উখুৱা চাউল শুকানে ভাজি তাক গুড়ি কৰি তৈয়াৰ কৰা এবিধ অসমীয়া জলপান, সাধাৰণতে চেনি আৰু গাখীৰৰ সৈতে খোৱা হয়। সান্দহ হ'ল অসমীয়া লোকে আহাৰ হিচাপে গ্ৰহণ কৰা এবিধ সঘু খাদ্য, অসমীয়াৰ অন্যান্য জলপানৰ ইও অন্যতম। সান্দহ-গুড়ি বা কৰাই গুড়ি অথবা সান্দহে একেবিধকে বুজোৱা হয়।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সান্দহ” প্ৰবন্ধৰ সংশোধন ২৪১১৬৩ (১২ জুলাই ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।