অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্য ষ্ট'ৰি অৱ পুপু

দ্য ষ্ট'ৰি অৱ পুপু (জাপানী: プープーの物語, পুপু নো মনোগাটাৰি) ১৯৯৮ চনৰ এটা জাপানী চলচ্চিত্ৰ যি কেন্সাকু ৱাটানাবে দ্বাৰা লিখিত আৰু পৰিচালিত। ছাকুৰা উয়েহাৰা আৰু ৰেইকো মাটছুও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ৩ মে’ ২০২৬ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

দ্য ষ্ট'ৰি অৱ পুপু (জাপানী: プープーの物語, পুপু নো মনোগাটাৰি) ১৯৯৮ চনৰ এটা জাপানী চলচ্চিত্ৰ যি কেন্সাকু ৱাটানাবে দ্বাৰা লিখিত আৰু পৰিচালিত। ছাকুৰা উয়েহাৰা আৰু ৰেইকো মাটছুও মুখ্য চৰিত্ৰত অভিনয় কৰিছে। কাহিনীখন দুজন অৰাজনৈতিক স্বভাৱৰ ছোৱালীৰ বিষয়ে, যিসকলে এখন ৰোড ট্ৰিপত এটা পোৱালি গাহৰি পুপুৰ কবৰলৈ যাত্ৰা কৰে। এইটো ৱাটানাবেৰ পৰিচালনাৰ প্ৰথম চলচ্চিত্ৰ। কাল্ট চলচ্চিত্ৰ পৰিচালক ছেইজুন ছুজুকিয়ে এটা সৰু ভূমিকাত অংশগ্ৰহণ কৰিছে।১

চৰিত্ৰৰ তালিকা

  • ছাকুৰা উএহাৰা – চুজু
  • জুন কুনিমুৰা – কিজিমা
  • তাতছুশি ওমৰি – গেছুও
  • ৰেইকো মাটছুও – ফু
  • যোশিঅ' হাৰাডা – জোজি
  • ছেইজুন ছুজুকি – বুঢ়া মানুহ
  • ৰেই ইয়ামানাকা – ট্ৰাংক মেন
  • মিৎসুআকি টুদা – ইৰুকা
  • দাইজো ছাকুৰাই – গ’লফাৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (1999). The History of PuPu. São Paulo International Film Festival

সম্পৰ্কিত শ্ৰেণী

জাপানচলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ষ্ট'ৰি অৱ পুপু” প্ৰবন্ধৰ সংশোধন ৬০৪১৯৭ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।