অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কেশৱ (বিষ্ণু)

কেশৱ (সংস্কৃত:केशव,আক্ষৰিক অৰ্থ, 'সুন্দৰ দীঘল চুলিৰ অধিকাৰী বা কেশী নামৰ অসুৰ বধ কৰোঁতা') হিন্দু পৰম্পৰাত বিষ্ণুৰ এটা উপনাম। মহাভাৰতৰ বিষ্ণু সহস্ৰনামত এই নামটো ২৩ আৰু ৬৪৮ নং নাম হিচাপে দেখা যায়। যন্ত্ৰণা বা দুৰ্ভাগ্য ৰোধ কৰিব বিচৰা ব্যক্তিসকলেও কেশৱক পূজন কৰে। তেওঁৰ পত্নী কীৰ্তি (লক্ষ্মী)।

হালনাগাদ: ২৩ ডিচেম্বৰ ২০২৫ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

কেশৱ (সংস্কৃত ভাষা:केशव,আক্ষৰিক অৰ্থ, 'সুন্দৰ দীঘল চুলিৰ অধিকাৰী বা কেশী নামৰ অসুৰ বধ কৰোঁতা') হিন্দু পৰম্পৰাত বিষ্ণুৰ এটা উপনাম।১ মহাভাৰতৰ বিষ্ণু সহস্ৰনামত এই নামটো ২৩ আৰু ৬৪৮ নং নাম হিচাপে দেখা যায়। যন্ত্ৰণা বা দুৰ্ভাগ্য ৰোধ কৰিব বিচৰা ব্যক্তিসকলেও কেশৱক পূজন কৰে। তেওঁৰ পত্নী কীৰ্তি (লক্ষ্মী)।২ কেশৱ বিষ্ণুৰ এক প্ৰতিমূৰ্তি ৰূপ।

শব্দৰ ব্যুৎপত্তিবিজ্ঞান

কেশৱৰ অৰ্থ হৈছে "সুন্দৰ দীঘল (নকটা) চুলি থকাজন" বা "কেশী দানৱৰ হত্যাকাৰী"। পদ্ম পুৰাণৰ মতে এই নামটোৱে কৃষ্ণৰ দীঘল, দেখাত ধুনীয়া নকটা চুলিক বুজায়।৩ নাৰায়ণ পণ্ডিতচাৰ্যৰ সংগ্ৰহ ৰামায়ণৰ কথা উল্লেখ কৰি লেখক মীনাক্ষী ভাৰত আৰু মধু গ্ৰভাৰে কৈছে যে "কেশৱ নামে বিষ্ণুক বুজায়।" ‘ক’ আখৰটোৱে ব্ৰহ্মাক বুজায় আৰু ‘ঈশ’ আখৰটোৱে শিৱক বুজায়। কেশৱ শব্দই ব্ৰহ্মা আৰু শিৱ উভয়কে সজীৱ কৰাক বুজায়"।৪

তথ্যসূত্ৰ

  1. ↑ wisdomlib.org. (2009-04-12). Kesava, Keshava, Keśava, Keśavā: 30 definitions. wisdomlib.org
  2. ↑ The Illustrated Dictionary of Hindu Iconography, Margaret Stutley, pp. 71, 73
  3. ↑ Alain Daniélou. (1991). The Myths and Gods of India: The Classic Work on Hindu Polytheism from the Princeton Bollingen Series. Inner Traditions / Bear & Co. পৃ. 154. ISBN 9780892813544
  4. ↑ Bharat Grover 2019, পৃ. 205

সম্পৰ্কিত শ্ৰেণী

বিষ্ণুৰ অৱতাৰহিন্দু দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেশৱ (বিষ্ণু)” প্ৰবন্ধৰ সংশোধন ৫৬৫৯১৩ (২৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।