অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

গ্লেটি

গ্লেটি বৰ্তমানৰ বেনিনত থকা ডাহোমি ৰাজ্যৰ ফন জনগোষ্ঠীৰ মাজত প্ৰচলিত এগৰাকী চন্দ্ৰদেৱী। ডাহোমে পৌৰাণিক কাহিনীত তেওঁ সকলো তৰাৰ মাতৃ। চন্দ্ৰৰ স্বামীৰ শৰীৰৰ ছাঁই তাইৰ মুখখন পাৰ হৈ যোৱাৰ ফলত সূৰ্যগ্ৰহণ হয়।

হালনাগাদ: ৩১ ডিচেম্বৰ ২০২৫ ৩১ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

গ্লেটি বৰ্তমানৰ বেনিনত থকা ডাহোমি ৰাজ্যৰ ফন জনগোষ্ঠীৰ মাজত প্ৰচলিত এগৰাকী চন্দ্ৰদেৱী।১২

ডাহোমে পৌৰাণিক কাহিনীত তেওঁ সকলো তৰাৰ মাতৃ। চন্দ্ৰৰ স্বামীৰ শৰীৰৰ ছাঁই তাইৰ মুখখন পাৰ হৈ যোৱাৰ ফলত সূৰ্যগ্ৰহণ হয়।১

তথ্যসূত্ৰ

  1. ↑ Priestess Brandi Auset. (2009). The Goddess Guide: Exploring the Attributes and Correspondences of the Divine Feminine. Llewellyn Worldwide. পৃ. 55. ISBN 978-0-7387-1551-3
  2. ↑ Charles Russell Coulter; Patricia Turner. (2013). Encyclopedia of Ancient Deities. Routledge. পৃ. 193. ISBN 978-1-135-96390-3

সম্পৰ্কিত শ্ৰেণী

দেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্লেটি” প্ৰবন্ধৰ সংশোধন ৫৬৬৮৮২ (৩১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।