ফটোগ্ৰাফী
৬ প্ৰবন্ধ
-
ফটোগ্ৰাফী
ফটোগ্ৰাফী (Photography) হৈছে পোহৰ ৰেকৰ্ড কৰি দীৰ্ঘম্যাদী ছবি সৃষ্টি কৰাৰ কলা, প্ৰয়োগ, আৰু অনুশীলন। ছবিসমূহ হয়তো ইমেজ চেন্সৰৰ জৰিয়তে ইলেক্ট্ৰনিকভাৱে নাইবা ফটোগ্ৰাফিক ফিল্মৰ দৰে পাতল-সংবেদনশীল সামগ্ৰীৰ জৰিয়তে ৰাসায়নিকভাৱে সৃষ্টি কৰা হয়।
-
একলোকাম ট্ৰাষ্ট ফৰ ফটোগ্ৰাফী
একলোকাম ট্ৰাষ্ট ফৰ ফটোগ্ৰাফী (EtP) হৈছে তামিলনাডুৰ তিৰুভান্নামলাইত পঞ্জীয়নভুক্ত এটা অলাভজনক ফাউণ্ডেশ্যন। ২০১২ চনত প্ৰতিষ্ঠা হোৱা এই ট্ৰাষ্টটোৰ মুখ্য লক্ষ্য হৈছে দক্ষিণ ভাৰত আৰু ইয়াৰ সংলগ্ন অঞ্চলসমূহত ফটোগ্ৰাফীৰ ইতিহাস, সমাজ-সংস্কৃতি আৰু নান্দনিক বিকাশক নথিভুক্ত কৰা আৰু সংৰক্ষণ কৰা।
-
পৌলোমি বসু
পৌলোমি বসু (জন্ম অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় শিল্পী, তথ্যচিত্ৰ ফটোগ্ৰাফাৰ আৰু সমাজকৰ্মীতেওঁৰ বেছিভাগ কৰ্মই প্ৰান্তীয় মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ স্বাভাৱিককৰণৰ বিষয়ত আলোকপাত কৰে।
-
বিশ্ব আলোকচিত্ৰ দিৱস
১৯ আগষ্ট দিনটো প্ৰতি বছৰে বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰা হয়। বিভিন্ন অনুষ্ঠানৰ যোগেদি সমগ্ৰ বিশ্বৰ মানুহেএই দিৱস উদ্যাপন কৰে।
-
লিলি আলমগ
লিলি আলমগ ( Lili Almog; জন্ম: ১৯৬১) নিউয়ৰ্ক চহৰত বাস কৰা আৰু কাম কৰা এগৰাকী ফটোগ্ৰাফাৰ আৰু মিক্সড মিডিয়া শিল্পী, যিয়ে বিশ্বৰ মহিলা সাংস্কৃতিক পৰিচয়ৰ অন্তৰংগ আধ্যাত্মিক প্ৰতিকৃতি নিৰ্মাণ কৰিছে।
-
স্বালোকচিত্ৰ
স্বালোকচিত্ৰ (selfie) নিজে নিজকে বা নিজদিশে তোলা এখন আলোকচিত্ৰ যিখন সাধাৰণতে আৰু সহজতে আজিকালি উপলব্ধ ডিজিটেল কেমেৰা (digital camera) বা কেমেৰা থকা ভ্ৰাম্যভাষ যন্ত্ৰৰে তুলিব পাৰি।