সম্বলপুৰ
৫ প্ৰবন্ধ
-
অপৰাজিতা মহান্তি
অপৰাজিতা মহান্তি (জন্ম নাম: অপৰাজিতা খান; জন্ম: ৩১ জানুৱাৰী ১৯৬২), এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ ওড়িয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ১৯৮০ চনত মুক্তিপ্ৰাপ্ত সীতা লবকুশ চলচ্চিত্ৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে।
-
প্ৰেম ৰাম দুবে
প্ৰেম ৰাম দুবে (ইংৰাজী: Prem Ram Dubey; ২২ অক্টোবৰ ১৯৩৩ – ১৭ ছেপ্টেম্বৰ ২০১২) এজন ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ কোসাল ৰাজ্যিক আন্দোলনৰ প্ৰতিষ্ঠাপক আছিল, যিয়ে পশ্চিম ওড়িশাৰ বাবে ৰাষ্ট্ৰ গঠনৰ বাবে প্ৰচাৰ চলায়।
-
বীৰ সুৰেন্দ্ৰ সাএ
বীৰ সুৰেন্দ্ৰ সাএ (২৩ জানুৱাৰী ১৮০৯ – ২৮ ফেব্ৰুৱাৰী ১৮৮৪) এগৰাকী ভাৰতীয় বিপ্লৱী আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ সম্বলপুৰ ৰাজ্যৰ ৰাজা ৰূপে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।
-
শীতল ষষ্ঠী
শীতল ষষ্ঠী (ইংৰাজী: Shitalasasthi বা Sital Sasthi) হৈছে ভাৰতৰ ওড়িশা ৰাজ্যত উদ্যাপিত এটা গুৰুত্বপূৰ্ণ হিন্দু ধৰ্মীয় উৎসৱ, য’ত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ উদ্যাপন কৰা হয়।
-
ৰমাই দেৱ
ৰমাই দেৱ (ইংৰাজী: Ramai Deva বা Ramai Deo) এজন ৰাজপুত শাসক আছিল, যিয়ে ১৩৬০ খ্ৰীষ্টাব্দত আধুনিক ওড়িশা ৰাজ্যৰ বলাঙ্গীৰ জিলাৰ অন্তৰ্গত তৎকালীন পাটনা ৰাজ্যত চৌহান বংশৰ শাসনৰ ভেটি স্থাপন কৰে।