অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা

এইখন এখন পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা। তালিকাখনত গাঢ় আখৰেৰে সূচোৱা ৰাশি কেইটা ভেক্টৰ ৰাশি।

হালনাগাদ: ১৬ জুলাই ২০২০ ১৬ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

এইখন এখন পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা। তালিকাখনত গাঢ় আখৰেৰে সূচোৱা ৰাশি কেইটা ভেক্টৰ ৰাশি।

লেটিন আখৰ

চিহ্নঅৰ্থজোখৰ SI একক
⟨\mathbf{A}⟩চুম্বকীয় ভেক্টৰ বিভৱ (magnetic vector potential)টেচলা মিটাৰ (T⋅m)
⟨A⟩ক্ষেত্ৰফল (area)বৰ্গ মিটাৰ (m2)
ভৰ সংখ্যা (Mass number)
বিস্তাৰ (amplitude)মিটাৰ
⟨\mathbf{a}⟩ত্বৰণ (acceleration)মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (m/s2)
⟨\mathbf{B}⟩চুম্বকীয় অভিবাহ ঘনত্ব (magnetic flux density) চুম্বক ক্ষেত্ৰ ঘনত্ব বা চুম্বকীয় আৱেশ বুলিও কোৱা হয়।টেচলা (T)
⟨C⟩ধাৰকত্ব (capacitance)ফাৰাড (F)
তাপ ধাৰকত্ব (heat capacity)জুল প্ৰতি কেলভিন (J K−1)
অনুকলন ধ্ৰুৱক (constant of integration)
⟨c⟩শূন্যত পোহৰৰ বেগ (speed of light in vacuum)২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড (m/s)
শব্দৰ বেগ (speed of sound)৩৪০.২৯ মিটাৰ প্ৰতি ছেকেণ্ড (m/s)
আপেক্ষিক তাপ ধাৰকত্ব (specific heat capacity)জুল প্ৰতি কিলোগ্ৰাম প্ৰতি কেলভিন (J kg−1 K−1)
সান্দ্ৰতা ডেম্পিং গুণাংক (viscous damping coefficient)কিলোগ্ৰাম প্ৰতি ছেকেণ্ড (kg/s)
⟨\mathbf{D}⟩বৈদ্যুতিক সৰণ ক্ষেত্ৰ (electric displacement field) বৈদ্যুতিক অভিবাহ ঘনত্ব বুলিও কোৱা হয়।কুলম্ব প্ৰতি বৰ্গ মিটাৰ (C/m2)
⟨D⟩ঘনত্ব (density)কিলোগ্ৰাম প্ৰতি ঘন মিটাৰ (kg/m3)
⟨d⟩দূৰত্ব (distance)মিটাৰ (m)
দিশ (direction)এককবিহীন
সংঘৰ্ষ প্ৰাচলমিটাৰ (m)
ব্যাস (diameter)মিটাৰ (m)
⟨\mathbf{E}⟩বৈদ্যুতিক ক্ষেত্ৰ (electric field)নিউটন প্ৰতি কুলম্ব (N C−1)
⟨E⟩শক্তি (ইংৰাজী: energy)জুল (J)
ইয়ঙৰ গুণাংক (Young's Modulus)পাস্কেল (Pa) বা নিউটন প্ৰতি বৰ্গ মিটাৰ (N/m2) বা কিলোগ্ৰাম প্ৰতি মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (kg·m−1·s−2)
⟨e⟩উৎকেন্দ্ৰতা (eccentricity)এককবিহীন
২.৭১৮২৮..., ইলেকট্ৰন (electron), মৌলিক আধান (elementary charge)
⟨\mathbf{F}⟩বল (force)নিউটন (N)
⟨f⟩কম্পনাংক (frequency)হাৰ্জ (Hz)
ফলন (function)
ঘৰ্ষণ (friction)নিউটন (N)
⟨G⟩মহাকৰ্ষণিক ধ্ৰুৱক (gravitational constant)নিউটন বৰ্গ মিটাৰ প্ৰতি বৰ্গ কিলোগ্ৰাম (N m2/kg2)
⟨g⟩মাধ্যাকৰ্ষণিক ত্বৰণ (acceleration due to gravity)মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (m/s2)
⟨\mathbf{H}⟩চুম্বক ক্ষেত্ৰ (magnetic field strength)এম্পিয়াৰ প্ৰতি মিটাৰ (A/m)
⟨H⟩হেমিল্টনিয়ান (Hamiltonian)জুল (J)
⟨h⟩উচ্চতা (height)মিটাৰ (m)
প্লাংকৰ ধ্ৰুৱক (Planck's constant)জুল ছেকেণ্ড (J s)
⟨I⟩ক্ৰিয়া (action)জুল ছেকেণ্ড (J s)
প্ৰাবল্য (intensity)ৱাট প্ৰতি বৰ্গ মিটাৰ (W/m2)
শব্দ প্ৰাবল্য (sound intensity)ৱাট প্ৰতি বৰ্গ মিটাৰ (W/m2)
বিদ্যুৎ প্ৰবাহ (electric current)এম্পিয়াৰ (A)
জড় ভ্ৰামক (moment of inertia)কিলোগ্ৰাম বৰ্গ মিটাৰ (kg m2)
⟨\mathbf{\hat{i}}⟩কাৰ্টেছিয়ান x-অক্ষত একক ভেক্টৰ (Cartesian x-axis basis unit vector)এককবিহীন
⟨\mathbf{J}⟩মুক্ত প্ৰবাহ ঘনত্ব (free current density)এম্পিয়াৰ প্ৰতি বৰ্গ মিটাৰ (A/m2)
বলৰ ঘাত (impulse)কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড (kg m/s)
⟨\mathbf{\hat{j}}⟩কাৰ্টেছিয়ান y-অক্ষত একক ভেক্টৰ (Cartesian y-axis basis unit vector)এককবিহীন
⟨K⟩গতিশক্তি (kinetic energy) 2π/λজুল (J)
⟨k⟩বল্টজমেন ধ্ৰুৱক (Boltzmann constant)জুল প্ৰতি কেলভিন (J/K)
তৰংগ সংখ্যা (wavenumber)ৰেডিয়ান প্ৰতি মিটাৰ (m−1)
⟨\mathbf{\hat{k}}⟩কাৰ্টেছিয়ান z-অক্ষত একক ভেক্টৰ (Cartesian z-axis basis unit vector)এককবিহীন
⟨L⟩আৱেশ গুণাংক (inductance)হেনৰী (H)
স্বয়ংপ্ৰভা (luminosity)ৱাট (W)
কৌণিক ভৰবেগ (angular momentum)নিউটন মিটাৰ ছেকেণ্ড (N m s or kg m2 s−1)
লাগ্ৰাঞ্জিয়ান (Lagrangian)জুল (J)
⟨l⟩দৈৰ্ঘ্য (length)মিটাৰ (m)
⟨M⟩চুম্বকন (magnetization)এম্পিয়াৰ প্ৰতি মিটাৰ (A/m)
বলভ্ৰামক বা টৰ্ক (moment of force or torque)নিউটন মিটাৰ (N m)
⟨m⟩ভৰ (mass)কিলোগ্ৰাম (kg)
⟨N⟩পাৰমাণৱিক সংখ্যা (atomic number)এককবিহীন
⟨n⟩প্ৰতিসৰণাংক (refractive index)এককবিহীন
মূখ্য কোৱান্টাম সংখ্যা (principle quantum number)এককবিহীন
⟨P⟩ক্ষমতা (power)ৱাট (W)
⟨\mathbf{p}⟩ভৰবেগ (momentum)কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড (kg m/s)
চাপ (pressure)পাস্কেল(Pa)
⟨Q⟩বৈদ্যুতিক আধান (electric charge)কুলম্ব(C)
তাপ (Heat)জুল (J)
⟨R⟩বৈদ্যুতিক ৰোধ (electrical resistance)ওম (Ω)
ৰিক্কি টেনছৰ (Ricci tensor)এককবিহীন
ৰেডিয়েন্সি (radiancy)
গেছ ধ্ৰুৱক (gas constant)জুল প্ৰতি কিলোগ্ৰাম কেলভিন (J/kgK)
⟨\mathbf{r}⟩অৱস্থান ভেক্টৰ বা ব্যাসাৰ্ধ ভেক্টৰ (position vector or radius vector)মিটাৰ (m)
⟨S⟩পৃষ্ঠকালি (surface area)বৰ্গ মিটাৰ (m2)
এনট্ৰ'পি (entropy)জুল প্ৰতি কেলভিন (J/K)
ক্ৰিয়া (action)
⟨s⟩চাপ দৈৰ্ঘ্য (arc length)মিটাৰ (m)
সৰণ (displacement)
⟨T⟩পৰ্যায়কাল (period)ছেকেণ্ড(s)
পৰম উঞ্চতা (absolute temperature)কেলভিন(K)
⟨t⟩সময় (time)ছেকেণ্ড(s)
⟨U⟩বিভৱ শক্তি (potential energy)জুল (J)
আভ্যন্তৰীণ শক্তি (internal energy)জুল (J)
⟨u⟩শক্তি ঘনত্ব (energy density)জুল প্ৰতি ঘন মিটাৰ (J/m3)
⟨V⟩ভ'ল্টেজ বা বিভৱভেদ (voltage or potential difference)ভ'ল্ট (V)
আয়তন (volume)ঘন মিটাৰ (m3)
⟨\mathbf{v}⟩বেগ (velocity)মিটাৰ প্ৰতি ছেকেণ্ড (m/s)
⟨W⟩যান্ত্ৰিক কাৰ্য্য (mechanical work)জুল (J)
⟨w⟩প্ৰস্থ (width)মিটাৰ (m)
⟨x⟩সৰণ (displacement)মিটাৰ (m)
⟨Z⟩বৈদ্যুতিক ইম্পিডেন্স (electrical impedance)ওম (Ω)

গ্ৰীক আখৰ

চিহ্ননামঅৰ্থজোখৰ SI একক
⟨\alpha⟩আলফাকৌণিক ত্বৰণৰেডিয়ান প্ৰতি বৰ্গ ছেকেণ্ড (rad/s2)
⟨\beta⟩বিটাপোহৰৰ বেগ (c)এককবিহীন
⟨\gamma⟩গামালৰেন্টজ্ ফেক্টৰএককবিহীন
ফ'টন
গামা ৰশ্মি
ৰূপ বিকৃতি
তাপ ধাৰকত্ব অনুপাতএককবিহীন
⟨\Delta⟩ডেল্টাএটা চলকৰ পৰিৱৰ্তন (অৰ্থাত্ ⟨\Delta x⟩)এককবিহীন
লাপ্লাছ্ অ'পাৰেটৰ
⟨\delta⟩সৰণ
⟨\epsilon⟩এপচাইলনবিদ্যুত মাধ্যমাংকফাৰাড প্ৰতি মিটাৰ (F/m)
বিকৃতিএককবিহীন
⟨\varepsilon_0⟩এপচাইলন নটশূন্যৰ বিদ্যুত মাধ্যমাংক
⟨\zeta⟩জিটাডেম্পিং অনুপাতএককবিহীন
⟨\eta⟩ইটাশক্তিৰ কাৰ্যক্ষমতাএককবিহীন
সান্দ্ৰতা গুণাংকপাস্কেল ছেকেণ্ড (Pa s)
⟨\theta⟩থিটাকৌণিক সৰণৰেডিয়ান (rad)
⟨\Kappa⟩কাপ্পাট'ৰছন গুণাংক (torsion constant)নিউটন মিটাৰ প্ৰতি ৰেডিয়ান (N m/rad)
⟨\Lambda⟩লেমডামহাজাগতিক ধ্ৰুৱকপ্ৰতি বৰ্গ ছেকেণ্ড (s−2)
⟨\lambda⟩তৰংগ দৈৰ্ঘ্যমিটাৰ (m)
⟨\lambda⟩আইগেন মান (eigen value)অশূন্য ভেক্টৰ
⟨\mathbf{\mu}⟩মিউচুম্বকীয় ভ্ৰামকএম্পিয়াৰ বৰ্গ মিটাৰ (A m2)
ঘৰ্ষণ গুণাংকএককবিহীন
গতিশীল সান্দ্ৰতাপাস্কেল ছেকেণ্ড (Pa s)
প্ৰৱেশ্যতা (বিদ্যুত চুম্বকত্ব)হেনৰি প্ৰতি মিটাৰ (H/m)
মাধ্যাকৰ্ষণিক প্ৰাচল
⟨\nu⟩নিউকম্পনাংকহাৰ্জ (Hz)
কাইনেমেটিক সান্দ্ৰতা (kinematic viscosity)বৰ্গ মিটাৰ প্ৰতি ছেকেণ্ড (m2/s)
⟨\pi⟩পাই৩.১৪১৫৯... (অপৰিমেয় সংখ্যা)
⟨\rho⟩ৰ'ঘনত্বকিলোগ্ৰাম প্ৰতি ঘন মিটাৰ (kg/m3)
মুক্ত বৈদ্যুতিক আধান ঘনত্বকুলম্ব প্ৰতি ঘন মিটাৰ (C/m3)
ৰোধকত্বওম মিটাৰ (⟨\Omega⟩ m)
⟨\Sigma⟩ছিগমাযোগ অপাৰেটৰ
⟨\sigma⟩ছিগমাবিদ্যুত পৰিবাহিতাছিমেন প্ৰতি মিটাৰ (S/m)
প্ৰতিচাপ
⟨\tau⟩টাউটৰ্কনিউটন মিটাৰ (N m)
ৰূপ প্ৰতিচাপ
সময় ধ্ৰুৱকছেকেণ্ড (s)
৬.২৮৩১৮... (2π)
⟨\Phi⟩ফাইচুম্বকীয় অভিবাহৱেবাৰ (Wb)
⟨\phi⟩ফাইবৈদ্যুতিক বিভৱ হিগছ্ ক্ষেত্ৰ কাৰ্য্য ফলন
⟨\Psi⟩জাইতৰংগ ফলনএককবিহীন
⟨\omega⟩ওমেগাকৌণিক কম্পনাংক 2πfৰেডিয়ান প্ৰতি ছেকেণ্ড (rad/s)
⟨\Omega⟩ওমেগাবৈদ্যুতিক ৰোধওম

অন্যান্য আখৰ

চিহ্ননামঅৰ্থজোখৰ SI একক
⟨\nabla\cdot⟩নেবলা ডটডাইভাৰজেন্স অ'পাৰেটৰ ডেল ডট বুলি উচ্চাৰণ কৰা হয়।প্ৰতি মিটাৰ (m−1)
⟨\nabla\times⟩নেবলা ক্ৰছকাৰ্ল অ'পাৰেটৰ ডেল ক্ৰছ বুলি উচ্চাৰণ কৰা হয়।প্ৰতি মিটাৰ (m−1)
⟨\nabla⟩নেবলাডেল (ডিফাৰেন্সিয়েল অ'পাৰেটৰ)
⟨\Delta⟩ডেল্টালাপ্লাছ্ অ'পাৰেটৰপ্ৰতি বৰ্গ মিটাৰ (m−2)
⟨\partial⟩"ডাৰ", "ড'", "ডাই", "পাৰ্চিয়েল" বা "d"পাৰ্চিয়েল ডিৰাইভেটিভ (অৰ্থাৎ ⟨\partial y/\partial x⟩)
⟨\Box⟩ডি'এলাৰ্মবাৰ্টছ্ অ'পাৰেটৰ⟨\nabla^2-\partial_t^2⟩

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ২৪১৪৯৩ (১৬ জুলাই ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।