নগৰ-মহানগৰ
৩৪ প্ৰবন্ধ
-
মগহৰ
মগহৰ এখন ঐতিহাসিক নগৰ। ই ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ সন্ত কবীৰ নগৰ জিলাৰ মগহৰ নগৰ পালিকাৰ অন্তৰ্গত। ইয়াৰ ইতিহাস সন্ত কবীৰ চাহাবৰ লগত ওতপ্ৰোত ভাৱে সাঙোৰ খাই আছে।
-
লাগ'চ
লাগ'চ হৈছে নাইজেৰিয়াৰ আটাইতকৈ ডাঙৰ মহানগৰ আৰু অৰ্থনৈতিক কেন্দ্ৰ। ই পশ্চিম আফ্ৰিকাৰ অন্যতম বৃহৎ মহানগৰ আৰু নাইজেৰিয়াৰ বাণিজ্যিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে জনাজাত।
-
শ্বিলাৰ পাৰ্ক, কুইন্সলেণ্ড
শ্বিলাৰ পাৰ্ক হৈছে অষ্ট্ৰেলিয়াৰ কুইনচলেণ্ডৰ লগন চহৰৰ এক উপনগৰ। ২০১৬ চনৰ জনগণনাত, শ্বিলাৰ পাৰ্কৰ জনসংখ্যা আছিল ১১,৭৫৯ গৰাকী।
-
শ্বেফিল্ড
শ্বেফিল্ড (Sheffield) ইংলেণ্ড ৰ চাউথ য়ৰ্কশ্বায়াৰত অৱস্থিত এখন মহানগৰী। এই মহানগৰীৰ নামটো ইয়াৰ মাজেৰে বৈ যোৱা ‘শ্বেফ (River Sheaf) নামৰ নদীখনৰ নামৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ বৰ্তমানৰ জনসংখ্যা ১,৫৬৯,০০০। জনসংখ্যাৰ ফালৰ পৰা শ্বেফিল্ডৰ স্থান ইংলেণ্ডৰ ভিতৰতে তৃতীয়।