অপশব্দ
৫ প্ৰবন্ধ
-
কেলা
কেলা (Kela) হৈছে অসমীয়া সমাজত বহুল প্ৰচলিত এটা ইতৰ শব্দ। লিখিত ভাৱে এই শব্দৰ প্ৰচলন খুৱেই কম যদিও অসমীয়া সমাজ জীৱনৰ সৈতে এই শব্দটো ওতপ্ৰোত ভাৱে জড়িত। মনৰ ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে বিভিন্ন মুহূৰ্তত অসমীয়া মানুহে এই ইতৰ শব্দটোৰ ব্যৱহাৰ কৰে।
-
চিংকী
চিংকী (Chinky) হৈছে সাধাৰণতে চীনা বংশোদ্ভূত ব্যক্তি এজনৰ উদ্দেশ্যে ব্যৱহাৰ কৰা এক জাতিগত অপবাদ। সাধাৰণতে পূব এছিয়াৰ লোকসকলৰ দৰে দেখা যিকোনো লোকৰ বিৰুদ্ধেও কেতিয়াবা এই শব্দটো নিৰ্বিচাৰভাৱে ব্যৱহাৰ কৰা হয়।
-
বমশ্বেল
বমশ্বেল (ইংৰাজী: Bombshell) শব্দটো বৰ্তমানৰ জনপ্ৰিয় শব্দ "ছেক্স চিম্বল"ৰ (sex symbol) পূৰ্বসূৰী, যিটো অত্যন্ত আকৰ্ষণীয় বুলি গণ্য কৰা জনপ্ৰিয় মহিলাসকলক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। ডগলাছ হাৰ্পাৰৰ অনলাইন এটাম’লজী ডিকচনেৰীৰ মতে, ১৯৪২ চনৰ পৰা এই অৰ্থত শব্দটোৰ ব্যৱহাৰ পোৱা যায়।
-
ব্ৰেইন ৰট
ব্ৰেইন ৰট বা মগজুৰ পচন (Brain rot) একধৰণৰ জ্ঞানমূলক অৱনতি যি মূলতঃ অগভীৰ বা প্ৰত্যাহ্বানহীন সামগ্ৰীৰ (বৰ্তমান বিশেষকৈ অনলাইন বিষয়-বস্তু) অতিমাত্ৰা বা বিশৃংখল ব্যৱহাৰৰ ফলত হয়।
-
মাকচুদাই
মাকচুদাই (হিন্দী আৰু বাংলা: মাদাৰচোদ, ইংৰাজী: মাদাৰফাকাৰ) হ'ল এটা অশ্লীল শব্দ যি বেলেগক গালিপৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।