বাং য়ে-ৰিন (কোৰিয়ান: 방예린; জন্ম ৩ জানুৱাৰী, ১৯৯৬), মঞ্চ নাম চ'ল ইন-আ (কোৰিয়ান: 설인아) নামে অধিক পৰিচিত, এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী। তেওঁ বিশেষকৈ টেলিভিছন ধাৰাবাহিক ছানী এগেইন টুমৰো (২০১৮), বিউটিফুল লাভ, ৱাণ্ডাৰফুল লাইফ (২০১৯), বিজনেছ প্ৰপ'জাল (২০২২), আৰু টুইংকলিং ৱাটাৰমেলন (২০২৩)-ত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে জনপ্ৰিয়। ইয়াৰ উপৰিও তেওঁ ষ্ট্ৰং গাৰ্ল বং-সুন (২০১৭), স্কুল ২০১৭ (২০১৭), আৰু মিষ্টাৰ কুইন (২০২০–২০২১)-ত সহায়ক চৰিত্ৰত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
চ'ল ইন-আ-ৰ জন্ম দক্ষিণ কোৰিয়াৰ সুৱনত হৈছিল। তেওঁ ছিয়'ল ইনষ্টিটিউট অৱ দ্য আৰ্টছত অধ্যয়ন কৰিছিল আৰু অভিনয় বিষয়ত মুখ্য বিষয় লৈ শিক্ষা গ্ৰহণ কৰিছিল।১
কেৰিয়াৰ
২০১৫–২০১৬: আৰম্ভণি
চ'ল ইন-আয়ে ২০১৫ চনত অভিনয় জীৱনৰ আৰম্ভণি কৰে। তেওঁ ২০১৫ চনত দ্য প্ৰডিউছাৰ্ছ ধাৰাবাহিকত এটা সৰু চৰিত্ৰত অভিনয় কৰে আৰু ২০১৬ চনত ফ্লাৱাৰ্ছ অৱ দ্য প্ৰিজন-ত উপস্থিত হয়।
২০১৭–বৰ্তমান: জনপ্ৰিয়তা বৃদ্ধি আৰু মুখ্য চৰিত্ৰ
তেওঁ প্ৰথমে জেটিবিচি চেনেলৰ ধাৰাবাহিক ষ্ট্ৰং গাৰ্ল বং-সুন আৰু কেবিএছ২-ৰ ধাৰাবাহিক স্কুল ২০১৭-ত সহায়ক চৰিত্ৰত অভিনয় কৰি স্বীকৃতি লাভ কৰে। তেওঁ ক্ল'জড আইজ শীৰ্ষক এটা ৱেব চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ২০১৭ চনৰ পৰা ২০১৯ চনলৈ তেওঁ এমবিচি চেনেলৰ অনুষ্ঠান চেকচন টিভি-ৰ সঞ্চালিকা হিচাপে কাম কৰে।

২০১৮ চনত চ'ল ইন-আয়ে ছানী এগেইন টুমৰো ধাৰাবাহিকত প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে। এই ধাৰাবাহিকৰ বাবে তেওঁ ২০১৮ চনৰ কেবিএছ ড্ৰামা এৱাৰ্ডছত শ্ৰেষ্ঠ নবাগতা অভিনেত্ৰী বঁটা লাভ কৰে। তাৰ পিছত তেওঁ ল' অৱ দ্য জঙ্গল ইন মেক্সিকো অনুষ্ঠানত নিয়মীয়া সদস্য হিচাপে অংশগ্ৰহণ কৰে। ২০১৯ চনত তেওঁ স্পেচিয়েল লেবাৰ ইন্সপেক্টৰ ধাৰাবাহিকতো সহায়ক চৰিত্ৰত অভিনয় কৰে।
তেওঁ দ্বিতীয়বাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে সাপ্তাহিক ধাৰাবাহিক বিউটিফুল লাভ, ৱাণ্ডাৰফুল লাইফ-ত, যি ২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ২০২০ চনৰ মাৰ্চ মাহলৈ সম্প্ৰচাৰিত হৈছিল। এই ধাৰাবাহিকত অভিনয়ৰ বাবে তেওঁ ২০১৯ চনৰ কেবিএছ ড্ৰামা এৱাৰ্ডছত ধাৰাবাহিক নাটকৰ শ্ৰেষ্ঠত্ব বঁটা লাভ কৰে।
২০২০ চনত তেওঁ টিভিএন চেনেলৰ ধাৰাবাহিক ৰেকৰ্ড অৱ ইয়ুথ-ত বিশেষ উপস্থিতি জনায়। একে বছৰত তেওঁ ঐতিহাসিক ধাৰাবাহিক মিষ্টাৰ কুইন-ত জো হ্ৱা-জিন (ৰয়েল নোবল কনচৰ্ট উই) চৰিত্ৰত অভিনয় কৰে।
২০২২ চনত তেওঁ এছবিএছ ৰোমান্টিক কমেডি ধাৰাবাহিক বিজনেছ প্ৰপ'জাল-ত জিন ইয়ং-ছ' চৰিত্ৰত অভিনয় কৰে। ২০২২ চনৰ এপ্ৰিল মাহত জনোৱা হয় যে তেওঁৰ উৱি এণ্টাৰটেইনমেণ্টৰ সৈতে থকা চুক্তি সমাপ্ত হৈছে আৰু তেওঁ নবীকৰণ নকৰাৰ সিদ্ধান্ত লৈছে।২ পাছত তেওঁ গোল্ডমেডালিষ্টৰ সৈতে নতুনকৈ চুক্তিবদ্ধ হয়।৩
তেওঁ ২০২২ চনৰ ৮ জুলাইত ভেগান ব্ৰেণ্ড মাৰহেন জে-ৰ সৈতে সহযোগিতাত নিজৰ প্ৰথম একক গীত “পিউৰ লাভ” মুক্তি কৰে। সংগীত ভিডিঅ'সহ গীতটো একে দিনাই মুক্তি পায়।৪৫
২০২২ চনৰ আগষ্ট মাহত তেওঁ ইমাৰ্জেন্সি ডিক্লাৰেশ্যন চলচ্চিত্ৰত টে ইউন নামৰ এয়াৰ হোষ্টেছ চৰিত্ৰত অভিনয় কৰি ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰে।৬
ফিল্ম'গ্ৰাফি
চলচ্চিত্ৰ
| বছৰ | শীৰ্ষক | চৰিত্ৰ | টোকা | Ref. |
|---|---|---|---|---|
| ২০১৭ | ক্ল’জড আইজ | পাৰ্ক মি-ৰিম | ৱেব চলচ্চিত্ৰ | ৭ |
| ২০২২ | ইমাৰ্জেন্সি ডিক্লেয়াৰেশ্যন | তে-ঊন | ৮ | |
| ২০২৩ | লাভ মাই ছেণ্ট | আৰা | ৯১০ |
টেলিভিছন ধাৰাবাহিক
| বছৰ | শীৰ্ষক | চৰিত্ৰ | টোকা | Ref. |
|---|---|---|---|---|
| ২০১৫ | দ্য প্ৰডিউচাৰছ | ছিন্ডিৰ এণ্টি-ফেন | বিশেষ উপস্থিতি (খণ্ড ১০) | ১১ |
| ২০১৬ | ফ্লাৱাৰ্ছ অৱ দ্য প্ৰিজন | কোৰ্ট লেডী হান | বিশেষ উপস্থিতি | ১২ |
| ২০১৭ | ষ্ট্ৰং গাৰ্ল বং-সুন | জো হি-জি | ১৩ | |
| ২০১৭ | স্কুল ২০১৭ | হং নাম-জু | ১৪ | |
| ২০১৮ | ছানী এগেইন টুমৰো | কাং হা-নুই / হান সু-জং | ১৫ | |
| ২০১৯ | স্পেচিয়েল লেবাৰ ইনস্পেক্টৰ | গো মাল-সুক | ১৬ | |
| ২০১৯–২০২০ | বিউটিফুল লাভ, ৱাণ্ডাৰফুল লাইফ | কিম চিয়ং-আহ | ১৭ | |
| ২০২০ | ৰেকৰ্ড অৱ ইউথ | জং জি-আহ | বিশেষ উপস্থিতি (খণ্ড ৪, ৭–১৫) | ১৮ |
| ২০২০–২০২১ | মিষ্টাৰ কুইন | জো হ্ৱা-জিন | ১৯ | |
| ২০২২ | বিজনেছ প্ৰপ'জাল | জিন ইয়ং-ছো | ২০ | |
| ২০২৩ | অ'এচিছ | ওহ জুং-শিন | ২১ | |
| ২০২৩ | টুইংকলিং ৱাটাৰমেলন | চোই সে-গিয়ং / অন ইউন-ইউ | ২২ | |
| ২০২৫ | ও মাই ঘ’ষ্ট ক্লায়েণ্টছ | না হি-জু | ২৩ | |
| ২০২৬ | ৱাই ইউ ড’ণ্ট নো ইট্ছ এ গাৰ্ল? | কাং জে-হি | ২৪ |
ৱেব ধাৰাবাহিক
| বছৰ | শীৰ্ষক | চৰিত্ৰ | টোকা | Ref. |
|---|---|---|---|---|
| ২০২৩ | চেলিব্ৰিটি | ছং য়ন-উ | বিশেষ উপস্থিতি (খণ্ড ৪) | ২৫ |
টেলিভিছন অনুষ্ঠান
| বছৰ | শীৰ্ষক | ভূমিকা | টোকা | Ref. |
|---|---|---|---|---|
| ২০১৫ | এ লুক এট মাইচেল্ফ | হিডেন কেমেৰা এজেণ্ট | ২৬ | |
| ২০১৭–২০১৯ | ছেকশ্যন টিভি | সঞ্চালক | ২৭ | |
| ২০১৮ | ল' অৱ দ্য জংগল (মেক্সিকো) | সদস্য | খণ্ড ৩১৪–৩২০ | ২৮ |
| ২০১৯ | পেইকছ মিষ্টেৰিয়াছ কিচেন | প্ৰতিযোগী | খণ্ড ১ | ২৯ |
| ২০২১ | ল' অৱ দ্য জংগল – পেণ্ট আইলেণ্ড: আইলেণ্ড অৱ ডিজায়াৰ | সদস্য | খণ্ড ৪৫১–৪৫২ | ৩০৩১ |
| ২০২২ | হ'প টিভি | সঞ্চালক | খণ্ড ৫–৬ | ৩২ |
| ২০২৪–২০২৫ | আয়ৰন গাৰ্লছ | সদস্য | ঋতু ১–২ | ৩৩৩৪ |
সঞ্চালনা
| বছৰ | অনুষ্ঠান | টোকা | Ref. |
|---|---|---|---|
| ২০১৭ | ছিয়ৌল মিউজিক এৱাৰ্ডছ | এমচি ডিং ডংৰ সৈতে (ৰেড কাৰ্পেট) | ৩৫ |
| দ্য ছিয়ৌল এৱাৰ্ডছ | ইয়াং সে-চানৰ সৈতে (ৰেড কাৰ্পেট) | ৩৬ | |
| ২০১৮ | ড্ৰীম কনচাৰ্ট | ইউন শি-ইউন আৰু চা ইউ্ন-উৰ সৈতে | ৩৭৩৮ |
| ২০২২ | ২০২২ কে’বিএছ এণ্টাৰটেইনমেণ্ট এৱাৰ্ডছ | মুন সে-ইউন আৰু কাং চান-হীৰ সৈতে | ৩৯৪০ |
| ২০২৩ | ২০২৩ কে’বিএছ ড্ৰামা এৱাৰ্ডছ | জাং ছুং-গ্যু আৰু ৰউনৰ সৈতে | ৪১ |
সঙ্গীত তালিকা
একক গীত
| শীৰ্ষক | বছৰ | এলবাম | Ref. |
|---|---|---|---|
| "পিউৰ লাভ" (예쁘니까) | ২০২২ | বাণিজ্যিক গীত | ৪২ |
| "ইউ ড’ণ্ট হেভ টু সে এনি্থিং" (말하지 않아도 알아요 설인아) | ২০২৩ | আম্ব্ৰেলা | ৪৩ |
| "লেডি ইন দ্য ৰেইনি নাইট" (여우야) (দ্য ক্লাছিকৰ সৈতে) | ২০২৪ | ৪৪ | |
| "এ ৰেচ" (달리기) (চা হাক-য়ন সৈতে) | ২০২৫ | ও মাই ঘ’ষ্ট ক্লায়েণ্টছ OST পাৰ্ট ৪ | ৪৫ |
পুৰস্কাৰ আৰু মনোনয়ন
| + পুৰস্কাৰ অনুষ্ঠান, বছৰ, শ্ৰেণী, মনোনীত কাম আৰু ফলাফল | পুৰস্কাৰ অনুষ্ঠান | বছৰ | শ্ৰেণী | মনোনীত কাম / ব্যক্তি | ফলাফল | Ref. |
| এপিএএন ষ্টাৰ এৱাৰ্ডছ | ২০২১ | এক্সেলেন্স এৱাৰ্ড, ধাৰাবাহিক নাটকৰ অভিনেত্ৰী | বিউটিফুল লাভ, ৱাণ্ডাৰফুল লাইফ | ৪৬ | ||
| বেকচাং আৰ্টছ এৱাৰ্ডছ | ২০১৯ | শ্ৰেষ্ঠ নবাগতা অভিনেত্ৰী – টেলিভিছন | ছানী এগেইন টুমৰো | ৪৭ | ||
| ব্ৰেণ্ড অৱ দ্য ইয়েৰ এৱাৰ্ডছ | ২০২২ | ৰাইজিং ষ্টাৰ অভিনেত্ৰী | চ'ল ইন-আ | ৪৮ | ||
| কেবিএছ ড্ৰামা এৱাৰ্ডছ | ২০১৮ | শ্ৰেষ্ঠ নবাগতা অভিনেত্ৰী | ছানী এগেইন টুমৰো | ৪৯ | ||
| কেবিএছ ড্ৰামা এৱাৰ্ডছ | ২০১৯ | এক্সেলেন্স এৱাৰ্ড, ধাৰাবাহিক নাটকৰ অভিনেত্ৰী | বিউটিফুল লাভ, ৱাণ্ডাৰফুল লাইফ | ৫০ | ||
| কেবিএছ ড্ৰামা এৱাৰ্ডছ | ২০২৩ | এক্সেলেন্স এৱাৰ্ড, মিনিচিৰিজ অভিনেত্ৰী | অ'এচিছ | ৫১ | ||
| কোৰিয়া ফাৰ্ষ্ট ব্ৰেণ্ড এৱাৰ্ডছ | ২০২৬ | মহিলা মাল্টি-এণ্টাৰটেইনাৰ | চ'ল ইন-আ | ৫২ | ||
| এমবিচি এণ্টাৰটেইনমেণ্ট এৱাৰ্ডছ | ২০১৭ | শ্ব' / ছিটকম শ্ৰেণীৰ মহিলা নবাগতা পুৰস্কাৰ | চেকচন টিভি | ৫৩ | ||
| এছবিএছ ড্ৰামা এৱাৰ্ডছ | ২০২২ | বেষ্ট কাপল এৱাৰ্ড | চ'ল ইন-আ (কিম মিন-ক্যু সৈতে) বিজনেছ প্ৰপ'জাল | ৫৪ | ||
| এছবিএছ ড্ৰামা এৱাৰ্ডছ | ২০২২ | এক্সেলেন্স এৱাৰ্ড, মিনিচিৰিজ ৰোমান্স/কমেডি অভিনেত্ৰী | বিজনেছ প্ৰপ'জাল | ৫৫ |
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি. ouient.com
- ↑ Kang, Nae-ri. (April 4, 2022). ko:설인아, 김수현과 한솥밥 먹나?..골드메달리스트 측 "전속계약 논의 중. YTN
- ↑ Kim, So-yeon. (April 11, 2022). ko:설인아, 골드메달리스트와 전속 계약..김수현·서예지와 한솥밥(공식). Star Today
- ↑ (July 8, 2022). ko:설인아, '예쁘니까'..오늘(8일) 신곡 발매. Naver
- ↑ Jung, Hae-eun. (July 8, 2022). ko:설인아, 깜짝 음원 발매..산뜻 힐링송 '예쁘니까. Sports Seoul
- ↑ Kim, Na-yeon. (August 10, 2022). ko:우미화부터 설인아까지.'비상선언' 꽉 채운 신스틸러 5인방. MT StarNews
- ↑ Yoo, Chan-hee. (January 10, 2017). ko:설인아, 웹무비 '눈을 감다' 캐스팅..B1A4 바로와 호흡. Ten Asia
- ↑ Kim, Jin-seok. (July 21, 2021). ko:(단독) 설인아, 칸 초청작 '비상선언'으로 스크린 첫 데뷔. JTBC
- ↑ Kim, No-eul. (September 3, 2021). ko:윤시윤 설인아 '니캉내캉'으로 로맨스 호흡 "최근 촬영 시작"(공식). Newsen
- ↑ Koh Seung-ah. (January 13, 2023). ko:윤시윤·설인아 '우리 사랑이 향기로 남을 때' 2월 개봉. News1
- ↑ (February 9, 2016). ko:'나를 찾아줘' 설인아, 과거 '프로듀사' 출연 모습 재조명 '아이유 안티팬'. Asia Today
- ↑ Park, Young-wook. (August 29, 2016). ko:신예 설인아, 드라마 '옥중화' 한상궁 역으로 첫 사극 도전 '강한 존재감' 뽐내. Aju Economic Daily
- ↑ Kim, Yeon-ji. (May 12, 2017). ko:(피플IS) '힘쎈여자 도봉순' 설인아, 종영 후 광고계 러브콜. JTBC
- ↑ Ha, Kyung-heon. (June 6, 2017). ko:(단독) 설인아 '학교 2017' 홍남주 역 전격 발탁. Naver. Sports Kyunghyang
- ↑ Park, Jae-hwan. (April 10, 2018). ko:설인아-진주형-하승리-이창욱, "내일도 맑음". Naver. Korean Broadcasting System
- ↑ Yoo, Byung-cheol. (January 15, 2019). ko:설인아, MBC '특별근로감독관 조장풍' 캐스팅 확정. Naver. The Korea Economic Daily
- ↑ Yang, So-young. (July 17, 2019). ko:설인아 김재영, '사랑은 뷰티풀 인생은 원더풀' 합류. Maeil Business Newspaper
- ↑ Kim, Jin-seok. (June 17, 2020). ko:(단독)설인아, '청춘기록' 특별출연. Naver. Daily Sports
- ↑ Kim, Jin-seok. (July 17, 2020). ko:(단독)설인아, tvN '철인왕후' 주연 합류. Naver. Daily Sports
- ↑ Hyun, Jung-min. (August 3, 2021). ko:설인아, SBS '사내 맞선'서 매력 재벌녀 변신. Sportsworld. Naver
- ↑ Moon, Ji-yeon. (August 31, 2022). ko:(공식) 장동윤·설인아·추영우, '오아시스'로 만난다. Sports Chosun
- ↑ Moon, Ji-yeon. (April 5, 2023). ko:(공식) 려운·최현욱→설인아·신은수, '반짝이는 워터멜론'으로 뭉친다. Sports Chosun
- ↑ Park, Seo-hyun. (December 19, 2024). ko:'노무사 노무진' 정경호X설인아X차학연 캐스팅. Herald Pop
- ↑ Lee, Min-ji. (December 18, 2025). ko:'나의 유죄인간' 임시완X설인아. Newsen
- ↑ Kim, Chae-yeon. (June 22, 2023). ko:아는 사람은 보인다! '셀러브리티' 아이키·이사배·차현승 등 특별출연 라인업 공개. Osen
- ↑ Hong, Min-ki. (December 12, 2015). ko:'나를 돌아봐' 배우지망생 설인아, 조영남 따귀 때려. 이경규 몰카 재연. Naver. Sports Chosun
- ↑ Son, Ye-ji. (May 21, 2017). ko:'섹션TV' 설인아, 청춘 에디터 발탁 "설편으로 불러주세요". Naver. Ten Asia
- ↑ Kim, Jin-seok. (February 26, 2018). ko:(단독)김준현·설인아·서은광·한은정·최현석 '정글' 멕시코行. Ilgan Sports
- ↑ Kim, Jun-seok. (May 18, 2019). ko:'미스터리 키친' 이혜정, 만장일치로 설인아 꺾고 결승 진출(종합). Naver. Sports Chosun
- ↑ Kim, Je-ni. (May 18, 2021). ko:정글의 법칙', 국내 편 마지막 시즌 방송.. 유오성→설인아 출격. Star Daily News
- ↑ Jin, Ju-hee. (May 21, 2021). ko:'정글의 법칙' 유오성·설인아, 화려한 정글 재입성기(MK★TV컷). Maekyung Sports
- ↑ Yoo, Jeong-min. (November 17, 2022). ko:설인아 "환경 보호 실천, 더욱 노력해야겠다고 다짐"(희망TV). iMBC
- ↑ Shin, Young-eun. (September 6, 2024). ko:'무쇠소녀단' 진서연·유이·설인아·박주현, 철인으로 거듭나라. Maeil Business Newspaper
- ↑ Lee, Mi-young. (May 1, 2025). ko:'무쇠소녀단2', 유이·금새록·박주현·설인아 출연..복싱 도전. Joy News24
- ↑ Cho, Hyun-jung. (January 19, 2017). ko:설인아,서울가요대상 레드카펫 MC로 활약. Naver. Sports Seoul
- ↑ Choi, Min-ji. (October 28, 2017). ko:(더서울어워즈) 설인아, 레드카펫 시선 '싹쓸이'한 명품 드레스 자태. Naver. Sports Seoul
- ↑ Kang, Seon-ae. (April 16, 2018). ko:설인아, '2018 드림콘서트' MC 발탁 '차세대 한류 여배우 입증'. Seoul Broadcasting System
- ↑ Yang, Ji-yeon. (April 26, 2018). ko:아스트로 차은우, 2018 드림콘서트 MC 발탁···윤시윤·설인아와 호흡. Naver. The Seoul Economic Daily
- ↑ Lee, Kyung-ho. (December 9, 2022). ko:문세윤X설인아X찬희, '2022 KBS 연예대상' MC 확정 (공식). Star News. Naver
- ↑ (December 7, 2022). ko:2022 KBS 연예대상: MC. Korean Broadcasting System
- ↑ Cho, Hye-jin. (December 4, 2023). ko:'2023 KBS 연기대상', 장성규X로운X설인아 MC 조합 완성 (공식입장). Xports News
- ↑ Baek Seung-hoon. (July 8, 2022). 설인아, '예쁘니까'…오늘(8일) 신곡 발매. MBC Entertainment News
- ↑ Yoo Jeong-min. (June 21, 2023). 설인아, '말하지 않아도 알아요' 리메이크…이찬혁비디오 프로젝트 참여. iMBC
- ↑ Yoo Byung-cheol. (April 15, 2024). 설인아, 더 클래식 '여우야' 리메이크 음원 발매…종횡무진 활약. Global Epic
- ↑ Son Bong-seok. (June 21, 2025). 설인아X차학연, 직접 가창한 ‘노무사 노무진’ OST ‘달리기’ 발매. Sports Kyunghyang
- ↑ Kim, Myung-mi. (November 13, 2020). ko:'APAN STAR AWARDS' 우수상 후보 공개, 박보검부터 지창욱까지. Naver. Newsen
- ↑ Kim, Yu-jin. (April 4, 2019). ko:이병헌부터 염정아까지..제55회 백상예술대상, TV 부문 최종 후보 공개. Xports News
- ↑ Lee, Seung-gil. (September 1, 2022). ko:유재석·임영웅·아이브 등, '2022 올해의 브랜드 대상' 수상 (공식). My Daily
- ↑ (January 1, 2019). ko:(2018 KBS 연기대상) 유동근 대상. Naver. Ten Asia
- ↑ Kim, Ga-young. (December 31, 2019). ko:(2019 KBS 연기대상) 김소연·설인아·오민석·기태영, 장편 부문 우수상. Naver. Edaily
- ↑ (January 1, 2024). ko:(종합) 최수종 눈물 ('KBS 연기대상'). Ten Asia. Naver
- ↑ Park, Jin-young. (January 6, 2026). ko:2026 대한민국 퍼스트브랜드 대상. JoyNews24
- ↑ (December 30, 2017). ko:(MBC 연예대상 종합). Naver. Osen
- ↑ (December 31, 2022). ko:'사내맞선' 베스트커플상. Ilgan Sports
- ↑ (December 31, 2022). ko:'천원짜리 변호사' 김지은. SBS Drama
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চ'ল ইন-আ” প্ৰবন্ধৰ সংশোধন ৬০০৭৫৮ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।