পশ্চিমবংগ
৩২ প্ৰবন্ধ
-
ষ্টাৰ থিয়েটাৰ, কলকাতা
বিনোদিনী থিয়েটাৰ ( Binodini Theatre ) পূৰ্বতে ষ্টাৰ থিয়েটাৰ নামেৰে জনাজাত আছিল। এইটো কলকাতাৰ হাতীবাগানত অৱস্থিত। ১৮৮৩ চনত থিয়েটাৰটো নিৰ্মাণ কৰা হৈছিল। প্ৰথম অৱস্থাত বিডন ষ্ট্ৰীটত অৱস্থিত এই থিয়েটাৰ পিছলৈ কৰ্ণৱালিছ ষ্ট্ৰীটলৈ স্থানান্তৰিত হয়, যাৰ বৰ্তমান বিধান সৰণি বুলি কোৱা হয়।
-
সুবাৰবন ৰিডিং ক্লাব
সুবাৰবন ৰিডিং ক্লাব (বাংলা: সুবাব়বন ব়ীডিং ক্লাব) ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ অন্যতম পুৰণি পুথিভঁৰাল। ১৮৮৮ চনত বেলিয়াঘাটা নৰকেলডাংগা অঞ্চলৰ নৰকল্ডাংগা হাইস্কুলৰ এটা সৰু কোঠাত সুবাৰবন ৰিডিং ক্লাব প্ৰতিষ্ঠা কৰা হয়।