অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অংশ

অংশ (সংস্কৃত: अंश) হিন্দু ধৰ্মৰ সৌৰ দেৱতা। তেওঁ কাশ্যপ আৰু অদিতিৰ সন্তান স্বৰ্গৰ দেৱতাৰ এটা দল আদিত্যৰ সদস্য। তেওঁৰ প্ৰথম উল্লেখ ঋগবেদত পোৱা যায়।

হালনাগাদ: ৩ জানুৱাৰী ২০২৬ ৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অংশ (সংস্কৃত ভাষা: अंश) হিন্দু ধৰ্মৰ সৌৰ দেৱতা। তেওঁ কাশ্যপ আৰু অদিতিৰ সন্তান স্বৰ্গৰ দেৱতাৰ এটা দল আদিত্যৰ সদস্য।১ তেওঁৰ প্ৰথম উল্লেখ ঋগবেদত পোৱা যায়।২

অন্যান্য ব্যৱহাৰ

বৈষ্ণৱ ধৰ্মত অংশই এনে এজন সত্ত্বাক বুজায় যাক বিষ্ণু দেৱতাৰ আংশিক অৱতাৰ বা অংশ বুলি গণ্য কৰা হয়। বৈদিক যজ্ঞৰ আহুতিত দেৱতাক অৰ্পন কৰা অংশটো বুজাবলৈয়ো এই শব্দটো ব্যৱহাৰ কৰা হয়।৩ অংশ এজন ঋষিৰো নাম।৪

তথ্যসূত্ৰ

  1. ↑ Long, Jeffery D. (2011-09-09). Historical Dictionary of Hinduism. Scarecrow Press. পৃ. 25. ISBN 978-0-8108-7960-7
  2. ↑ Dalal, Roshen. (2014-04-18). Hinduism: An Alphabetical Guide. Penguin UK. পৃ. 115. ISBN 978-81-8475-277-9
  3. ↑ Long, Jeffery D. (2020-04-15). Historical Dictionary of Hinduism. Rowman & Littlefield. পৃ. 45. ISBN 978-1-5381-2294-5
  4. ↑ Bhandarkar, R. G. (2014-10-10). Vaisnavism, Saivism and Minor Religious Systems (Routledge Revivals). Routledge. পৃ. 15. ISBN 978-1-317-58932-7

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অংশ” প্ৰবন্ধৰ সংশোধন ৫৬৭৫০৭ (৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।