ভাৰতীয় সাহিত্যিক
২৪২ প্ৰবন্ধ
-
ৰোহিনী চৌধুৰী
ৰোহিনী চৌধুৰী (জন্ম ১৯৬৩) এগৰাকী ভাৰতীয় শিশু সাহিত্যিক আৰু সাহিত্য অনুবাদক। শিশুৰ বাবে তেওঁৰ প্ৰকাশিত লেখা হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে ৰচনা কৰা হৈছে, আৰু ইয়াত অনুবাদ, উপন্যাস, চুটিগল্প, আৰু অ-কল্পকাহিনী আদি অন্তৰ্ভুক্ত কৰা হৈছে।
-
ৱৰ্তিকা নন্দা
ড° ৱৰ্তিকা নন্দা (Vartika Nanda)এগৰাকী ভাৰতীয় কাৰাগাৰ সংস্কাৰক আৰু সংবাদ মাধ্যমৰ শিক্ষাবিদ। উদ্যোগ আৰু শিক্ষাৰ অভিজ্ঞতা থকা ছানীয়ে কাৰাগাৰ সংস্কাৰৰ কামত নিজৰ জীৱন উৎসৰ্গা কৰিছে।