ব্ৰাজিলৰ শ্ৰুতিকথা
৪ প্ৰবন্ধ
-
ইয়াৰা (শ্ৰুতিকথা)
ইয়াৰা (ইংৰাজী: Iara, Uiara, Yara বা Hiara; পৰ্তুগীজ উচ্চাৰণ: ), হৈছে প্ৰাচীন টুপি আৰু গুয়াৰানি লোককথাৰ ওপৰত ভিত্তি কৰি ব্ৰাজিলৰ শ্ৰুতিকথাত বৰ্ণিত এটা কিংবদন্তিমূলক জীৱ। শব্দটোৰ উৎপত্তি হৈছে পুৰণি টুপি ভাষাৰ yîara = y (“পানী”) + îara (“প্ৰভু; নাৰী”) = “হ্ৰদৰ নাৰী” (পানীৰ ৰাণী) শব্দটোৰ পৰা।
-
ব্ৰাজিলৰ শ্ৰুতিকথা
ব্ৰাজিলৰ শ্ৰুতিকথা (ইংৰাজী: Brazilian mythology) বা ব্ৰাজিলৰ পৌৰাণিক কাহিনী হৈছে ব্ৰাজিলৰ বিভিন্ন উৎসৰ সাংস্কৃতিক উপাদানৰ সৈতে ব্ৰাজিলৰ লোককথা, পৰম্পৰা, কিংবদন্তি চৰিত্ৰ আৰু স্থান, মানুহ আৰু দেৱতা সম্পৰ্কীয় বিশ্বাসসমূহ সন্নিবিষ্ট কৰা জনশ্ৰুতিৰ সম্ভাৰ।
-
ইয়ামুৰিকুমা
ইয়ামুৰিকুমা হৈছে থলুৱা ৱাউজা জনগোষ্ঠীৰ পূৰ্বপুৰুষৰ নাৰীক প্ৰতিনিধিত্ব কৰা এগৰাকী নাৰী আত্মা।দক্ষিণ আমেৰিকাৰ ব্ৰাজিলৰ উজনি ছিংগু নদীত অৱস্থিত ৱাউজা জনগোষ্ঠী। ৱাউজা মানুহে যুগ যুগ ধৰি আচাৰ-অনুষ্ঠান, অনুষ্ঠান আৰু পৰম্পৰাৰে ইয়ামুৰিকুমা উদ্যাপন কৰি আহিছে।
-
মূৰহীন খচ্চৰ
মূৰহীন খচ্চৰ ব্ৰাজিলৰ লোককথাৰ এটা পৌৰাণিক চৰিত্ৰ।