গণনা (Computation) নামক পৰিভাষিক শব্দটোৰে এক ধৰণৰ অপাৰেশ্যনক বুজায়। এই কাৰ্য্য কিছু প্ৰাৰম্ভিক চৰ্তয়েদি আৰম্ভ হয় আৰু কিছু নিৰ্দিষ্ট নিয়ম অনুসৰণ কৰি এটি ফলাফল প্ৰদান কৰে।
কম্পিউটাৰ সম্পাদিত গণনামূলক কামবোৰ গণনাৰ সবাতোকৈ সাধাৰণ উদাহৰণ। ইয়াত প্ৰগামিং ভাষাৰে কম্পিউটাৰক গণনা পদ্ধতিৰ নিৰ্দিষ্ট নিয়মবোৰ ফলন (function) আকাৰে প্ৰদান কৰা থাকে।
কম্পিউটাৰ বিজ্ঞানত গণনাৰ প্ৰকৃতি আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। গণনাত ব্যৱহৃত নিয়মৰ ছেটসমূহক কম্পিউটাৰ বিজ্ঞানৰ পৰিভাষাত এলগেৰিথম (Algorithm)।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণনা” প্ৰবন্ধৰ সংশোধন ২৬০০৪৫ (২৫ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।