিশিষ্ট প্ৰতিষেধক কাৰ্যসূচীৰ বাবে বাঞ্ছনীয়

  • ইনফ্লুৱেঞ্জাৰ টীকা (ঋতু অনুযায়ী)১৫৩
  • মাম্প্‌ছৰ টীকা১৫৩
  • ভেৰিচেলা টীকা১৫৩

পেশী শিথিলকাৰী (আনুষঙ্গিকভাৱে কাম কৰা) আৰু কলিনষ্টেৰেজ প্ৰতিৰোধক

  • এট্ৰাকুৰিয়াম
  • নিঅ'ষ্টিগ্‌মাইন
  • ছুক্সামিথ'নিয়াম
  • ভেক্যুৰ'নিয়াম
  • পাইৰিড'ষ্টিগ্‌মাইনα
  • ভেক্যুৰ'নিয়ামα

চকু চিকিৎসাৰ প্ৰস্তুতি

সংক্ৰমণ প্ৰতিৰোধী কাৰক

  • এচিক্ল'ভিৰ
  • এজিথ্ৰ'মাইচিন
  • এৰিথ্ৰ'মাইচিন১৫৪
  • জেণ্টামিচিন১৫৫
  • নেটামাইচিন
  • অফ্ল'ক্সাচিন১৫৬
  • টেট্ৰাচাইক্লিন১৫৭

প্ৰতি-প্ৰদাহজনক কাৰক

  • প্ৰিড্‌নিছ'ল'ন

স্থানীয় এনাস্থেটিক

মায়'টিক আৰু এণ্টিগ্লুক’মা ঔষধ

  • এচিটাজ'লেমাইড
  • লেটান'প্ৰষ্ট
  • পিল'কাৰ্পিন১৫৯
  • টিম'ল'ল১৬০

মাইড্ৰিয়াটিক

  • এট্ৰ'পিন১৬১
  • এপিনেফ্ৰাইন (এড্ৰেনেলিন)α

এণ্টি-ভাস্কুলাৰ এণ্ড'থেলিয়েল গ্ৰ'থ ফেক্টৰ (VEGF)

  • বেভাকিজুমাবα৯৫

প্ৰজনন স্বাস্থ্য আৰু প্ৰসৱকালীন যত্নৰ বাবে ঔষধ

গৰ্ভনিৰোধক ঔষধ

মুখেৰে গ্ৰহণ কৰা হৰম'নযুক্ত গৰ্ভনিৰোধক

  • ইথিনাইল‌্‌ইষ্ট্ৰাডিঅ'ল/লেভ'ন'ৰজেষ্ট্ৰেল (ইথিনাইল‌্‌ইষ্ট্ৰাডিঅ'ল + লেভ'ন'ৰজেষ্ট্ৰেল)
  • ইথিনাইল‌্‌ইষ্ট্ৰাডিঅ'ল/ন'ৰ‌এথিষ্টেৰ'ণ (ইথিনাইল‌্‌ইষ্ট্ৰাডিঅ'ল + ন'ৰ‌এথিষ্টেৰ'ণ)
  • লেভ'ন'ৰজেষ্ট্ৰেল
  • উলিপ্ৰিষ্টেল

বেজীৰে গ্ৰহণ কৰা হৰম'নযুক্ত গৰ্ভনিৰোধক

  • ইষ্ট্ৰাডিঅ'ল চাইপিঅ'নেট/মিড্ৰ'ক্সিপ্ৰজেষ্টেৰ'ণ এচিটেট (ইষ্ট্ৰাডিঅ'ল চাইপিঅ'নেট + মিড্ৰ'ক্সিপ্ৰজেষ্টেৰ'ণ এচিটেট)
  • মিড্ৰ'ক্সিপ্ৰজেষ্টেৰ'ণ এচিটেট
  • ন'ৰ‌ইথিষ্টেৰ'ণ এনেনটেট

ইণ্ট্ৰাইউটেৰাইন সঁজুলি (IUD)

  • কপাৰ থকা আই ইউ ডি
  • প্ৰজেষ্টেৰ'ণ থকা আই ইউ ডি

প্ৰতিবন্ধক পদ্ধতি

ৰোপণ কৰিব পৰা গৰ্ভনিৰোধক

  • ইটন'জেষ্ট্ৰেল-ৰিলিজিং ইমপ্লাণ্ট
  • লেভ'ন'ৰজেষ্ট্ৰেল-ৰিলিজিং ইমপ্লাণ্ট

ইণ্ট্ৰাভেজিনেল গৰ্ভনিৰোধক

  • ইথিনাইল‌্‌ইষ্ট্ৰাডিঅ'ল/ইটন'জেষ্ট্ৰেল (ইথিনাইল‌্‌ইষ্ট্ৰাডিঅ'ল + ইটন'জেষ্ট্ৰেল)
  • প্ৰজেষ্টেৰ'ণ ভেজিনেল ৰিং১৬২

ডিম্বাণু নিঃসৰণ প্ৰৰোচক

  • ক্ল'মিফিনα

ইউটেৰ'টনিক

  • কাৰ্বেট'চিন
  • আৰ্গ'মেট্ৰিন১৬৩
  • মিফপ্ৰিষ্ট'ন + মিছ'প্ৰষ্ট'ল (Co-packaged)১৬৪
  • মিছ'প্ৰষ্ট'ল১৬৫
  • অক্সিট'চিন

এণ্টিঅক্সিট'চিক (টক'লাইটিক)

  • নিফডিপিন

মাতৃক প্ৰদান কৰা ঔষধ

  • ডেক্সামিথাছ'ন
  • একাধিক অণুপুষ্টিকৰ পৰিপূৰক
  • ট্ৰান‌এক্সামিক এচিড

নৱজাতকক প্ৰদান কৰা ঔষধ

  • কেফাইন চাইট্ৰেট
  • ক্ল'ৰহেক্সিডিন
  • আইবুপ্ৰ'ফেনα১৬৬
  • প্ৰ'ষ্টাগ্লেনডিন ই১α১৬৭
  • ছাৰ্ফেক্টেণ্টα

পেৰিট'নিয়েল ডায়ালাইছিছ দ্ৰৱ

  • ইণ্ট্ৰাপেৰিট'নিয়েল ডায়ালাইছিছ দ্ৰৱα

মানসিক আৰু আচৰণগত বিকাৰৰ ঔষধ

জটিল মানসিক বিকাৰত ব্যৱহৃত ঔষধ

  • ক্ল'ৰপ্ৰ'মেজিন
  • ফ্লুফেনাজিন
  • হেল'পেৰিড'ল
  • পালিপেৰিড'ন১৬৮
  • ৰিছপেৰিড'ন
  • ক্ল'ৰপ্ৰ'মেজিনα
  • ক্ল'জাপিনα
  • হেল'পেৰিড'লα

মেজাজৰ বিকাৰত ব্যৱহৃত ঔষধ

হতাশাজনক ৰোগত ব্যৱহৃত ঔষধ

  • এমিট্ৰিপ্টিলিন
  • ফ্লুঅ'ক্সেটিন১৬৯
  • ফ্লুঅ'ক্সেটিনα
  • ছাৰট্ৰেলিন

বাইপ'লাৰ ডিছঅৰ্ডাৰত ব্যৱহৃত ঔষধ

  • কাৰ্বামেজপিন
  • লিথিয়াম কাৰ্বনেট
  • ভেলপ্ৰয়িক এচিড (ছডিয়াম ভেলপ্ৰ'ৱেট)৪১

উদ্বেগজনক বিকাৰৰ ঔষধ

  • ডায়াজিপাম

অত্যধিক মানসিক তাড়নাগ্ৰস্ত বিকাৰৰ বাবে ব্যৱহৃত ঔষধ

  • ক্ল'মিপ্ৰেমিন

মনোসক্ৰিয় পদাৰ্থ ব্যৱহাৰৰ ফলত হোৱা বিকাৰৰ ঔষধ

  • বিউপ্ৰ'পিয়ন
  • নিক'টিন প্ৰতিষ্ঠাপন থেৰাপি
  • ভেৰেনিক্লিন
  • মিথাড'নα১৭০

শ্বাস-প্ৰশ্বাসৰ নলীত ক্ৰিয়া কৰা ঔষধ

এণ্টিএছমেটিক আৰু দীৰ্ঘদিনীয়া অব্‌ছট্ৰাক্টিভ পালম'নাৰি ৰোগৰ ঔষধ

  • বিউডেছ'নাইড১৭১
  • বিউডেছ'নাইড/ফৰ্ম'টেৰ'ল (বিউডেছ'নাইড + ফৰ্ম'টেৰ'ল)১৭২
  • এপিনেফ্ৰাইন (এড্ৰেনেলিন)
  • ইপ্ৰাট্ৰ'পিয়াম ব্ৰ'মাইড
  • ছালবিউটামল১৭৩
  • টায়'ট্ৰ'পিয়াম১৭৪

পানী, ইলেক্ট্ৰ'লাইট আৰু এচিড-ক্ষাৰৰ অস্থিৰতা সংশোধন কৰা দ্ৰৱ

মৌখিক

  • মৌখিক পুনৰ্জলীকৰণ লৱণ (ORS)
  • পটাছিয়াম ক্ল'ৰাইড (Potassium chloride)

পেৰেণ্টেৰেল

  • গ্লুক'জ
  • ছডিয়াম ক্ল'ৰাইডৰ সৈতে গ্লুক'জ
  • পটাছিয়াম ক্ল'ৰাইড
  • ছডিয়াম ক্ল'ৰাইড
  • ছডিয়াম হাইড্ৰ'জেন কাৰ্ব'নেট
  • ছডিয়াম লেক্টেট, যৌগিক দ্ৰৱ (ৰিংগাৰৰ লেক্টেট দ্ৰৱ)

বিবিধ

  • বেজীৰ বাবে পানী

ভিটামিন আৰু খনিজ পদাৰ্থ

  • ৰেটিনল (Retinol) (ভিটামিন A1)
  • থাইএমিন (Thiamine) (ভিটামিন B1)
  • ৰিব'ফ্লেভিন (Riboflavin) (ভিটামিন B2)
  • নিক'টিনেমাইড (Nicotinamide) (ভিটামিন B3)
  • পিৰিডক্সিন (Pyridoxine) (ভিটামিন B6)
  • এছকৰ্বিক এচিড (Ascorbic acid) (ভিটামিন C)
  • আৰ্গ'কেলচিফেৰল (Ergocalciferol) (ভিটামিন D2)১৭৫
  • ক'লেকেলচিফেৰল (Colecalciferol) (ভিটামিন D3)১৭৬
  • আয়'ডিন (Iodine)
  • কেলচিয়াম (Calcium)
  • কেলচিয়াম গ্লুক'নেটα (Calcium gluconate)
  • একাধিক অণুপুষ্টিকৰ গুড়ি (Multiple micronutrient powder)

কাণ, নাক আৰু ডিঙিৰ ঔষধ

  • এচিটিক এচিড (Acetic acid)
  • বিউডেছ'নাইড (Budesonide)
  • চিপ্ৰ'ফ্ল'ক্সাচিন১৭৭ (Ciprofloxacin)
  • জাইল'মেটাজ'লিন (Xylometazoline)

গাঁঠিৰ ৰোগৰ ঔষধ

ৰসবাত চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ

  • এল্ল'পুৰিন'ল (Allopurinol)

বাতবিকাৰত ব্যৱহৃত ৰোগ-পৰিৱৰ্তনকাৰী দ্ৰব্য (DMARD)

  • ক্ল'ৰ'কুইন (Chloroquine)
  • এজাথিঅ'প্ৰিনα (Azathioprine)
  • হাইড্ৰ'ক্সিক্ল'ৰ'কুইনα (Hydroxychloroquine)
  • মিথ'ট্ৰেক্সেটα (Methotrexate)
  • পেনিচিলেমাইনα (Penicillamine)
  • ছালফাছেলাজিনα (Sulfasalazine)

কৈশোৰ গাঁঠিৰ ৰোগ

  • এচিটাইলছেলিচাইলিক এচিড (এছপিৰিন)১৭৮ [Acetylsalicylic acid (Aspirin)]

দন্ত চিকিৎসাৰ প্ৰস্তুতি

  • ফ্ল'ৰাইড (Fluoride)
  • গ্লাছ আয়ন'মাৰ চিমেণ্ট (Glass ionomer cement)
  • ছিলভাৰ ডাইএমাইন ফ্ল'ৰাইড (Silver diamine fluoride)

টোকা

এটা α য়ে ঔষধটো পৰিপূৰক তালিকাত থকাৰ কথা সূচায় যাৰ বাবে বিশেষীকৃত ৰোগ নিৰ্ধাৰণ বা নিৰীক্ষণ বা প্ৰশিক্ষণৰ প্ৰয়োজন। এটা ঔষধক অধিক খৰচ বা কম আকৰ্ষণীয় খৰচ-লাভৰ অনুপাতৰ ভিত্তিত পৰিপূৰক হিচাপেও তালিকাভুক্ত কৰিব পাৰি।৪১৪

তথ্যসূত্ৰ

  1. ↑ Essential medicines. World Health Organization
  2. ↑ The WHO Essential Medicines List (EML): 30th anniversary. World Health Organization
  3. ↑ (June 2019). Comparison of essential medicines lists in 137 countries. Bull. World Health Organ.. পৃ. 394–404C
  4. ↑ (April 2015). 19th WHO Model List of Essential Medicines. World Health Organization. পৃ. Annex 1
  5. ↑ (January 2013). Accessibility and use of essential medicines in health care: Current progress and challenges in India. Journal of Pharmacology & Pharmacotherapeutics. পৃ. 13–18
  6. ↑ (2003). The Selection and Use of Essential Medicines – WHO Technical Report Series, No. 920: 5. Reviews of sections of the Model List: 5.2 Review of core versus complementary listing of medicines. বিশ্ব স্বাস্থ্য সংস্থা (WHO)
  7. ↑ (2016). Patents and the WHO Model List of Essential Medicines (18th Edition): Clarifying the Debate on IP and Access. World Intellectual Property Organization (WIPO)
  8. ↑ (1977). The selection of essential drugs: report of a WHO expert committee (meeting held in Geneva from 17 to 21 October 1977). World Health Organization. ISBN 9241206152
  9. ↑ (January 2017). Essential medicines for universal health coverage. Lancet. পৃ. 403–476
  10. ↑ WHO Model Lists of Essential Medicines. World Health Organization
  11. ↑ (2016). Rational Prescription for a Dermatologist. Indian Journal of Dermatology. পৃ. 32–38
  12. ↑ (2017). WHO model list of essential medicines, 20th list (March 2017, amended August 2017)
  13. ↑ Essential Medicines List and WHO Model Formulary. World Health Organization
  14. ↑ (2019). World Health Organization model list of essential medicines: 21st list 2019
  15. ↑ (2019). Executive summary: the selection and use of essential medicines 2019: report of the 22nd WHO Expert Committee on the selection and use of essential medicines
  16. ↑ Strengthening access to essential medicines. World Health Organization
  17. ↑ (2021). World Health Organization model list of essential medicines: 22nd list (2021). World Health Organization
  18. ↑ (2021). Executive summary: the selection and use of essential medicines 2021: report of the 23rd WHO Expert Committee on the selection and use of essential medicines: virtual meeting, 21 June–2 July 2021. World Health Organization
  19. ↑ (2019). World Health Organization model list of essential medicines for children: 7th list 2019
  20. ↑ (2021). World Health Organization model list of essential medicines for children: 8th list (2021). World Health Organization
  21. ↑ (2010). Guide to Paediatric Drug Development and Clinical Research. Karger Medical and Scientific Publishers. পৃ. 42. ISBN 9783805593625
  22. ↑ (2011). Pediatric Clinical Pharmacology. Springer Science & Business Media. পৃ. 358. ISBN 9783642201950
  23. ↑ (June 2017). Essential Medicines for Children. Clinical Pharmacology and Therapeutics. পৃ. 718–720
  24. ↑ স্থানীয় উপলভ্যতা আৰু খৰচৰ ওপৰত নিৰ্ভৰ কৰি থাইঅ'পেণ্টেল বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।
  25. ↑ হাইপ'টেনচন প্ৰতিৰোধ কৰিবলৈ প্ৰসৱৰ সময়ত স্পাইনেল এনাছথিজিয়াত ব্যৱহাৰৰ বাবে।
  26. ↑ No more than 30% oxygen should be used to initiate resuscitation of neonates less than or equal to 32 weeks of gestation
  27. ↑ Not in children less than 3 months
  28. ↑ Not recommended for anti‐inflammatory use due to lack of proven benefit to that effect
  29. ↑ For the management of cancer pain
  30. ↑ Alternatives limited to Hydromorphone and Oxycodone
  31. ↑ For the management of cancer pain
  32. ↑ Alternatives limited to Dolasetron, Granisetron, Palonosetron, and Tropisetron
  33. ↑ Alternatives limited to Cetirizine and Fexofenadine
  34. ↑ There may be a role for sedating antihistamines for limited indications (EMLc)
  35. ↑ Alternatives limited to Prednisone
  36. ↑ For use as adjunctive therapy for treatment-resistant partial or generalized seizures
  37. ↑ Alternatives limited to Diazepam and Midazolam
  38. ↑ For use in eclampsia and severe pre‐eclampsia and not for other convulsant disorders
  39. ↑ For buccal administration when solution for oromucosal administration is not available
  40. ↑ The presence of both 25 mg/5 mL and 30 mg/5 mL strengths on the same market would cause confusion in prescribing and dispensing and should be avoided
  41. ↑ Avoid use in pregnancy and in women and girls of child-bearing potential, unless alternative treatments are ineffective or not tolerated because of the high risk of birth defects and developmental disorders in children exposed to valproate in the womb
  42. ↑ Oxamniquine is listed for use when praziquantel treatment fails
  43. ↑ > এমাহ।
  44. ↑ Only for the presumptive treatment of epidemic meningitis in children older than two years and in adults
  45. ↑ Alternatives limited to 4th level ATC chemical subgroup (J01CF Beta-lactamase resistant penicillins)
  46. ↑ cloxacillin, dicloxacillin and flucloxacillin are preferred for oral administration due to better bioavailability
  47. ↑ Use in children <8 years only for life-threatening infections when no alternative exists
  48. ↑ Procaine benzylpenicillin is not recommended as first-line treatment for neonatal sepsis except in settings with high neonatal mortality, when given by trained health workers in cases where hospital care is not achievable
  49. ↑ Third-generation cephalosporin of choice for use in hospitalized neonates
  50. ↑ Do not administer with calcium and avoid in infants with hyperbilirubinemia
  51. ↑ > 41 weeks corrected gestational age
  52. ↑ Erythromycin may be an alternative. For use in combination regimens for eradication of H. pylori in adults
  53. ↑ Imipenem/cilastatin is an alternative for complicated intraabdominal infections and high-risk febrile neutropenia only, except for acute bacterial meningitis in neonates, where meropenem is preferred
  54. ↑ For use only in patients with HIV receiving protease inhibitors
  55. ↑ For use only in combination with meropenem or imipenem/cilastatin
  56. ↑ ≥ 5 years
  57. ↑ Terizidone may be an alternative
  58. ↑ Prothionamide may be an alternative
  59. ↑ Imipenem/cilastatin may be an alternative
  60. ↑ For treatment of chronic pulmonary Aspergillosis, Histoplasmosis, Sporotrichosis, Paracoccidioidomycosis, mycoses caused by Talaromyces marneffei and Chromoblastomycosis; and prophylaxis of histoplasmosis and infections caused by T. marneffei in AIDS patients
  61. ↑ For treatment of chronic pulmonary aspergillosis and acute invasive aspergillosis
  62. ↑ Alternatives limited to Anidulafungin and Caspofungin
  63. ↑ Alternatives limited to Valaciclovir
  64. ↑ also indicated for pre-exposure prophylaxis
  65. ↑ For use in pregnant women and in second-line regimens in accordance with WHO treatment guidelines
  66. ↑ Alternatives limited to lamivudine (for emtricitabine)
  67. ↑ combination also indicated for pre-exposure prophylaxis
  68. ↑ For the treatment of viral haemorrhagic fevers
  69. ↑ For the treatment of Cytomegalovirus retinitis (CMVr)
  70. ↑ For severe illness due to confirmed or suspected influenza virus infection in critically ill hospitalized patients
  71. ↑ For the treatment of cytomegalovirus retinitis (CMVr)
  72. ↑ Pangenotypic when used in combination with Sofosbuvir
  73. ↑ Pangenotypic when used in combination with Daclatasvir
  74. ↑ For the treatment of hepatitis C, in combination with direct acting anti-viral medicines
  75. ↑ To be used in combination with Ribavirin
  76. ↑ Alternatives limited to Tinidazole
  77. ↑ To be used in combination with Artesunate 50 mg
  78. ↑ For use in the management of severe malaria
  79. ↑ Not recommended in the first trimester of pregnancy or in children below 5 kg
  80. ↑ To be used in combination with either Amodiaquine, Mefloquine or Sulfadoxine + Pyrimethamine
  81. ↑ Other combinations that deliver the target doses required such as 153 mg or 200 mg (as hydrochloride) with 50 mg artesunate can be alternatives
  82. ↑ For use only for the treatment of Plasmodium vivax infection
  83. ↑ For use only in combination with quinine
  84. ↑ Only for use to achieve radical cure of Plasmodium vivax and Plasmodium ovale infections, given for 14 days
  85. ↑ For use only in the management of severe malaria, and should be used in combination with doxycycline
  86. ↑ Only in combination with artesunate 50 mg
  87. ↑ For use only in Central American regions, for Plasmodium vivax infections
  88. ↑ For use only in combination with chloroquine
  89. ↑ For the treatment of 1st and 2nd stage human African trypanosomiasis due to Trypanosoma brucei gambiense infection
  90. ↑ To be used for the treatment of Trypanosoma brucei gambiense infection
  91. ↑ To be used for the treatment of the initial phase of Trypanosoma brucei rhodesiense infection
  92. ↑ To be used for the treatment of Trypanosoma brucei gambiense infection
  93. ↑ Only to be used in combination with eflornithine, for the treatment of Trypanosoma brucei gambiense infection
  94. ↑ Certolizumab pegol, Etanercept, Golimumab and Infliximab are alternatives, including quality-assured Biosimilars
  95. ↑ Including quality-assured biosimilars
  96. ↑ Afatinib and Gefitinib are alternatives
  97. ↑ Pembrolizumab is an alternative, including quality-assured Biosimilars
  98. ↑ Alternatives limited to Enzalutamide
  99. ↑ Alternatives limited to 4th level ATC chemical subgroup (L02BG Aromatase inhibitors)
  100. ↑ Alternatives limited to Flutamide and Nilutamide
  101. ↑ Alternatives limited to Goserelin and Triptorelin
  102. ↑ Alternatives limited to Prednisone
  103. ↑ Alternatives limited to Trihexyphenidyl
  104. ↑ Alternatives limited to Benserazide (for carbidopa)
  105. ↑ periconceptual use for prevention of first occurrence of neural tube defects
  106. ↑ Alternatives limited to Epoetin alfa, beta and theta, Darbepoetin alfa, Methoxy polyethylene glycol-epoetin beta, and their quality-assured biosimilars
  107. ↑ Apixaban, Edoxaban and Rivaroxaban are alternatives
  108. ↑ Alternatives are limited to Dalteparin and Nadroparin, including their quality-assured biosimilars
  109. ↑ Alternatives are limited to the oral form of Deferasirox
  110. ↑ Polygeline, injectable solution, 3.5% is considered an alternative
  111. ↑ বিকল্প হিচাপে কাৰ্ভেডিল'ল আৰু মেট'প্ৰ'ল'ল অন্তৰ্ভুক্ত কৰা হৈছে।
  112. ↑ চতুৰ্থ স্তৰৰ ATC ৰাসায়নিক উপগোটত (C08CA ডাইহাইড্ৰ'পাইৰিডিন ডিৰাইভেটিভ) সীমাবদ্ধ বিকল্পসমূহ।
  113. ↑ বিকল্প হিচাপে এটেন'ল'ল, কাৰ্ভেডিল'ল, আৰু মেট'প্ৰ'ল'ল অন্তৰ্ভুক্ত কৰা হৈছে। ৬০ বছৰ বয়সতকৈ বেছি বয়সৰ ৰোগীৰ ক্ষেত্ৰত জটিলতাহীন উচ্চ ৰক্তচাপত এটেন'ল'ল প্ৰথম শাৰীৰ কাৰক হিচাপে ব্যৱহাৰ কৰা অনুচিত।
  114. ↑ চতুৰ্থ স্তৰৰ ATC ৰাসায়নিক উপগোটত (C09AA ACE inhibitors, plain) সীমাবদ্ধ বিকল্পসমূহ।
  115. ↑ Hydralazine is listed for use in the acute management of severe pregnancy‐induced hypertension only. Its use in the treatment of essential hypertension is not recommended in view of the availability of more evidence of efficacy and safety of other medicines
  116. ↑ Alternatives limited to Chlorothiazide, Chlorthalidone, and Indapamide
  117. ↑ Alternatives limited to 4th level ATC chemical subgroup (C09AA ACE inhibitors, plain) (for lisinopril) and 4th level ATC chemical subgroup (C08CA Dihydropyridine derivatives) (for amlodipine)
  118. ↑ Alternatives limited to 4th level ATC chemical subgroup (C09AA ACE inhibitors, plain) (for lisinopril) and chlorthalidone, chlorothiazide, indapamide (for hydrochlorothiazide)
  119. ↑ Alternatives limited to 4th level ATC chemical subgroup (C09CA Angiotensin II receptor blockers (ARBs), plain)
  120. ↑ Methyldopa is listed for use only in the management of pregnancy-induced hypertension. Its use in the treatment of essential hypertension is not recommended in view of the evidence of greater efficacy and safety of other medicines
  121. ↑ Alternatives limited to 4th level ATC chemical subgroup (C09CA Angiotensin II receptor blockers (ARBs), plain) (for telmisartan) and 4th level ATC chemical subgroup (C08CA Dihydropyridine derivatives) (for amlodipine)
  122. ↑ Alternatives limited to 4th level ATC chemical subgroup (C09CA Angiotensin II receptor blockers (ARBs), plain) (for telmisartan) and chlorthalidone, chlorothiazide, indapamide (for hydrochlorothiazide)
  123. ↑ Alternatives limited to 4th level ATC chemical subgroup (C09AA ACE inhibitors, plain)
  124. ↑ Alternatives limited to Bumetanide and Torasemide
  125. ↑ For use in high‐risk patients. Alternatives limited to Atorvastatin, Fluvastatin, Lovastatin, and Pravastatin
  126. ↑ Alternatives limited to 4th level ATC chemical subgroup (D01AC Imidazole and triazole derivatives) excluding combinations
  127. ↑ Alternatives limited to 4th level ATC chemical subgroup (D07AC Corticosteroids, potent (group III))
  128. ↑ Alternatives limited to 4th level ATC chemical subgroup (D07AA Corticosteroids, weak (group I))
  129. ↑ Alternatives limited to Calcitriol and Tacalcitol
  130. ↑ Alternatives limited to Podophyllotoxin
  131. ↑ Alternatives limited to precipitated sulfur topical ointment
  132. ↑ Alternatives limited to Atropine and Cyclopentolate
  133. ↑ Alternatives limited to Propanol
  134. ↑ Alternatives limited to Iodine
  135. ↑ Alternatives limited to 4th level ATC chemical subgroup (D08AE Phenol and derivatives)
  136. ↑ Alternatives limited to Bumetanide and Torasemide
  137. ↑ Alternatives limited to Chlorothiazide and Chlorthalidone
  138. ↑ Alternatives limited to 4th level ATC chemical subgroup (A02BC Proton pump inhibitors) excluding combinations
  139. ↑ Alternatives limited to 4th level ATC chemical subgroup (A02BA H2-receptor antagonists) excluding combinations
  140. ↑ Alternatives limited to Mesalazine
  141. ↑ Alternatives limited to Bisacodyl
  142. ↑ In acute diarrhoea zinc sulfate should be used as an adjunct to oral rehydration salts
  143. ↑ Alternatives limited to Norethisterone
  144. ↑ Alternatives limited to Insulin degludec, Insulin detemir, and Insulin glargine, including quality-assured biosimilars
  145. ↑ Alternatives limited to Canagliflozin and Dapagliflozin
  146. ↑ Glibenclamide not suitable above 60 years. Alternatives limited to 4th level ATC chemical subgroup (A10BB Sulfonylureas)
  147. ↑ Carbimazole is an alternative depending on local availability
  148. ↑ For use when alternative first-line treatment is not appropriate or available; and in patients during the first trimester of pregnancy
  149. ↑ For use when alternative first-line treatment is not appropriate or available
  150. ↑ Exact type to be defined locally
  151. ↑ কিছুমান অঞ্চলৰ বাবে বাঞ্ছনীয়
  152. ↑ কিছুমান উচ্চ বিপদজনক জনসংখ্যাৰ বাবে বাঞ্ছনীয়
  153. ↑ বিশেষ বৈশিষ্ট্য বিশিষ্ট প্ৰতিষেধক কাৰ্যসূচীৰ বাবে বাঞ্ছনীয়
  154. ↑ For infections due to Chlamydia trachomatis or Neisseria gonorrhoeae
  155. ↑ Alternatives limited to Amikacin, Kanamycin, Netilmicin, and Tobramycin
  156. ↑ Alternatives limited to 4th level ATC chemical subgroup (S01AE Fluoroquinolones)
  157. ↑ Alternatives limited to Chlortetracycline and Oxytetracycline
  158. ↑ Alternatives limited to 4th level ATC chemical subgroup (S01HA Local anaesthetics) excluding cocaine and combinations
  159. ↑ Alternatives limited to Carbachol
  160. ↑ Alternatives limited to 4th level ATC chemical subgroup (S01ED Beta blocking agents) excluding combinations
  161. ↑ Alternatives limited to Cyclopentolate hydrochloride or Homatropine hydrobromide only for the EMLc
  162. ↑ For use in women actively breastfeeding at least 4 times per day
  163. ↑ Alternatives limited to Methylergometrine
  164. ↑ Where permitted under national law and where culturally acceptable
  165. ↑ Only for use for induction of labour where appropriate facilities are available
  166. ↑ Alternatives limited to Indometacin
  167. ↑ Alternatives limited to Prostaglandin E2
  168. ↑ Alternatives limited to Risperidone injection
  169. ↑ Alternatives limited to Citalopram, Escitalopram, Fluvoxamine, Paroxetine, and Sertraline
  170. ↑ Alternatives limited to Buprenorphine. The medicines should only be used within an established support programme
  171. ↑ Alternatives limited to Beclometasone, Ciclesonide, Flunisolide, Fluticasone, and Mometasone
  172. ↑ Alternatives limited to Beclometasone/formoterol, Budesonide/salmeterol, Fluticasone/formoterol, Fluticasone furoate/vilanterol, and Mometasone/formoterol
  173. ↑ Alternatives limited to Terbutaline
  174. ↑ Alternatives limited to Aclidinium, Glycopyrronium, and Umeclidinium
  175. ↑ বিকল্প হিচাপে ক'লেকেলচিফেৰল ব্যৱহাৰ কৰিব পাৰি।
  176. ↑ বিকল্প হিচাপে আৰ্গ'কেলচিফেৰল ব্যৱহাৰ কৰিব পাৰি।
  177. ↑ বিকল্পসমূহ অফ্ল'ক্সাচিনলৈ সীমাবদ্ধ।
  178. ↑ বাতজনিত জ্বৰ, কৈশোৰ বাতবিষ, কাৱাছাকি ৰোগত ব্যৱহাৰৰ বাবে।

সম্পৰ্কিত শ্ৰেণী

তালিকাসমূহচিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা” প্ৰবন্ধৰ সংশোধন ৩৩৭৭৯৪ (১৬ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।