চিকাৰ
৫ প্ৰবন্ধ
-
জিম কৰবেট
এডৱাৰ্ড জেমছ কৰবেট চি আই ই ভি ডি ( Edward James Corbett CIE VD); ২৫ জুলাই ১৮৭৫ – ১৯ এপ্ৰিল ১৯৫৫) এজন এংলো-ইণ্ডিয়ান চিকাৰী আৰু লেখক। উত্তৰ ভাৰতত বহুতো মানুহ খোৱা বাঘ আৰু নাহৰফুটুকী চিকাৰ কৰি হত্যা কৰি তেওঁ খ্যাতি অৰ্জন কৰিছিল।
-
মৃগয়া
মৃগয়া বা মৃগ চিকাৰ (পহু চিকাৰ) (Deer hunting) হ'ল মাংস আৰু ক্ৰীড়াৰ বাবে কৰা হৰিণ বা মৃগৰ চিকাৰ। ই এনে এক কাৰ্য্য যি দহ হাজাৰ বছৰ পুৰণি। ভেনিছন অৰ্থাৎ হৰিণৰ মাংস হ'ল প্ৰাণী প্ৰ'টিনৰ এক পুষ্টিকৰ আৰু প্ৰাকৃতিক খাদ্য উৎস আৰু ইয়াক মৃগয়াৰ দ্বাৰা লাভ কৰিব পৰা যায়।
-
অসমত গঁড়ৰ চোৰাং চিকাৰ
অসমত গঁড়ৰ চিকাৰ ভাৰতৰ অন্যতম মুখ্য পৰিৱেশৰ সমস্যা। ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ আন কিছুমান তৃণভূমি অঞ্চলত অব্যাহত আছে। ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ লগতে কাষৰীয়া পাহাৰৰ পাদদেশত ভাৰতীয় গঁড়ৰ বাসস্থান।
-
বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়
বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় (Wildlife smuggling) বা বন্যপ্ৰাণী সৰবৰাহ বুলিলে বিলুপ্তপ্ৰায় প্ৰজাতি আৰু সংৰক্ষিত বন্যপ্ৰাণীৰ অবৈধ সংগ্ৰহ তথা বেহা-বেপাৰক বুজায়, য’ত উদ্ভিদ, ইয়াৰ উপজাত দ্ৰব্য বা কোনো প্ৰজাতিক ব্যৱহাৰ কৰি তৈয়াৰ কৰা সামগ্ৰী আদিও অন্তৰ্ভুক্ত।
-
ভাৰতত বাঘৰ চোৰাং চিকাৰ
ভাৰতত বাঘৰ চোৰাং চিকাৰে দেশখনত বাঘসমূহৰ জীয়াই থকাৰ সম্ভাৱনাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। বৰ্তমান প্ৰায় ৩,০০০ বনৰীয়া বাঘ বৰ্তি থকাৰ বিপৰীতে বিংশ শতিকাৰ আৰম্ভণিতে এই সংখ্যা আছিল ১,০০,০০০।