মুছলমান সন্ত
৪ প্ৰবন্ধ
-
ফাতিমা বিন্ত মুহাম্মাদ
ফাতিমা বিন্ত মুহাম্মাদ (আৰবী: فَاطِمَة بِنْت مُحَمَّد; Fatima Bint Muhammad; ৬০৫/১৫–৬৩২ খ্ৰীষ্টাব্দ) সাধাৰণতে ফাতিমা আল-জাহৰা ইছলামিক পইগম্বৰ হজৰত মুহাম্মাদ আৰু তেওঁৰ পত্নী খাদিজাৰ কন্যা আছিল। ফাতিমাৰ স্বামী হজৰত আলী, ৰছিদুন খলিফাসকলৰ চতুৰ্থ আৰু প্ৰথম ছিয়া ইমাম।
-
শ্বাহ বাদাখছি
মুল্লা শ্বাহ বাদাখছি, জনপ্ৰিয়ভাৱে মুল্লা শ্বাহ নামেৰে পৰিচিত আছিল, ১৭ শতিকাৰ এজন মুছলমান চুফী আৰু বিখ্যাত চুফী সন্ত মিয়ান মীৰ(১৫৫০ – ১৬৩৫)ৰ আধ্যাত্মিক উত্তৰাধিকাৰী। তেওঁৰ জন্ম হৈছিল বাদাখছান (বৰ্তমান আফগানিস্তান)ৰ ৰুস্তাক অঞ্চলৰ আৰাস্কা গাঁৱত এজন কাজীৰ ঘৰত, যাৰ পৰাই তেওঁৰ নামটোও উদ্ভৱ হৈছে।
-
হামজা মাখডুম
হামজা মাখডুম, জনপ্ৰিয়ভাৱে মাখডুম চাহাব (প্ৰায় ১৪৯৪ – প্ৰায় ১৫৭৬) নামেৰে পৰিচিত, কাশ্মীৰ উপত্যকাত বাস কৰা এজন চুফী ৰহস্যবাদী আছিল। তেওঁক কেতিয়াবা মেহবুব-উল-আলম (আক্ষৰিক অৰ্থত, "পৃথিৱীৰ প্ৰিয়") আৰু চুলতান-উল-আৰিফিন (আক্ষৰিক অৰ্থত, "ঈশ্বৰ চিনি পোৱাসকলৰ মাজৰ ৰজা") বুলিও কোৱা হয়।
-
শ্বাহ পৰান
শ্বাহ পৰান (শাহ পরান, ৰোমানীকৃত:Shah Poran) আছিল চতুৰ্দশ শতিকাৰ চিলেট অঞ্চলৰ এজন ছুফী সন্ত। তেওঁ ১৩০৩ চনত মোমায়েক শ্বাহ জালালৰ নেতৃত্বত ছিলেট বিজয়ৰ চূড়ান্ত যুদ্ধত অংশ লয়।