উভলিংগী পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ অভিনেত্ৰী
৬ প্ৰবন্ধ
-
আগষ্ট এমেছ
মাৰ্চিডিজ গ্ৰেব'স্কি (২৩ আগষ্ট, ১৯৯৪ – ৫ ডিচেম্বৰ, ২০১৭), পেছাদাৰীভাৱে আগষ্ট এমেছ নামেৰে পৰিচিত, এগৰাকী কানাডাৰ পৰ্ণগ্ৰাফিক অভিনেত্ৰী আছিল। ২০১৬ চনত এখন নন-পৰ্ণগ্ৰাফিক ছবিকে ধৰি ১০০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু কেইবাটাও এভিএন বঁটাৰ বাবে মনোনীত হৈছিল।
-
কাৰমেন লুভানা
কাৰমেন লুভানা (ইংৰাজী: Carmen Luvana; জন্ম: ২৩ আগষ্ট ১৯৮১), যাৰ প্ৰকৃত নাম মিচেল চেণ্ডোভেল, এগৰাকী পুৱেৰ্টো ৰিকান চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী আৰু এগৰাকী অৱসৰপ্ৰাপ্ত পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
-
চাইথেৰিয়া
চাইথেৰিয়া (ইংৰাজী: Cytherea) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল। যৌন কাৰ্য সম্পাদন কৰাৰ সময়ত তেওঁৰ মহিলা স্খলন (যাক প্ৰাপ্তবয়স্ক উদ্যোগত "স্কুৱাৰ্টিং" বুলি জনা যায়) কৰাৰ ক্ষমতাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ডায়ানা লৰেন
ডায়ানা লৰেন (ইংৰাজী: Dyanna Lauren; জন্ম: ১৮ মাৰ্চ ১৯৬৫) এগৰাকী আমেৰিকান কামোদ্দীপক নৃত্যশিল্পী, পৰ্ণগ্ৰাফিক অভিনেত্ৰী, গায়িকা আৰু পৰিচালিকা।
-
মনিক আলেকজেণ্ডাৰ
মনিক আলেকজেণ্ডাৰ (ইংৰাজী: Monique Alexander) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, নগ্ন মডেল আৰু ২০১৭ চনৰ এভিএন (AVN) হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা ব্যক্তি। আলেকজেণ্ডাৰ বাক-স্বাধীনতা আৰু যৌন শিক্ষাৰ এগৰাকী পোষকতা কৰা ব্যক্তি হিচাপেও পৰিচিত।
-
স্কিন ডায়মণ্ড
ৰেলিন জয় ক্ৰিষ্টেনচেন জয়ে ২০১৬ চনত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ জগতৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ গীত ৰচনা আৰু মূলধাৰাৰ অভিনয়ৰ দৰে অন্যান্য বিষয়ত মনোনিৱেশ কৰে।