বাংলাদেশৰ সংস্কৃতি
৩৩ প্ৰবন্ধ
-
বাংলাদেশৰ শিল্পকলা
বাংলাদেশৰ শিল্পকলা (বাংলাদেশেব় শিল্পকলা) হ'ল বৰ্তমান বাংলাদেশত চৰ্চা হোৱা দৃশ্য কলাৰ এক ৰূপ। বাংলাদেশী শিল্পৰ এক বহুবছৰীয়া ইতিহাস আছে, যি ইতিহাস দুহাজাৰ বছৰতকৈও অধিক পুৰণি আৰু আজিও চলি আছে। ইয়াৰ যাত্ৰা আৰম্ভ হৈছিল সনাতন হিন্দু সভ্যতাৰপৰা।
-
বৈসাবি উৎসৱ
বৈসাবি ( Baisabi Festival) বাংলাদেশৰ তিনি জনজাতিৰ লোকৰ নতুন বছৰক আদৰাৰ উৎসৱ৷ ত্ৰিপুৰী, মাৰমা আৰু চাকমা জনগোষ্ঠীৰ বৈসু, সাংগ্ৰাই আৰু বিজু উৎসৱৰ প্ৰথম আখৰ তিনিটা লগ কৰি বৈসাবি নাম কৰা হৈছে৷ নানা ধৰণৰ আনন্দ উৎসৱ আৰু খেল-ধেমালিৰ মাজেৰে বৈসাবি পালন কৰা হয়৷ অসমীয়া বছৰৰ শেষৰ দুটা দিন আৰু নতুন বছৰৰ প্ৰথম…
-
বৰ্ষা উৎসৱ
বৰ্ষা উৎসৱ (বৰ্ষা উৎসব) হৈছে বাংলাদেশত উদ্যাপন কৰা এটা দিনজোৰা বৰ্ষা অভিবাদন উৎসৱ। এইটো বৰ্ষা মঙ্গল উৎসৱ নামেৰেও জনাজাত। বাংলা চান্দ্ৰ-সূৰ্য্য কেলেণ্ডাৰ অনুসৰি আহাৰ মাহৰ প্ৰথম দিনা উৎসৱৰ তাৰিখটো নিৰ্ধাৰণ কৰা হয়। সাধাৰণতে এই দিনটো গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি ১৫ জুনত পৰে।