অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (২০০১)

২০০১ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ১৫ অক্টোবৰ ২০১৯ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

২০০১ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

১পদাৰ্থ বিজ্ঞানএৰিক এ. কৰ্নেল Eric A. Cornellক্ষাৰ পৰমাণুৰ লঘু গেছ-ত বসু-আইনষ্টাইন ঘনীভৱন সম্ভৱ কৰাৰ বাবে, আৰু ঘনীভূতৰ ধৰ্মৰ ওপৰত কৰা বুনিয়াদী আৰু প্ৰাথমিক পৰীক্ষাৰ বাবে ("for the achievement of Bose-Einstein condensation in dilute gases of alkali atoms, and for early fundamental studies of the properties of the condensates")
কাৰ্ল ই. ৱেইমেন Carl E. Wieman
উল্ফগাং কেটাৰ্লি Wolfgang Ketterle
২ৰসায়ন বিজ্ঞানNo free image man (as).pngউইলিয়াম এছ. ন'ৱেল্‌ছ William S. Knowlesকাইৰেল (chiral) অনুঘটকৰদ্বাৰা সম্পন্ন হাইড্ৰ'জেনেছন বিক্ৰিয়াৰ ওপৰত কৰা কৰ্মৰ বাবে ("for their work on chirally catalysed hydrogenation reactions")
Noyori small.jpgৰায়'জি ন'য়'ৰি Ryoji Noyori
No free image man (as).pngকে. বেৰী ছাৰ্পলেছ K. Barry Sharplessকাইৰেল (chiral) অনুঘটকৰদ্বাৰা সম্পন্ন অক্সিডেছন বিক্ৰিয়াৰ ওপৰত কৰা কৰ্মৰ বাবে ("for his work on chirally catalysed oxidation reactions")
৩ফিজিঅ'লজী বা মেডিচিনNo free image man (as).pngলিলেণ্ড এইচ. হাৰ্টৱেল Leland H. Hartwellকোষীয় চক্ৰৰ মুখ্য নিৰ্ণায়ক সমূহৰ আৱিষ্কাৰৰ বাবে ("for their discoveries of key regulators of the cell cycle")
Tim Hunt at UCSF 05 2009 (4).jpgটিম হাণ্ট Tim Hunt
Paul Nurse portrait.jpgছাৰ পল এম নাৰ্ছ Sir Paul M. Nurse
৪সাহিত্যNo free image man (as).pngছাৰ বিদ্যাধৰ সূৰ্যপ্ৰসাদ নাইপল Sir Vidiadhar Surajprasad Naipaulবোধদ্ৰেককাৰী বৰ্ণনা আৰু ন্যায়নিষ্ঠ সূক্ষ্মবিচাৰ একত্ৰিত কৰি তেখেতে ৰচনা কৰা কৰ্মৰাজীয়ে অৱদমিত ইতিহাসক আমাৰ চকুৰ আগত নিশ্চিত ভাৱে তুলি ধৰে ("for having united perceptive narrative and incorruptible scrutiny in works that compel us to see the presence of suppressed histories")
৫ন'বেল শান্তি বঁটাEmblem of the United Nations.svgৰাষ্ট্ৰসংঘ United Nationsএখন সুসংৱদ্ধ আৰু শান্তিপূৰ্ণ পৃথিৱী গঢ়াৰ বাবে তেওঁলোকে কৰি যোৱা কৰ্মৰ বাবে ("for their work for a better organized and more peaceful world")
ক'ফি আন্নান Kofi Annan
৬অৰ্থনীতি বিজ্ঞানজৰ্জ এ. একাৰলফ George A. Akerlofঅসুষম তথ্যৰে বজাৰৰ বিশ্লেষণৰ বাবে ("for their analyses of markets with asymmetric information")
এ. মাইকেল স্পেন্স A. Michael Spence
জোছেফ ই. ষ্টিগ্‌লিজ Joseph E. Stiglitz

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০০১)” প্ৰবন্ধৰ সংশোধন ২০৬৯৪৬ (১৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।