প্ৰসাধন
৪ প্ৰবন্ধ
-
সেন্দূৰ
সেন্দূৰ একপ্ৰকাৰ ৰঞ্জক পদাৰ্থ। হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ মতে সেন্দূৰক পৱিত্ৰ বুলি গণ্য কৰা হয়। হিন্দুধৰ্মত সেন্দূৰ বিবাহিতা নাৰীৰ প্ৰতীক। অবিবাহিত নাৰীয়ে শিৰত সেন্দূৰ দিব নোৱাৰে, কপালত সেন্দূৰৰ ফোঁট লব পাৰে। বিধৱাসকলৰ সেন্দূৰ ব্যৱহাৰ শাস্ত্ৰমতে নিষিদ্ধ।
-
চাবোন
চাবোন এবিধ পৰিষ্কাৰক ৰাসায়নিক দ্ৰব্য। ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন। খৃষ্টপূৰ্ব ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ উপযোগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে। তেতিয়া ইয়াক বনোৱা হৈছিল জন্তুৰ চৰ্বিক ছাঁইৰ সৈতে উতলাই।
-
আলতা
আলতা হৈছে হাত আৰু ভৰিৰ ওপৰত প্ৰয়োগ কৰা এবিধ প্ৰকাৰৰ তৰল ৰঙা ৰং। ভাৰতীয় উপমহাদেশৰ বিশেষকৈ বাংলাদেশ, নেপাল আৰু পূব ভাৰতৰ পশ্চিম বংগ, বিহাৰ, অসম, ত্ৰিপুৰা আৰু ওড়িশাত আলতাৰ প্ৰচলন আছে। ইয়াক মুখ্যতঃ বিবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠান উপলক্ষে কপাহৰ সহায়ত প্ৰয়োগ কৰা হয়।
-
মোচ
মোচ বা গোঁফ (Mustache) হৈছে মানুহৰ ওপৰ ওঁঠৰ ওপৰত গজা নোম। গোটেই ইতিহাসত বিভিন্ন ধৰণৰ মোচৰ বিষয়ে আছে।