জামালপুৰ (বঙালী ভাষা: জামালপুব়) হৈছে মৈমনসিংৰ পুৰণি ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত এখন চহৰ। ই জামালপুৰ জিলা আৰু জামালপুৰ সদৰ উপজিলাৰ মুখ্য কাৰ্যালয়। ২০২২ চনৰ বাংলাদেশৰ লোকপিয়ল অনুসৰি, জামালপুৰৰ জনসংখ্যা ১৫৮,৮৭৩ জন।১ যাৰ বাবে ই বাংলাদেশৰ ৩১ সংখ্যক বৃহত্তম চহৰ।
তথ্যসূত্ৰ
- ↑ (November 2023). Population and Housing Census 2022: National Report (Volume I). Bangladesh Bureau of Statistics. পৃ. 392. ISBN 978-984-475-201-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামালপুৰ, বাংলাদেশ” প্ৰবন্ধৰ সংশোধন ৫২২০৪৪ (৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।