অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ডেভিদ (মাইকেলেঞ্জেল')

ডেভিদ হ'ল ইটালীৰ শিল্পী মাইকেলেঞ্জেল'ৰ দ্বাৰা নিৰ্মিত পৃথিবীৰ বিখ্যাত ভাস্কৰ্যবোৰৰ ভিতৰত অন্যতম এটা মূৰ্তি। ১৫০৪ চনত ফ্লোৰেন্সত ইয়াক স্থাপন কৰা হয়। কান্ধত কেটেপা লৈ যুদ্ধৰ বাবে সাজু হৈ থকা এজন ডেকা ল'ৰা হিচাবে প্ৰতিষ্ঠা কৰা ডেভিদক শৰীৰবিজ্ঞানৰ ফালৰ পৰাও সম্পূৰ্ণ শুদ্ধ জোখত নিৰ্মাণ কৰা হৈছিল।

হালনাগাদ: ১৫ জুন ২০২৫ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

ডেভিদ হ'ল ইটালীৰ শিল্পী মাইকেলেঞ্জেল'ৰ দ্বাৰা নিৰ্মিত পৃথিবীৰ বিখ্যাত ভাস্কৰ্যবোৰৰ ভিতৰত অন্যতম এটা মূৰ্তি। ১৫০৪ চনত ফ্লোৰেন্সত ইয়াক স্থাপন কৰা হয়। কান্ধত কেটেপা লৈ যুদ্ধৰ বাবে সাজু হৈ থকা এজন ডেকা ল'ৰা হিচাবে প্ৰতিষ্ঠা কৰা ডেভিদক শৰীৰবিজ্ঞানৰ ফালৰ পৰাও সম্পূৰ্ণ শুদ্ধ জোখত নিৰ্মাণ কৰা হৈছিল।

সম্পৰ্কিত শ্ৰেণী

ভাস্কৰ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেভিদ (মাইকেলেঞ্জেল')” প্ৰবন্ধৰ সংশোধন ৫১৮১৮৯ (১৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।