অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ক্ল’ড (ভাষা-আৰ্হি)

ক্ল’ড (Claude) হৈছে এন্থ্ৰপিক-দ্বাৰা বিকশিত বৃহৎ ভাষা-আৰ্হিৰ এটা পৰিয়াল। প্ৰথমটো মডেল 2023 চনৰ মাৰ্চ মাহত মুকলি কৰা হৈছিল। 2024 চনৰ মাৰ্চ মাহত মুক্তি পোৱা ক্ল’ড 3-এ ছবিও বিশ্লেষণ কৰিব পাৰে।

হালনাগাদ: ১৮ জুন ২০২৪ ৩০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ক্ল’ড (Claude) হৈছে এন্থ্ৰপিক-দ্বাৰা বিকশিত বৃহৎ ভাষা-আৰ্হিৰ এটা পৰিয়াল।১ প্ৰথমটো মডেল 2023 চনৰ মাৰ্চ মাহত মুকলি কৰা হৈছিল। 2024 চনৰ মাৰ্চ মাহত মুক্তি পোৱা ক্ল’ড 3-এ ছবিও বিশ্লেষণ কৰিব পাৰে।২

তথ্যসূত্ৰ

  1. ↑ Davis, Wes. (2023-11-21). OpenAI rival Anthropic makes its Claude chatbot even more useful. The Verge
  2. ↑ Whitney, Lance. (March 4, 2024). Anthropic's Claude 3 chatbot claims to outperform ChatGPT, Gemini. ZDNET

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ল’ড (ভাষা-আৰ্হি)” প্ৰবন্ধৰ সংশোধন ৪২৩৫০৫ (১৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।