টমাছ ট্ৰান্সট্ৰ'মাৰ (Tomas Tranströmer)২০১১ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী ছুইডেনৰ কবি। তেওঁৰ কবিতা বিশ্বৰ ৬০টা ভাষাতকৈও অধিক ভাষালৈ অনূদিত হৈছে।
জন্ম
১৯৩১ চনৰ ১৫ এপ্ৰিলত ছুইডেনৰ ষ্টকহম চহৰত ট্ৰানছষ্ট্ৰমাৰৰ জন্ম হয়।
শিক্ষাজীৱন
স্কুলীয়া শিক্ষা ষ্টকহমৰ ছ’দ্ৰা লেটিন স্কুলত। ১৯৫৬ চনত ষ্টকহম বিশ্ববিদ্যালয়ৰৰ পৰা মনস্তত্ত্বত স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
১৯৬০-৬৬ চনলৈ ৰকষ্টনা জুভেনাইল কেন্দ্ৰত মনস্তাত্বিক হিচাপে সেৱা প্ৰদান। ষ্টকহমৰ কাৰাগাৰত মনোবিজ্ঞান বিভাগত চাকৰিৰ কালছোৱাত কিশোৰ আৰু কমবয়সীয়া অপৰাধীৰ পুনৰ সংস্থাপনত সহায় কৰিছিল।
স্বীকৃতি
- ১৯৯৬ত ছুইডেনৰ বেলমাণ্ড প্ৰিছেট বঁটা
- ১৯৮১ত পেট্ৰাৰকা প্ৰেইছ বঁটা
- ১৯৯০ত নিউষ্টেজ আন্তঃৰাষ্ট্ৰীয় বঁটা সাহিত্যৰ বাবে
- ১৯৯১ত ছুইডিশ্ব অকাডেমিৰ নৰ্ডিক বঁটা
- ১৯৯২ত কবিতাৰ বাবে হৰ্চ বিয়েনেক বঁটা
- ১৯৯৬ত অ’গাষ্টপ্ৰিছেট বঁটা
- ২০০৩ত ষ্টুগা পয়েট্ৰী ইভিনিং গ’ল্ডেন ৰেথ বঁটা
- ২০০৭ত দ্য গ্ৰিফিন ট্ৰাষ্ট বঁটা- জীৱনজোৰা সাধনাৰ বাবে
- ২০১১ত টাইটেল অৱ প্ৰফেছৰ
- ২০১১ত ন’বেল বঁটা সাহিত্যৰ বাবে
সাহিত্যকৃতী
ছুইডিশ্ব সংস্কৰণ
- 17 dikter (17 Poems) 1954; Bonniers, 1965
- Hemligheter på vägen (Secrets on the Way), Bonnier, 1958
- Den halvfärdiga himlen (The Half-Finished Heaven), Bonnier, 1962
- Klanger och spår (Windows and Stones), Bonnier, 1966
- Mörkerseende (Night Vision), Författarförlaget, 1970
- Stigar (Paths), Författarförlaget, 1973, ISBN 9789170541100
- Östersjöar (Baltics), Bonnier, 1974
- Sanningsbarriären (The Truth Barrier), Bonnier, 1978, ISBN 9789100436841
- Det vilda torget (The Wild Square) Bonnier, 1983, ISBN 9789100460488
- För levande och döda (For the Living and the Dead), Bonnier, 1989
- Sorgegondolen (The Sorrow Gondola), Bonnier, 1996, ISBN 9789100562328
- Den stora gåtan (The Big Riddle), Bonnier, 2004, ISBN 9789100103101
- Galleriet: Reflected in Vecka nr.II (2007) – an artist book by Modhir Ahmed
ইংৰাজী সংস্কৰণ
- Twenty Poems tr. Robert Bly (Seventies Press, 1970)
- Windows and Stones tr. May Swenson & Leif Sjoberg, University of Pittsburgh Press, 1972, ISBN 9780822932413
- Baltics tr. Samuel Charters, Oyez, Berkeley, 1975; Oasis Books, 1980, ISBN 9780903375511*Selected Poems, translator Robin Fulton, Ardis Publishers, 1981, ISBN 9780882334622
- Collected Poems, Translator Robin Fulton, Bloodaxe Books, 1987, ISBN 9781852240233
- Tomas Tranströmer: Selected Poems, 1954–1986, Editor Robert Hass, Publisher Ecco Press, 1987 ISBN 9780880011136
- Sorrow Gondola: Sorgegondolen tr. Robin Fulton, Dufour Editions, 1994, ISBN 9781873790489; Dufour Editions, Incorporated, 1997, ISBN 9780802390707
- New Collected Poems tr. Robin Fulton, Bloodaxe Books, 1997, ISBN 9781852244132
- Selected Poems Transtromer, Translator May Swenson, Eric Sellin, HarperCollins, 1999, ISBN 9780880014038
- The Half-Finished Heaven tr. Robert Bly, Graywolf Press, 2001, ISBN 9781555973513
- The Deleted World tr. Robin Robertson, Enitharmon Press, 2006, ISBN 9781904634485; Enitharmon Press, 2006, ISBN 9781904634515
- The Great Enigma: New Collected Poems. Translator Robin Fulton. New Directions. 2006. ISBN 9780811216722. books.google.com/books?id=r_t4QO2Ub5YC&print.
- The Sorrow Gondola tr. Michael McGriff and Mikaela Grassl, Green Integer, 2010, ISBN 9781933382449
- The Deleted World tr. Robin Robertson, Farrar, Straus and Giroux, 2011
- New Collected Poems tr. Robin Fulton, expanded edition Bloodaxe Books, 2011, ISBN 9781852244132
তথ্যসংগ্ৰহ
- সাতসৰী, সপ্তম বছৰ চতুৰ্থ সংখ্য, নৱেম্বৰ ২০১১ পৃষ্ঠা নং ৩১, হেমচন্দ্ৰ দত্ত
- প্ৰান্তিক, ত্ৰিশ বছৰ, ২৪ সংখ্যা, ১৬-৩০ নৱেম্বৰ ২০১১ পৃষ্ঠা নং ৩৫, ড॰ নয়নানন্দ বৰঠাকুৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টমাছ ট্ৰান্সট্ৰ'মাৰ” প্ৰবন্ধৰ সংশোধন ২৯৬৯৪৩ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।