অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দ্ৰুপদ

দ্ৰুপদ (द्रुपद) যজ্ঞসেন নামেও পৰিচিত (यज्ञसेन) হ'ল মহাভাৰতৰ এটি চৰিত্ৰ। তেখেত দক্ষিণ পাঞ্চাল ভূমিৰ ৰজা আছিল। তেখেতৰ ৰাজধানী কাম্পিল্য হিচাপে পৰিচিত আছিল। তেখেতৰ পিতৃৰ নাম আছিল পৃষত। তেখেত দ্ৰোণাচাৰ্যৰ বাল্য কালৰ বন্ধু আছিল। দ্ৰোণাচাৰ্যৰ আদেশত অৰ্জুনে দ্ৰুপদ ৰজাক বন্দী কৰিছিল।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দ্ৰুপদ (द्रुपद) যজ্ঞসেন নামেও পৰিচিত (यज्ञसेन) হ'ল মহাভাৰতৰ এটি চৰিত্ৰ। তেখেত দক্ষিণ পাঞ্চাল ভূমিৰ ৰজা আছিল। তেখেতৰ ৰাজধানী কাম্পিল্য হিচাপে পৰিচিত আছিল। তেখেতৰ পিতৃৰ নাম আছিল পৃষত। তেখেত দ্ৰোণাচাৰ্যৰ বাল্য কালৰ বন্ধু আছিল। দ্ৰোণাচাৰ্যৰ আদেশত অৰ্জুনে দ্ৰুপদ ৰজাক বন্দী কৰিছিল।১

দৌপদীৰ সয়ম্বৰ

দ্ৰুপদ ৰজাই তেখেতৰ কন্যা তথা পাঞ্চালৰ ৰাজকুমাৰী দ্ৰৌপদীৰ বিবাহৰ উদ্দেশ্যে সয়ম্বৰ সভাৰ আয়োজন কৰিছিল।২

কুৰুক্ষেত্ৰৰ যুদ্ধত তেখেতৰ ভূমিকা

দ্ৰুপদ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল। তেখেত এজন মহাৰথী আছিল।৩৪

তথ্যসূত্ৰ

  1. ↑ Story of Drupad
  2. ↑ Kapoor, Subodh. (2002). The Indian Encyclopaedia. Cosmo Publications. পৃ. 6894. ISBN 978-81-7755-257-7
  3. ↑ MAHABHARATA - Yudhistra's Permission. urday.in
  4. ↑ Ganguli, K.M. (2014). The Mahabharata, Book 7: Drona Parva. Netlancers Inc

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্ৰুপদ” প্ৰবন্ধৰ সংশোধন ৪৫৪২১৯ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।