অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অগ্নিৱেশ

অগ্নিৱেশ (अग्निवेश, ) হ’ল এজন ঐতিহাসিক ঋষিমুনি আৰু আয়ুৰ্বেদৰ প্ৰাৰম্ভিক লেখক সকলৰ এজন। তেওঁ আছিল পুনৰ্বসু আত্ৰেয়ৰ ছাত্ৰ। মহাভাৰতৰ দুই প্ৰধান প্ৰতিদ্বন্দ্বী দ্ৰোণ আৰু দ্ৰুপদে এওঁৰেই অধীনত শিক্ষা গ্ৰহণ কৰিছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৫ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অগ্নিৱেশ (अग्निवेश, ) হ’ল এজন ঐতিহাসিক ঋষিমুনি আৰু আয়ুৰ্বেদৰ প্ৰাৰম্ভিক লেখক সকলৰ এজন।১ তেওঁ আছিল পুনৰ্বসু আত্ৰেয়ৰ ছাত্ৰ। মহাভাৰতৰ দুই প্ৰধান প্ৰতিদ্বন্দ্বী দ্ৰোণ আৰু দ্ৰুপদে এওঁৰেই অধীনত শিক্ষা গ্ৰহণ কৰিছিল।২ ভৰদ্বাজৰ পৰা অগ্নিৱেশে লাভ কৰা শিক্ষাৰ সাৰ হিচাপে তেওঁ ৰচনা কৰা আয়ুৰ্বেদৰ বিষয় সম্বলিত অগ্নিৱেশ তন্ত্ৰ (বা অগ্নিৱেশ সংহিতা) বৰ্তমান কালৰ গৰাহত লীন গৈছে। ইয়াৰ কথা চৰক সংহিতাত উল্লেখ আছে: "অগ্নিৱেশৰ দ্বাৰা ৰচিত অগ্নিৱেশতন্ত্ৰৰ চৰকে সম্পাদনা আৰু পৰিৱৰ্তন সাধন কৰে" (অগ্নিৱেশকৃতে তন্ত্ৰে চৰকপ্ৰতিসংস্কৃতে)

লগতে চাওক

তথ্যসূত্ৰ

  • Ram Karan Sharma and Vaidya Bhagran Dash, Agnivesa's Caraka Samhita, Varanasi, Chowkhamba Sanskrit Studies XCIV (2006). Vol. I: ISBN 81-7080-012-9; Vol. II: ISBN 81-7080-013-7; Vol. III: ISBN 978-81-7080-014-9; Vol. IV: ISBN 81-7080-015-3; Vol. V: ISBN 81-7080-024-2; Vol. VI: ISBN 81-7080-051-X, Vol. VII: ISBN 81-7080-071-4

তথ্যসূত্ৰ

  1. ↑ Dowson, John. (1984). A Classical Dictionary of Hindu Mythology, and Religion, Geography, History. Rupa & Co. পৃ. 8
  2. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

আয়ুৰ্বেদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অগ্নিৱেশ” প্ৰবন্ধৰ সংশোধন ৪৯৭৬৪২ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।