অসমৰ জনগোষ্ঠী
৩৫ প্ৰবন্ধ
-
অসমৰ মাছমৰীয়া সম্প্ৰদায়
উত্তৰ-পূব ভাৰতত বেছিভাগ সম্প্ৰদায় মাছ ধৰাত জড়িত। কিন্তু মাত্ৰ কেইটামান খিলঞ্জীয়া জনগোষ্ঠীয়েহে ব্যৱসায়িক মাছ ধৰাৰ কামত নিয়োজিত। ইয়াৰে অধিকাংশই ক্ষুদ্ৰ উদ্যোগ,আৰু অভ্যন্তৰীণ নদীৰ মাছৰ উদ্যোগত জড়িত।
-
ডালু জনগোষ্ঠী
ডালু জাতি (Dalu) ভাৰত আৰু বাংলাদেশত বসবাস কৰা এটা ক্ষুদ্ৰ জাতিগোষ্ঠী। বাংলাদেশত তেওঁলোক প্ৰধানকৈ মৈমনসিং জিলাৰ হালুৱাঘাট আৰু শেৰপুৰ জিলাৰ নালিতাবাৰী অঞ্চলত বসবাস কৰে। ভাৰতৰ মেঘালয় আৰু অসম ৰাজ্যতো ডালুসকলৰ উল্লেখযোগ্য বসতি আছে।
-
ফুলগুৰীয়া জনগোষ্ঠী
ফুলগুৰীয়া হ'ল অসমৰ অন্যতম এটি খিলঞ্জীয়া বড়ো-কছাৰী মূলীয় জনগোষ্ঠী। সমাজবিজ্ঞানী আৰু ব্ৰিটিছ নৃবিজ্ঞানী ছিডনী এণ্ডেলৰ মতে, অসমৰ কছাৰী জনগোষ্ঠীৰ যিবোৰ উপদল বা শাখা আছে, তাৰ ভিতৰত ফুলগুৰীয়া অন্যতম।
-
বৃত্তিয়াল বণিয়া
বৃত্তিয়াল বণিয়া ভাৰত বৰ্ষৰ অসম ৰাজ্যৰ এটা জনগোষ্ঠীয় সম্প্ৰদায়। এই গোটটোৰ শিপা বুলি ক'লে প্ৰাচীন কালত অসমত (প্ৰাচীন কামৰূপ) পোৱা বণিক সম্প্ৰদায়ৰ পৰাই উদ্ভৱ হৈছে বুলি জনা যায়।
-
মদাহি জনগোষ্ঠী
মদাহি অসমৰ এটা জনগোষ্ঠী। মদাহি জনগোষ্ঠীৰ ইতিহাস, উৎপত্তি আৰু জাতিগত পৰিচয় সম্পৰ্কে বিভিন্ন মতামত পোৱা যায়। ১৯৬১ চনৰ অসমৰ লোকপিয়লৰ নথিত মদাহিক ৰাভা জনগোষ্ঠীৰ অন্তৰ্গত এটা গোট হিচাপে তালিকাভুক্ত কৰা হৈছিল।