অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (২০০৬)

২০০৬ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

২০০৬ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানজন চি. মেদাৰ John C. Mather"কৃষ্ণবস্তুৰ গঠন আৰু মহাজাগতিক মাইক্ৰ'ৱেভ আৱহ বিকিৰণৰ বিষমদৈশিকতা আৱিষ্কাৰৰ বাবে" ("for their discovery of the blackbody form and anisotropy of the cosmic microwave background radiation")
George smoot 06N7133a.jpgজৰ্জ চি. স্মূট George F. Smootবাসস্থান:
২ৰসায়ন বিজ্ঞানRoger.Kornberg.JPGৰ'জাৰ ডি. কৰ্নবাৰ্গ Roger D. Kornberg"সংকোষকেন্দ্ৰীয় কোষৰ ট্ৰান্সস্ক্ৰিপছনৰ আণৱিক ভিত্তিৰ ওপৰত কৰা গৱেষণাৰ বাবে" ("for his studies of the molecular basis of eukaryotic transcription")
৩ফিজিঅ'লজী বা মেডিচিনAndrew Fire, Stanford University.jpgএণ্ড্ৰু জেড. ফায়াৰ Andrew Z. Fire|"দ্বিঅঁহীয় RNA-ৰ দ্বাৰা জিন কৰ্তন - RNA হস্তক্ষেপৰ আৱিষ্কাৰৰ বাবে" ("for their discovery of RNA interference - gene silencing by double-stranded RNA")
Xxx.jpgক্ৰেইগ চি. মেলো Craig C. Mello
৪সাহিত্যঅৰহান পামুক Orhan Pamuk"নিজৰ চহৰত বিষন্ন আত্মা বিচাৰি যিজনে পালেগৈ সংস্কৃতিৰ সংঘাট আৰু সহযোগিতাৰ নতুন সংকেত" ("who in the quest for the melancholic soul of his native city has discovered new symbols for the clash and interlacing of cultures")
৫শান্তিMuhammad Yunus - World Economic Forum Annual Meeting 2012.jpgমহম্মদ ইউনাছ Muhammad Yunus"নিম্ন স্তৰৰ পৰা আৰ্থিক আৰু সামাজিক বিকাশ আৰম্ভ কৰাৰ তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে" ("for their efforts to create economic and social development from below")
Grameen Bank logo (horizontal).pngগ্ৰামীণ বেংক Grameen Bankকৰ্মক্ষেত্ৰ:
৬অৰ্থনীতিEdmund Phelps 2008-01-23.jpgএড্‌মাণ্ড এছ. ফেল্প্‌ছ Edmund S. Phelps"বৃহৎ অৰ্থনীতিৰ আঁচনিত অপৰঐকিক বিনিময়ৰ বিশ্লেষণৰ বাবে" ("for his analysis of intertemporal tradeoffs in macroeconomic policy")

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০০৬)” প্ৰবন্ধৰ সংশোধন ৪০৩১১৭ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।