অনঙ্গৰঙ্গ (अनंगरंग) বা কমলেধিপ্লৱ (कमलेधिप्लव) হ'ল পঞ্চদশ নাইবা ষোড়শ শতিকাত কল্যাণ মল্লাই ৰচনা কৰা সংস্কৃত ভাষা গ্ৰন্থ।১২ পাণ্ডুলিপিখনৰ অনুবাদকসকলে কয় যে, ইয়াৰ উদ্দেশ্য কেৱল স্বামী-স্ত্ৰীৰ বিচ্ছেদ ৰোধ কৰা, অবাধ্যতাক উৎসাহিত কৰা নহয়।৩
আহমেদ খান লোডীৰ পুত্ৰ লাদ খানৰ আমোদৰ বাবে কবিয়ে এই গ্ৰন্থখন ৰচনা কৰিছিল ৷ ১৪৫১ চনৰ পৰা ১৫২৬ চনলৈকে দিল্লীৰ পৰা শাসন কৰা লোডী বংশৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল৷৪৫ এই গ্ৰন্থখনক প্ৰায়ে কামসূত্ৰৰ সৈতে তুলনা কৰা হয়।
১৮৮৫ চনত ছাৰ ৰিচাৰ্ড ফ্ৰান্সিছ বাৰ্টনৰ সম্পাদনাত কাম শাস্ত্ৰ ছ'চাইটিয়ে ইংৰাজী ভাষাত অনুবাদ আৰু প্ৰকাশ কৰে।৬৭ তেওঁৰ মৃত্যুৰ পিছত অনুবাদৰ পাণ্ডুলিপি আৰু টোকাসমূহ তেওঁৰ পত্নী ইছাবেল বাৰ্টনে জ্বলাই দিয়ে৮৯
তথ্যসূত্ৰ
- ↑ Burton Richard F.; Arbuthnot F. F. (1885). Ananga Ranga. Kama Shastra Society of London and Benares. পৃ. 14
- ↑ Frayser, S.G.; Whitby, T.J. (1995). Studies in Human Sexuality: A Selected Guide. Libraries Unlimited. পৃ. 143. ISBN 9781563081316
- ↑ Burton Richard F.; Arbuthnot F. F. (1964). Ananga Ranga. Medical Press of New York. পৃ. 11
- ↑ Dwarka Prasad Shastri. (2005). अनङ्गरङ्ग - Anangrang of Mahakavi Kalyan Malla. Chowkhamba Krishnadas Academy. পৃ. sholk 2. ISBN 812180180X
- ↑ Introduction to the History of Sex Manuals by Kamashastra
- ↑ Arbuthnot, F. F.; Richard F., Burton. (1885). Ananga-Ranga. Kama Shastra Society of London and Benares. পৃ. 6
- ↑ Burton, Richard F. (transl.): Ananga Ranga Cosmopoli, Kama Shastra Society.
- ↑ Thomas, Wright. (February 19, 2010). The Life of Sir Richard Burton. Project Gutenberg. পৃ. Chapter XXXVIII
- ↑ Life of Sir Richard Francis Burton
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনঙ্গৰঙ্গ” প্ৰবন্ধৰ সংশোধন ৫২৭৭১৮ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।