ন্যায়াধীশ
৩৬ প্ৰবন্ধ
-
স্বপ্না সঞ্জীৱ যোশী
স্বপ্না সঞ্জীৱ যোশী (জন্ম ২৬ আগষ্ট ১৯৫৯) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।নাগপুৰত কন্যাৰ বিয়াত অংশগ্ৰহণ কৰি সহযোগী ন্যায়াধীশ ব্ৰিজগোপাল হৰকিষণ ল'য়াৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হোৱাৰ পিছত যোশীয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে।
-
হৰ্শা এন দেৱানী
হৰ্ষা এন দেৱনী (Harsha N. Devani,জন্ম ২৭ মাৰ্চ ১৯৫৮) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰক।
-
ৰেখা দীক্ষিত
ৰেখা দীক্ষিত (Rekha Dikshit; জন্ম: ১০ আগষ্ট ১৯৫৯) ভাৰতৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। তেওঁ মহম্মদ আহমেদ খান বনাম শ্বাহ বানো বেগম (ভাৰতত মুছলমান মহিলাক ভৰণ-পোষণৰ ধন প্ৰদান সম্পৰ্কীয় বিতৰ্কিত গোচৰ)ৰ লগতে তাজ কৰিডৰ গোচৰ আৰু 'উত্তৰ প্ৰদেশ ৰাষ্ট্ৰীয় গ্ৰামীণ…
-
ৰেৱতী মোহিতে দেৰে
ৰেৱতী মোহিতে দেৰে (Revati Mohite Dere) ভাৰতৰ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। ভাৰতত অপৰাধমূলক পদ্ধতি আৰু আৰক্ষীৰ তদন্তৰ সম্পৰ্কত তেওঁ কেইবাটাও উল্লেখযোগ্য ৰায় লিখিছে, য’ত আছে অপৰাধমূলক বিচাৰৰ ৰিপ’ৰ্ট দিয়াৰ সংবাদ মাধ্যমৰ স্বাধীনতা, অপৰাধৰ পুনৰাবৃত্তিৰ বাবে মৃত্যুদণ্ডৰ শাস্তি, ভুৱা আৰু অনুচিত…
-
ৰেৱা ক্ষেত্ৰপাল
ৰেৱা ক্ষেত্ৰপাল (Reva Khetrapal; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৫২) ভাৰতৰ দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ বৰ্তমানৰ লোকায়ুক্ত আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ।
-
ৰোশন দালভী
ৰোশন দালভী (Roshan Dalvi) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। শিৱসেনাৰ নেতা বাল থাকৰেৰ সন্তানসকলৰ উত্তৰাধিকাৰ সম্পৰ্কে হোৱা বিবাদ, আৰু বাৰত নৃত্যশিল্পীসকলক নিজৰ বৃত্তি আগবঢ়াই নিবলৈ নিষেধ কৰা মহাৰাষ্ট্ৰৰ আইন এখনক প্ৰত্যাহ্বান জনোৱা আদিকে ধৰি ন্যায়াধীশ হিচাপে তেওঁ…