এইখন ছাৰ আইজাক নিউটনৰ নামেৰে নামাকৰণ কৰা বস্তুসমূহৰ এখন তালিকা।
গণিতশাস্ত্ৰ
- গাউচ-নিউটন এলগ'ৰিথম (Gauss–Newton algorithm)
- নিউটন-ক'টছ্ সূত্ৰ (Newton–Cotes formulas)
- নিউটন-অ'কাউনক'ভ দেহ(Newton–Okounkov body)
- নিউটন-পেপিজ সমস্যা (Newton–Pepys problem)
- নিউটন ভগ্ন (Newton fractal)
- নিউটনৰ অভিন্নতা (Newton's identities)
- নিউটনৰ অসমতা (Newton's inequalities)
- নিউটন-ৰাফচন (Newton–Raphson)
- অপ্তিমাইজেছনত নিউটনৰ পদ্ধতি (Newton's method in optimization)
- নিউটনৰ সাংকেতিক চিহ্ন (Newton's notation)
- নিউটন সংখ্যা (গণিত) (Newton number (mathematics))
- নিউটন বহুভূজ (Newton polygon)
- নিউটন বহুপদ (Newton polynomial)
- নিউটন শ্ৰেণী (সসীম পাৰ্থক্য) (Newton series (finite differences))
- ডিম্বাকৃতি সম্পৰ্কে নিউটনৰ উপপাদ্য (Newton's theorem about ovals)
- খণ্ডিত নিউটন পদ্ধতি (Truncated Newton method)
পদাৰ্থ বিজ্ঞান
- নিউটনৰ বাকেট (Newton's bucket)
- নিউটনৰ কেননবল (Newton's cannonball)
- নিউটনৰ ধ্ৰুৱক (Newton's constant)
- নিউটনৰ দোলনা (Newton's cradle)
- নিউটন ডিস্ক (Newton disc)
- নিউটন-কাৰ্টান সূত্ৰ (Newton–Cartan theory)
- নিউটন-ইউলাৰ সমীকৰণ (Newton–Euler equations)
- নিউটনৰ শীতলীকৰণ সূত্ৰ (Newton's law of cooling)
- নিউটনৰ গতিবিষয়ক সূত্ৰ (Newton's laws of motion)
- নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ (Newton's law of universal gravitation)
- নিউটনৰ ধাতু (Newton's metal)
- নিউটন সংখ্যা (পদাৰ্থ বিজ্ঞান) (Newton number (Physics))
- নিউটনৰ প্ৰতিফলক (Newton's reflector)
- নিউটনৰ বৃত্ত (Newton's rings)
- নিউটনৰ ঘূৰ্ণীয় গোলকৰ যুক্তি (Newton's rotating sphere argument)
- নিউটন স্কেল (Newton scale)
- নিউটনৰ গোলক উপপাদ্য (Newton's sphere theorem)
- নিউটন টেলিস্ক'প (Newton telescope)
- ঘূৰ্ণীয় কক্ষপথৰ নিউটনৰ সূত্ৰ (Newton's theorem of revolving orbits)
- স্ক্ৰ'ডিঞ্জাৰ-নিউটন সমীকৰণ (Schrödinger–Newton equations)
- নিউটন (একক) (Newton (unit))
নিউটনীয়
- নিউটনিয়ানিজম (Newtonianism)
- নিউটনীয় ব্ৰহ্মাণ্ডতত্ত্ব (Newtonian cosmology)
- নিউটনীয় গতিবিজ্ঞান (Newtonian dynamics)
- নিউটনীয় তৰল (Newtonian fluid)
- অ-নিউটনীয় তৰল (Non-Newtonian fluids)
- নিউটনীয় বলবিজ্ঞান (Newtonian mechanics)
- নিউটনীয় টেলিস্ক'প (Newtonian telescope)
- প'ষ্ট-নিউটনীয় প্ৰসাৰণ (Post-Newtonian expansion)
- প'ষ্ট-নিউটনীয় ফৰ্মেলিজম (Post-Newtonian formalism)
অন্যান্য
- আইজাক নিউটন ইনষ্টিটিউট (Issac Newton Institute)
- আইজাক নিউটন টেলিস্ক'প (Isaac Newton Telescope)
- নিউটন (ব্লেক) (Newton (Blake)), উইলিয়াম ব্লেকৰ দ্বাৰা অংকিত নিউটনৰ চিত্ৰ
- নিউটন উপনগৰ (Newton Township), অ'হিও, আমেৰিকা
- নিউটন (প্লেটফৰ্ম) (Newton (Platform)), ১৯৯০ চনত Apple Incৰ দ্বাৰা বিকশিত এটা ব্যক্তিগত ডিজিটেল সহায়ক
- ছাৰ আইজাক নিউটন ছিক্সথ্ ফ'ৰ্ম (Sir Isaac Newton Sixth Form), এখন বিষাৰদ গণিত আৰু বিজ্ঞান বিদ্যালয়
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইজাক নিউটনৰ নামেৰে নামকৰণ কৰা বস্তুসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ১৭০০৬১ (২৫ আগষ্ট ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।