১৯১২ চনত জাপানে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল, আৰু তেতিয়াৰ পৰাই প্ৰায় প্ৰতিখন খেলতে অংশগ্ৰহণ কৰি আহিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৮ চনৰ গেমছলৈ জাপানক আমন্ত্ৰণ জনোৱা হোৱা নাছিল, আৰু ১৯৮০ চনত মস্কোত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক জাপানে বৰ্জন কৰিছিল। ১
জাপানে ১৯২০ চনত প্ৰথমবাৰৰ বাবে পদক লাভ কৰে, আৰু ১৯২৮ চনত প্ৰথম সোণৰ পদক লাভ কৰে। গ্ৰীষ্মকালীন অলিম্পিক গেমছত (শিল্প প্ৰতিযোগিতাৰ বাহিৰে) জাপানী খেলুৱৈসকলে ৫৪২টা পদক লাভ কৰিছে, য'ত জুডো, জিমনাষ্টিক, মল্লযুঁজ, আৰু সাঁতোৰত সৰ্বাধিক সোণৰ পদক লাভ কৰিছে ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ শেষৰ ফালে। শীতকালীন অলিম্পিক গেমছতো জাপানে ৭৬টা পদক লাভ কৰিছে। টকিঅ’ত আয়োজন কৰা

২০২০ অলিম্পিকত জাপানে আটাইতকৈ ভাল প্ৰদৰ্শন কৰিছে।
১৯১১ চনত জাপানী অলিম্পিক কমিটি গঠন কৰা হয় আৰু ১৯১২ চনত স্বীকৃতি দিয়া হয়।২
গ্ৰীষ্মকালীন অলিম্পিকত জাপানৰ প্ৰদৰ্শন
| অলিম্পিক | খেলুৱৈ | সোণ | ৰূপ | ব্ৰঞ্জ | মুঠ | স্থান |
| অংশগ্ৰহণ কৰা নাছিল | ||||||
| ২ | ০ | ০ | ০ | ০ | – | |
| ১৫ | ০ | ২ | ০ | ২ | ১৭ | |
| ১৯ | ০ | ০ | ১ | ২৩ | ||
| ৪৩ | ২ | ২ | ১ | ৫ | ১৫ | |
| ১৩১ | ৭ | ৭ | ৪ | ১৮ | ৫ | |
| ১৫৬ | ৬ | ৪ | ৮ | ১৮ | ৮ | |
| অংশগ্ৰহণ কৰা নাছিল | ||||||
| ৬৯ | ১ | ৬ | ২ | ৯ | ১৭ | |
| ১১০ | ৪ | ১০ | ৫ | ১৯ | ১০ | |
| ১৬২ | ৪ | ৭ | ৭ | ১৮ | ৮ | |
| ৩২৮ | ১৬ | ৫ | ৪ | ২৯ | ৩ | |
| ১৭১ | ১১ | ৭ | ৭ | ২৫ | ৩ | |
| ১৮৪ | ১৩ | ৮ | ৮ | ২৯ | ৫ | |
| ২১৩ | ৯ | ৬ | ১০ | ২৫ | ৫ | |
| অংশগ্ৰহণ কৰা নাছিল | ||||||
| ২৬৬ | ১০ | 8 | ১৪ | ৩২ | ৭ | |
| ২৫৫ | ৪ | ৩ | ৭ | ১৪ | ১৪ | |
| ২৫৬ | ৩ | 8 | ১১ | ২২ | ১৭ | |
| ৩০৬ | ৩ | ৬ | ৫ | ১৪ | ২৩ | |
| ২৬৬ | ৫ | ৮ | ৫ | ১৮ | ১৫ | |
| ৩০৬ | ১৬ | ৯ | ১২ | ৩৭ | ৫ | |
| ৩৩২ | ৯ | ৮ | ৮ | ২৫ | ৪ | |
| ২৯৫ | ৭ | ১৪ | ১৭ | ৩৮ | ১১ | |
| ৩৩৮ | ১২ | ৮ | ২১ | ৪১ | ৬ | |
| ৫৫৬ | ২৭ | 14 | ১৭ | ৫৬ | ৩ | |
| ৪০৩ | ২০ | ১২ | ১৩ | ৪৫ | ৩ | |
| ভৱিষ্যতৰ খেল | ||||||
| মুঠ (২৪/৩০) | ৫১৪২ | ১৮৯ | ১৬২ | ১৯১ | ৫৪২ | ৮ |
|---|
শীতকালীন অলিম্পিতক জাপানৰ প্ৰদৰ্শন
| অলিম্পিক | খেলুৱৈ | সোণ | ৰূপ | ব্ৰঞ্জ | মুঠ | স্থান |
| ৬ | 0 | 0 | 0 | 0 | – | |
| ১৬ | 0 | 0 | 0 | 0 | – | |
| ৩১ | 0 | 0 | 0 | 0 | – | |
| অংশগ্ৰহণ কৰা নাছিল | ||||||
| ১৩ | 0 | 0 | 0 | 0 | – | |
| ১০ | 0 | ১ | 0 | ১ | ১১ | |
| ৪১ | 0 | 0 | 0 | 0 | – | |
| ৪৭ | 0 | 0 | 0 | 0 | – | |
| ৬১ | 0 | 0 | 0 | 0 | – | |
| ৮৫ | ১ | ১ | ১ | ৩ | ১১ | |
| ৫৮ | 0 | 0 | 0 | 0 | – | |
| ৫০ | 0 | ১ | 0 | ১ | ১৫ | |
| ৩৯ | 0 | ১ | 0 | ১ | ১৪ | |
| ৪৮ | 0 | 0 | ১ | ১ | ১৬ | |
| ৬০ | ১ | ২ | ৪ | ৭ | ১১ | |
| ৫৯ | ১ | ২ | ২ | ৫ | ১১ | |
| ১৫৬ | ৫ | ১ | ৪ | ১০ | ৭ | |
| ১০৩ | 0 | ১ | ১ | ২ | ২১ | |
| ১১০ | ১ | 0 | 0 | ১ | ১৮ | |
| ৯৪ | 0 | ৩ | ২ | ৫ | ২০ | |
| ১১৩ | ১ | ৪ | ৩ | ৮ | ১৭ | |
| ১২৪ | ৪ | ৫ | 4 | ১৩ | ১১ | |
| ১২৪ | ৩ | ৭ | ৮ | ১৮ | ১২ | |
| ভৱিষ্যতৰ খেল | ||||||
| মুঠ (২৩/২৪) | ১৪৪ | ১৭ | ২৯ | ৩০ | ৭৬ | ১৭ |
|---|
তথ্যসূত্ৰ
- ↑ "United by Emotion': Everything you need to know about the Opening Ceremony for Tokyo 2020". Tokyo 2020 Organising Committee. 2021-07-16. Archived from the original on 2021-07-25. Retrieved 2021-08-17. What does 'United by Emotion' mean?
- ↑ Japan | Japanese Olympic Committee | National Olympic Committee". Olympic.org.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলিম্পিকত জাপান” প্ৰবন্ধৰ সংশোধন ৪৫৫২৩৯ (১৪ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।