অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

গৌতম বুদ্ধ নগৰ (লোকসভা সমষ্টি)

উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ ৮০টা লোকসভা (সংসদীয়) সমষ্টিৰ ভিতৰত গৌতম বুদ্ধ নগৰ লোকসভা সমষ্টি অন্যতম। ২০০২ চনত গঠন হোৱা ভাৰতৰ সীমা নিৰ্ধাৰণ আয়োগৰ পৰামৰ্শৰ ভিত্তিত সংসদীয় সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কাৰ্যকৰী কৰাৰ অংশ হিচাপে ২০০৮ চনত বুলন্দশহৰ আৰু গৌতম বুদ্ধ নগৰ জিলাত বিস্তৃত এই সমষ্টিটোৰ অস্তিত্ব…

হালনাগাদ: ৮ এপ্ৰিল ২০২৩ ৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ ৮০টা লোকসভা (সংসদীয়) সমষ্টিৰ ভিতৰত গৌতম বুদ্ধ নগৰ লোকসভা সমষ্টি অন্যতম। ২০০২ চনত গঠন হোৱা ভাৰতৰ সীমা নিৰ্ধাৰণ আয়োগৰ পৰামৰ্শৰ ভিত্তিত সংসদীয় সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কাৰ্যকৰী কৰাৰ অংশ হিচাপে ২০০৮ চনত বুলন্দশহৰ আৰু গৌতম বুদ্ধ নগৰ জিলাত বিস্তৃত এই সমষ্টিটোৰ অস্তিত্ব আহিছিল।

বিধানসভা সমষ্টিসমূহ

বৰ্তমান গৌতম বুদ্ধ নগৰ (জি. বি. নগৰ) লোকসভা সমষ্টিত পাঁচটা বিধানসভা (বিধানসভা) সমষ্টি আছে।১ নয়ডা, জেৱাৰ আৰু দাদ্ৰি গৌতম বুদ্ধ নগৰ (জি বি নগৰ) জিলাৰ অন্তৰ্গত। আনহাতে সিকন্দ্ৰাবাদ আৰু খুৰ্জা বুলন্দশহৰ জিলাৰ অন্তৰ্গত।

নংনামজিলাসদস্যParty
৬১নয়দাগৌতম বুদ্ধ নগৰ জিলাপংকজ সিংবিজেপি
৬২দাদ্ৰিতেজপাল সিং নাগৰবিজেপি
৬৩জেৱাৰধীৰেন্দ্ৰ সিংবিজেপি
৬৪সিকন্দ্ৰাবাদবুলন্দশহৰলক্ষ্মী ৰাজ সিংবিজেপি
৭০খুৰ্জা (অনুসূচিত জাতি)মীনাক্ষী সিংবিজেপি

সংসদৰ সদস্যসকল

বছৰসদস্যৰাজনৈতিক দল
২০০৮ লৈকে: চাওঁক খুৰ্জা
২০০৯সুৰেন্দ্ৰ সিং নাগৰবহুজন সমাজ পাৰ্টি
২০১৪মহেশ শৰ্মাভাৰতীয় জনতা পাৰ্টী
২০১৯

তথ্যসূত্ৰ

  1. ↑ (22 January 2009). Information and Statistics-Parliamentary Constituencies-13-Gautam Buddh Nagar. Chief Electoral Officer, Uttar Pradesh website

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌতম বুদ্ধ নগৰ (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৩৫৩৩৬৬ (৮ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।