ইৰাণৰ ব্যক্তি
৩২ প্ৰবন্ধ
-
হাবিবুল্লাহ লতিফী
হাবিবুল্লাহ লাতিফি (Habibollah Latifi) আজাদ বিশ্ববিদ্যালয়ৰ এজন কুৰ্দি-ইৰাণী আইন ছাত্ৰ আৰু ইৰাণৰ ইছলামিক বিপ্লৱী আদালতে 'মোহাৰেবেহ' অৰ্থাৎ "ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা"ৰ অভিযোগত মৃত্যুদণ্ড দিয়া এজন কুৰ্দি অধিকাৰ কৰ্মী।
-
ৰেজা পাহলৱী
ৰেজা পাহলাৱী ( Reza Pahlavi) ( জন্ম: ৩১ অক্টোবৰ ১৯৬০) এজন ইৰাণৰ ৰাজনৈতিক ব্যক্তি আৰু ইৰাণৰ পাহলৱী বংশৰ ইৰাণৰ সিংহাসনৰ উত্তৰাধিকাৰী ৰাজপুত্ৰ। ইৰাণৰ শেষৰজন শ্বাহ মহম্মদ ৰেজা পাহলৱী আৰু তেওঁৰ পত্নী সম্ৰাজ্ঞী ফাৰহৰ ডাঙৰ পুত্ৰ। বৰ্তমান তেওঁ বিৰোধী হিচাপে আমেৰিকাত নিৰ্বাসিত হৈ আছে।