লিখন সঁজুলি
৬ প্ৰবন্ধ
-
সাঁচিপাত
সাঁচিপাত হৈছে সাঁচিগছৰ (Aquilaria agallocha) ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী। মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি (manuscript)। ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে।
-
কলম
কলম ( Pen) হ’ল এক লিখন সজুলি ৷ ইয়াক কোনো লিখন পৃষ্ঠ যেনে কাগজ আদিত চিঞাহীৰ প্ৰয়োগ কৰি লিখিব বা অংকণ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ প্ৰথমাৱস্থাত কলমবোৰ, যেনে ৰিড পেন, কুইল কলম, ডিপ পেন আৰু ৰুলিং পেন আদিৰ ওপৰত “নিব’’ত অলপ চিয়াঁহী ধৰি ৰখা হৈছিল আৰু সময়ে সময়ে কলমৰ ডগাটো চিঞাহী দোৱাতত ডুবাই পুনৰ সতেজ…
-
কীব'ৰ্ড
কীব'ৰ্ড বা চাবিফলক (Keyboard) এটি ইনপুট ডিভাইচ্, ইয়াৰ সহায়ত কম্পিউটাৰলৈ বা আন কোনো যন্ত্ৰলৈ বাৰ্তা প্ৰেৰণ কৰা হয়।
-
তুলাপাত
তুলাপাত হৈছে পুৰণি অসমত পুথি লিখাৰ এবিধ উপকৰণ।
-
নাৰায়ম
নাৰায়ম (মালায়ালম: നാരായം) (সংস্কৃত: नाराच - সৰু কাঁৰ) বা ezhuthani (মালায়ালম: എഴുത്താണി) হৈছে দক্ষিণ ভাৰত, শ্ৰীলংকা তথা এচিয়াৰ অন্যান্য ওচৰচুবুৰীয়া অঞ্চলত প্ৰাচীন কালৰপৰাসই ব্যৱহৃত এক লেখন সঁজুলি (stylus)।
-
বলপে'ন
বলপইণ্ট কলম বা বলপে'ন (Ballpoint Pen) এবিধ কলম৷ কলমটোৰ মুখত চিয়াঁহী ওলাবলৈ এটা সৰু বল থাকে বাবে কলমবিধৰ নাম হৈছিল বলপে'ন৷ আজিকালি সমগ্ৰ বিশ্বতে বলপে'ন বহুলভাৱে ব্যৱহৃত৷ বলপে'নবোৰত চিয়াঁহীৰ পৰিৱৰ্ত্তে চিয়াঁহীৰ 'ৰিফিল'ৰ ব্যৱস্থা থাকে আৰু কাগজত লিখোঁতে বিয়পি যোৱাৰ সমস্যা নাথাকে৷ লিখাৰ লগে লগে…