অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আই নদী

আই অসমৰ মানাহ নদীৰ এক উপনদী।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আই অসমৰ মানস নদীৰ এক উপনদী।

সৃষ্টি আৰু গতিপথ

আই ভূটানত উৎপন্ন হৈ অসমত সোমাই চিৰাং আৰু বঙাইগাঁও জিলাৰ মাজেৰে বৈ আহি মানাহ নদীত পৰিছেহি।১ ইয়াৰ অসমত থকা অংশৰ দৈৰ্ঘ্য হৈছে ১০৩ কিঃ মিঃ।২

আই নদীয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৰ গুৱাহাটী-ৰঙিয়া-নিউ বঙাইগাঁও অংশটো বিজনী আৰু বঙাইগাঁওৰ মাজেৰে অতিক্ৰম কৰে।১ ২০০৫ চনত ই গতিপথ সলাবলৈ চেষ্টা কৰে যদিও ৰেল পথত বাধাপ্ৰাপ্ত হৈ পুণৰ পুৰণি গতিপথেই গ্ৰহণ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ ৱিকিমেপিয়া (Wikimapia)
  2. ↑ (১৯৮৮). আধুনিক অসমীয়া মানচিত্ৰ. ষ্টুডেন্টচ ষ্ট'ৰ, গুৱাহাটী
  3. ↑ The Assam Tribune, June 11, 2009

সম্পৰ্কিত শ্ৰেণী

অসমৰ নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আই নদী” প্ৰবন্ধৰ সংশোধন ৩৮৪৭৪১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।