অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (২০০৯)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।

হালনাগাদ: ১৫ অক্টোবৰ ২০১৯ ৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০০৯ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানচাৰ্ল্‌ছ কিউন কাও (Charles Kuen Kao)দুটা ভাগত আগবঢ়োৱা হয়। চাৰ্লচ কাওক তেখেতৰ " 'পোহৰৰ দ্বাৰা সংযোগ ব্যৱস্থা'ৰ বাবে আঁহৰ মাজেৰে পোহৰৰ পৰিবহন বিষয়ত আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ বাবে" ("for groundbreaking achievements concerning the transmission of light in fibers for optical communication") আৰু যুটীয়া ভাৱে উইলাৰ্ড বয়ল আৰু জৰ্জ স্মিথলৈ আগবঢ়োৱা হয়, তেখেতসকলে কৰা "ছবি তুলিব পৰা অৰ্ধপৰিবাহী বৰ্তনী--চি.চি.ডি. ছেন্সৰ (CCD Sensor)-ৰ আৱিষ্কাৰৰ বাবে" ("for the invention of an imaging semiconductor circuit – the CCD sensor")১
উইলাৰ্ড এছ. বয়ল (Willard S. Boyle)
Nobel Prize 2009-Press Conference KVA-27.jpgজৰ্জ ই. স্মিথ (George E. Smith)
২ৰসায়ন বিজ্ঞানNobel Prize 2009-Press Conference KVA-08.jpgভেংকটৰমণ ৰামাকৃষ্ণণ (Venkatraman Ramakrishnan)"ৰাইব'জ'মৰ গঠন আৰু ক্ৰিয়াৰ বিষয়ে কৰা গৱেষণাৰ বাবে" ("for studies of the structure and function of the ribosome")১
Nobel Prize 2009-Press Conference KVA-10.jpgটমাছ এ. ষ্টিট্‌জ (Thomas A. Steitz)
AdaYonath.jpgএডা ই. য়'নাথ (Ada E. Yonath)
৩শৰীৰবিজ্ঞান বা ঔষধElizabeth Blackburn 2009-01.JPGএলিজাবেথ এইচ. ব্লেকবাৰ্ন (Elizabeth H. Blackburn)"টেল'মিয়াৰ আৰু টেল'মিৰেজ উৎসেচকে কিদৰে ক্ৰ'ম'জ'মক ৰক্ষণাবেক্ষণ দিয়ে তাৰ আৱিষ্কাৰৰ বাবে" ("for the discovery of how chromosomes are protected by telomeres and the enzyme telomerase")১
Carol Greider 2009-01.JPGকেৰল ডব্লিউ. গ্ৰেইডাৰ (Carol W. Greider)
Jack-szostak.jpgজেক ডব্লিউ. জোষ্টেক (Jack W. Szostak)
৪সাহিত্যHerta Müller 2007.JPGহাৰ্টা মূলাৰ (Herta Müller)"যিজনে কবিতাৰ গাঢ়তা আৰু গদ্যৰ স্পষ্টবাদীতাৰে শিপাচ্ছিন্নসকলৰ পৃষ্ঠভূমিৰ কথা কয়" ("who, with the concentration of poetry and the frankness of prose, depicts the landscape of the dispossessed")১
৫শান্তিবাৰাক অ'বামা (Barack H. Obama)"আন্তৰ্জাতিক কূটনীতিৰ উন্নতি আৰু জনসাধাৰণৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে তেখেতে কৰা অপৰিসীম চেষ্টাৰ বাবে" ("for his extraordinary efforts to strengthen international diplomacy and cooperation between peoples")১
৬অৰ্থনীতিএলিনৰ অ'ষ্ট্ৰ'ম (Elinor Ostrom)যুটীয়াভাৱে আগবঢ়োৱা হয়, এলিনৰ অ'ষ্ট্ৰ'মলৈ "এখেতে কৰা অৰ্থনৈতিক পৰিচালনাৰ বিশ্লেষণ, মুখ্যত: নিম্নকক্ষ" ("for her analysis of economic governance, especially the commons") আৰু অলিভাৰ উইলিয়ামছনলৈ "এখেতে কৰা অৰ্থনৈতিক বিশ্লেষণ, মুখ্যত: পামৰ সীমা"ৰ বাবে ("for his analysis of economic governance, especially the boundaries of the firm")১
অলিভাৰ ই. উইলিয়ামছন (Oliver E. Williamson)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "List of All Nobel Laureates 2009". Nobelprize.org আহৰণ কৰা তাৰিখ: ২৯ অক্টোবৰ ২০১২

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০০৯)” প্ৰবন্ধৰ সংশোধন ২০৬৯৫৪ (১৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।