অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আটেটে

অৰোমো পৌৰাণিক কাহিনী আৰু ধৰ্মত আটেটে কাফা (ইথিওপিয়া)ত পূজা কৰা এগৰাকী উৰ্বৰতাৰ দেৱী। সম্ভৱতঃ ই মহিলাসকলে বিভিন্ন পৱিত্ৰ উদ্ভিদ সংগ্ৰহ কৰি নদীত পেলাই দিয়া প্ৰাচীন প্ৰজনন অনুষ্ঠানৰ বিষয়।

হালনাগাদ: ৩১ ডিচেম্বৰ ২০২৫ ২৮ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

অৰোমো পৌৰাণিক কাহিনী আৰু ধৰ্মত আটেটে কাফা (ইথিওপিয়া)ত পূজা কৰা এগৰাকী উৰ্বৰতাৰ দেৱী।১২

সম্ভৱতঃ ই মহিলাসকলে বিভিন্ন পৱিত্ৰ উদ্ভিদ সংগ্ৰহ কৰি নদীত পেলাই দিয়া প্ৰাচীন প্ৰজনন অনুষ্ঠানৰ বিষয়।৩

তথ্যসূত্ৰ

  1. ↑ Andrzejewski, B. W.; Pilaszewicz, S.; Tyloch, W. (1985-11-21). Literatures in African Languages: Theoretical Issues and Sample Surveys. Cambridge University Press. পৃ. 409. ISBN 978-0-521-25646-9
  2. ↑ Jordan, Michael. (2014-05-14). Dictionary of Gods and Goddesses. Infobase Publishing. পৃ. 36. ISBN 978-1-4381-0985-5
  3. ↑ Michael Jordan, Encyclopedia of Gods, Kyle Cathie Limited, 2002

সম্পৰ্কিত শ্ৰেণী

দেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আটেটে” প্ৰবন্ধৰ সংশোধন ৫৬৭১৯০ (৩১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।