অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ডুমুনী চাহ বাগান

ডুমুনী চাহ বাগান Dumunibagan সাধাৰণতে ডুমনী আৰু ডুমুনী নামেৰে জনাজাত।,২০২৩ চনৰ লোকপিয়ল মতে অসমৰ বাক্সা ৰ গাঁও অঞ্চলত ডুমুনী চাহ বাগান খন অৱস্থিত। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি ডুমুনীবাগান গাঁৱৰ জনসংখ্যা ৬,৮৫৫ জন, য'ত ৩,৪১২ জন পুৰুষ আৰু ৩,৪৪৩ জন মহিলা আৰু সাক্ষৰতাৰ হাৰ ৮০.২৯%।

হালনাগাদ: ১৫ জুলাই ২০২৫ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ডুমুনী চাহ বাগান Dumunibagan সাধাৰণতে ডুমনী আৰু ডুমুনী নামেৰে জনাজাত।,১২০২৩ চনৰ লোকপিয়ল মতে অসমৰ বাক্সা ৰ গাঁও অঞ্চলত ডুমুনী চাহ বাগান খন অৱস্থিত। ২৩

২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি ডুমুনীবাগান গাঁৱৰ জনসংখ্যা ৬,৮৫৫ জন, য'ত ৩,৪১২ জন পুৰুষ আৰু ৩,৪৪৩ জন মহিলা আৰু সাক্ষৰতাৰ হাৰ ৮০.২৯%।৪

তথ্যসূত্ৰ

  1. ↑ (2001). Eliminating sovereign and official immunity in fundamental human rights cases.. South Asia Human Rights Documentation Centre. পৃ. 31. ISBN 978-818-7379-05-8
  2. ↑ (1966). Economic and political weekly. Economic and Political Weekly. পৃ. 2904
  3. ↑ Birla, Basant Kumar. (1994). India Book Distributors (Bombay). Image Inc.: Distributor, India Book Distributors (Bombay). পৃ. 52
  4. ↑ Primary census abstract at town, village and ward level, Assam - District Baksa - 2011. Office of the Registrar General & Census Commissioner, India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডুমুনী চাহ বাগান” প্ৰবন্ধৰ সংশোধন ৫২৪১৮৩ (১৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।