কালাদান মাল্টি ম'ডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট হৈছে এটা প্ৰায় ৪৮৪ মিলিয়ন ডলাৰৰ১ প্ৰকল্প যিটোৱে ভাৰতৰ কলিকতা বন্দৰৰ লগত ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ছিত্তেৰ লগত সংযোগ কৰিছে। তাৰ পাছত ম্যানমাৰৰ ছিত্তেৰ পৰা চিন ৰাজ্যৰ পালেট্ৱা লগত কালাদান নদীৰ যোগেদি সংযোগ কৰা হৈছে। পালেট্ৱাৰ পৰা স্থলপথেৰে ভাৰতৰ মিজোৰাম ৰাজ্য সংযোগ কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Road to Mandalay Indian Express, June 2018
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালাদান মাল্টি ম'ডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট” প্ৰবন্ধৰ সংশোধন ৩৭০৭৪৯ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।