অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

অলিম্পিকত চীন

এছিয়া মহাদেশৰ সৰ্ববৃৰত্ দেশ চীন। জনসংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল যদিও অলিম্পিক খেলত চীনৰ অংশগ্ৰহণ তুলনামূলকভাৱে শেহতীয়াকৈ হৈছে। ১৯৮৪ চনত আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক গেমছলৈ চীনৰ জনসাধাৰণে প্ৰথম সম্পূৰ্ণ এথলেটিক প্ৰতিনিধি দল প্ৰেৰণ কৰে।

হালনাগাদ: ২ জানুৱাৰী ২০২৫ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এছিয়া মহাদেশৰ সৰ্ববৃৰত্ দেশ চীন। জনসংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল যদিও অলিম্পিক খেলত চীনৰ অংশগ্ৰহণ তুলনামূলকভাৱে শেহতীয়াকৈ হৈছে। ১৯৮৪ চনত আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক গেমছ১লৈ চীনৰ জনসাধাৰণে প্ৰথম সম্পূৰ্ণ এথলেটিক প্ৰতিনিধি দল প্ৰেৰণ কৰে।২৩

২০২৪ চনলৈকে চীনে গ্ৰীষ্মকালীন অলিম্পিকত এবাৰ ১ম, চাৰিবাৰ ২য়, আৰু দুবাৰ ৩য় স্থান দখল কৰিছে। ১২খন অলিম্পিক খেলৰ সময়ছোৱাত মুঠ ৩২৫টা সোণৰ পদক, ২৫৮টা ৰূপৰ পদক আৰু ২২১টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

গ্ৰীষ্মকালীন অলিম্পিকত দেশখনৰ দ্বাদশ আৰু শীতকালীন অলিম্পিকত দ্বাদশ স্থানত অংশগ্ৰহণ কৰি চীন এছিয়া–অ’চেনিয়া অঞ্চলত সামগ্ৰিকভাৱে আটাইতকৈ সফল দেশ হিচাপে পৰিগণিত হৈছে, যাৰ ফলত ই অলিম্পিকৰ ইতিহাসত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ পিছতে ৩য় সফল দেশ হিচাপে পৰিগণিত হৈছে।

অলিম্পিকৰ চিহ্ন
অলিম্পিকৰ চিহ্নছবি: Original author: Pierre de Coubertin (1863-1937) · Public domain

অলিম্পিকত চীনৰ পদক অনুযায়ী প্ৰদৰ্শন

গ্ৰীষ্মকালীন অলিম্পিকত চীনৰ প্ৰদৰ্শন

অলিম্পিকখেলুৱৈসোণৰূপব্ৰঞ্জমুঠস্থান
অংশগ্ৰহণ কৰা নাই
Republic of China অংশ হিচাপে অংশগ্ৰহণ
অংশগ্ৰহণ কৰা নাই
Republic of China অংশ হিচাপে অংশগ্ৰহণ
১০০০০–
আই অ’ চিৰ পৰা পদত্যাগ
বৰ্জন
২১৬১৫৮৯৩২চতুৰ্থ
২৭৩৫১১১২১৮একাদশ
২৪৪১৬২২১৬৫৪চতুৰ্থ
২৯৪১৬২২১২৫০চতুৰ্থ
২৭১২৮১৬১৪৫৮তৃতীয়
৩৮৪৩২১৭১৪৬৩দ্বিতীয়
৬৩৯৪৮২২৩০১০০প্ৰথম
৩৯৬৩৯৩১২২৯২দ্বিতীয়
৪১২২৬১৮২৬৭০তৃতীয়
৪০৬৩৮৩২১৯৯০দ্বিতীয়
৩৮৮৪০২৭২৪৯১দ্বিতীয়
future event
মুঠ (১২/৩০)৩৯২৪৩০৩২২৬১৯৮৭২৭৩

শীতকালীন অলিম্পিকত চীনৰ প্ৰদৰ্শন

অলিম্পিকখেলুৱৈসোণৌৰূপব্ৰঞ্জমুঠস্থান
অংশগ্ৰহণ কৰা নাই
২৪০০০০–
৩৭০০০০–
১৩০০০০–
৩২০৩০৩১৫
২৪০১২৩১৯
৫৭০৬২৪১৬
৬৬২২৪৮১৩
৭৬২৪৫১১১৪
৯৪৫২৪১১৭
৬৬৩৪২৯১২
৮১১৬২৯১৬
১৭৬৯৪২১৫৪
future event
মুঠ (১২/২৪)৭৪৬২২৩২২৩৭৭১৬

তথ্যসূত্ৰ

  1. ↑ en.wikipedia.org/wiki/1984_Summer_Olympics
  2. ↑ 23rd Olympic Games: Los Angeles 1984 Chinese Olympic Committee
  3. ↑ (July 31, 2016). Chinese get preparations training for Rio Games

সম্পৰ্কিত শ্ৰেণী

অলিম্পিকঅলিম্পিকত ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলিম্পিকত চীন” প্ৰবন্ধৰ সংশোধন ৪৬১০৬৯ (২ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।