অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বিবেক তীৰ্থ

বিবেক তীৰ্থ (ইংৰাজী: Vivek Pilgrimage) বা ৰামকৃষ্ণ মিছন বিবেকানন্দ চেণ্টাৰ ফৰ হিউমেন এক্সেলেন্স এণ্ড ছ’চিয়েল চাইন্সেছ হৈছে ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ নিউ টাউনত স্বামী বিবেকানন্দৰ প্ৰতি উৎসৰ্গিত আগন্তুক সাংস্কৃতিক আৰু শিক্ষা কেন্দ্ৰ।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

বিবেক তীৰ্থ (ইংৰাজী: Vivek Pilgrimage) বা ৰামকৃষ্ণ মিছন বিবেকানন্দ চেণ্টাৰ ফৰ হিউমেন এক্সেলেন্স এণ্ড ছ’চিয়েল চাইন্সেছ হৈছে ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ নিউ টাউনত স্বামী বিবেকানন্দৰ প্ৰতি উৎসৰ্গিত আগন্তুক সাংস্কৃতিক আৰু শিক্ষা কেন্দ্ৰ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ২০১৪ চনৰ ১১ নৱেম্বৰত বিবেক তীৰ্থৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানটো ব্যক্তিক শান্তি আৰু সুখৰ জীৱন যাপন কৰাত সহায় কৰাৰ লক্ষ্যৰে প্ৰতিস্থা কৰা হৈছে।১

অৱস্থান

বিবেক তীৰ্থ পশ্চিম বংগৰ কলকাতাৰ নিউ টাউনৰ ২ নং একচন এৰিয়াত অৱস্থিত।২৩৪

তথ্যসূত্ৰ

  1. ↑ Bureau, M. Post. (2016-03-04). Construction work of Vivek Tirtha begins. millenniumpost.in
  2. ↑ donationsbm. Ramakrishna Mission Vivekananda Centre for Human Excellence and Social Sciences (Viveka Tirtha), New Town, Kolkata. Belur Math – Ramakrishna Math and Ramakrishna Mission
  3. ↑ (11 September 2018). Vivek Tirtha – A tribute to the great saint. aitcofficial.org
  4. ↑ (2021-01-12). Viveka Tirtha, one-of-a-kind institute dedicated to Swami Vivekananda, to come up soon – ABPEducation. abpeducation.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিবেক তীৰ্থ” প্ৰবন্ধৰ সংশোধন ৬০২৫৩৩ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।