অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ভিনু মানকাড় ট্ৰফী

ভিনু মানকাড় ট্ৰফী (Vinoo Mankad Trophy) ভাৰতৰ ১৯ বছৰৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এয়া অনুষ্ঠিত কৰে। ইয়াত বিচিচিআইৰ সংযুক্ত ৰাজ্যিক ক্ৰিকেট সংস্থাৰ কনিষ্ঠ দলসমূহ জড়িত হৈ আছে।

হালনাগাদ: ১৩ মে’ ২০২৫ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ভিনু মানকাড় ট্ৰফী (Vinoo Mankad Trophy) ভাৰতৰ ১৯ বছৰৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এয়া অনুষ্ঠিত কৰে।১২ ইয়াত বিচিচিআইৰ সংযুক্ত ৰাজ্যিক ক্ৰিকেট সংস্থাৰ কনিষ্ঠ দলসমূহ জড়িত হৈ আছে।৩৪ ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ভিনু মানকাড়ৰ নামেৰে এই প্ৰতিযোগিতাৰ নামকৰণ কৰা হৈছে।৫১৬৭২৮

তথ্যসূত্ৰ

  1. ↑ (5 October 2018). Surat to host 36 matches of Vinoo Mankad Trophy from today - Times of India. The Times of India
  2. ↑ All India under-19 Vinoo Mankad Trophy: Talent-rich UP extend legacy in junior cricket. India Today
  3. ↑ www.tribuneindia.com/news/sports/haryana-u-19-wi | title=haryana u19 win vinoo mankad title | date = 26 January 2021|publisher=}}
  4. ↑ Mehrishi, Mr Rajiv. (15 October 2017). India 2017 Yearbook. McGraw-Hill Education. ISBN 9789387067707
  5. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  6. ↑ (9 October 2015). Vinoo Mankad Trophy begins today. The Hindu
  7. ↑ (15 October 2017). Karnataka emerge Vinoo Mankad champs
  8. ↑ (9 October 2017). Vinoo Mankad trophy: Hyderabad dish out decent performance. Deccan Chronicle

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিনু মানকাড় ট্ৰফী” প্ৰবন্ধৰ সংশোধন ৫০৮২২৩ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।